নামঘোষা

বস্তু প্ৰকাশ – পৰম অমূল্য ৰত্ন – Namghosa (১০০-১২৮)

বস্তু প্ৰকাশ পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়াআতি গুপ্ত স্বৰপে আছিল। লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসিমুদ ভাঙ্গি সমস্তকে দিল।।১০০৷৷ হৰিনাম প্ৰেমৰস অমৃত নিধিক বান্ধিগুপ্ত কৰি থৈলা দেৱগণে। দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলাসুখে পান কৰে সৰ্ব্বজনে।।১০১৷৷ হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈলবুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব। হেন হৰিনাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰিচুৰ কৈলা […]

বস্তু প্ৰকাশ – পৰম অমূল্য ৰত্ন – Namghosa (১০০-১২৮) Read More »

Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – নামঘোষা ( ১২৯-১৫৪)

 Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – প্ৰাৰ্থনা তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ তুমি নাথ মঞি নাথৱন্ত। চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দায়া মোক ভগৱন্ত।।১২৯৷৷ তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি জানি কৃপ৷ কৰা হৃষীকেশ। দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো দিয়া মোক সেহি উপদেশ।।১৩০৷৷ তুমি

Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – নামঘোষা ( ১২৯-১৫৪) Read More »

কৃষ্ণ এক দেৱ দুখ হাৰি (লেছাৰি ছন্দ) ঈশ্বৰ-নিৰ্ণয়

প্ৰাৰ্থনাৰ নাম কৃষ্ণ এক দেৱ দুখ হাৰি ছন্দ লেছাৰি ছন্দ ঘোষা ঈশ্বৰ-নিৰ্ণয় লেখক মাধৱদেৱ কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰীকৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱজানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||৫৮৬ নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতনঅনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি

কৃষ্ণ এক দেৱ দুখ হাৰি (লেছাৰি ছন্দ) ঈশ্বৰ-নিৰ্ণয় Read More »

মুক্তিত নিস্পৃহ যিটো – Muktito Nispriho Jitu – Assamese Prayer lyrics

মুক্তিত নিস্পৃহ যিটো – Muktito Nispriho Jitu – Assamese Prayer lyrics মুক্তিত নিস্পৃহ যিটো শ্ৰেণী অসমীয়া প্ৰাৰ্থনা প্ৰাৰ্থনা নাম মুক্তিত নিস্পৃহ যিটো সংগ্ৰহ কৰা হৈছে নামঘোষা লেখক মহাপুৰুষ মাধৱদেৱ অধ্যায় ভজন ঘোষা  ছবি ভজন ঘোষা ।। ছবি।। মুক্তিতো নিস্পৃহ যিটো  সেহি ভকতক নমো ৰসময় মাগোহো ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য ভজো হেন দেৱ

মুক্তিত নিস্পৃহ যিটো – Muktito Nispriho Jitu – Assamese Prayer lyrics Read More »

হে ভগৱন্ত গুৰু – প্ৰাৰ্থনা – নামঘোষা

হে ভগৱন্ত গুৰু – প্ৰাৰ্থনা – নামঘোষা হে ভগৱন্ত গুৰু শ্ৰেণী অসমীয়া প্ৰাৰ্থনা প্ৰাৰ্থনা নাম হে ভগৱন্ত গুৰু সংগ্ৰহ কৰা হৈছে নামঘোষা লেখক মহাপুৰুষ মাধৱদেৱ অধ্যায় ভজন ঘোষা  ছবি হে ভগৱন্ত গুৰু তযু পদে মন মোৰ যি কালত থিতিক লভয়। তোহ্মাৰ কৃপাত তেৱে সমস্তে সাধন শম গৰাই সুৰা হুইবোহো নিশ্চয়।।৬০৷৷ হে প্ৰভু নৰহৰি তোহ্মাৰ চৰণ

হে ভগৱন্ত গুৰু – প্ৰাৰ্থনা – নামঘোষা Read More »

ব্ৰহ্মা আদি কৰি জীৱ যত – প্ৰাৰ্থনা

ব্ৰহ্মা আদি কৰি জীৱ যত – প্ৰাৰ্থনা (Brahma Adi Kori Lyrics) (লেছাৰি ছন্দ) ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম মায়া-শয্যা মাজে আছয় ঘুমটি যাই | তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমি অচেতন নিয়োক নাথ জগাই || ৬৫৯ ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি কাল-সৰ্পে দংশি

ব্ৰহ্মা আদি কৰি জীৱ যত – প্ৰাৰ্থনা Read More »

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top