বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন Class 10
অধ্যায় ১: অনুশীলনীৰ প্ৰশ্নোত্তৰ (Full Exercise Q&A) অতি চমু উত্তৰৰ প্ৰশ্ন : ১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? উত্তৰ: লৰ্ড কাৰ্জনৰ শাসনকালত। ২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? উত্তৰ: ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে। ৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? উত্তৰ: ১৯০৫ চনৰ ৭ জুলাই তাৰিখে … Read more