WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » ADRE Exam Preparation » ADRE 3.0 Detailed Syllabus with Book 2026 – Check Latest Pdf

ADRE 3.0 Detailed Syllabus with Book 2026 – Check Latest Pdf

ADRE (Assam Direct Recruitment Examination) পৰীক্ষাৰ বাবে সঠিক ধাৰণা (Concept Notes), চমু কৌশল (Short Tricks), আৰু পৰ্যাপ্ত পৰিমাণৰ প্ৰশ্ন (MCQs & PYQs) and ADRE 3.0 Detailed Syllabus 100% Syllabus Covered


ADRE 3.0 Detailed Syllabus

খণ্ড ১: অসমৰ সাধাৰণ জ্ঞান (Assam General Knowledge)

১.১. অসমৰ ইতিহাস (প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক অসম)
১.২. অসমৰ ভূগোল (নদ-নদী, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, জলবায়ু)
১.৩. অসমৰ কলা, সংস্কৃতি আৰু সাহিত্য (উৎসৱ, নৃত্য, জনগোষ্ঠী, বিশিষ্ট ব্যক্তি)
১.৪. অসমৰ অৰ্থনীতি আৰু ৰাজনীতি (পঞ্চায়তীৰাজ, কৃষি, উদ্যোগ)
১.৫. অসমৰ গুৰুত্বপূৰ্ণ স্থান আৰু পৰ্যটন

খণ্ড ২: ভাৰত আৰু বিশ্বৰ সাধাৰণ জ্ঞান (India & World GK)

২.১. ভাৰতৰ ইতিহাস (সিন্ধু উপত্যকাৰ পৰা স্বাধীনতা সংগ্ৰামলৈ)
২.২. ভাৰতৰ ভূগোল (পৰ্বত, নদী, মাটি, ৰাষ্ট্ৰীয় উদ্যান)
২.৩. ভাৰতীয় সংবিধান আৰু ৰাজনীতি (মৌলিক অধিকাৰ, ৰাষ্ট্ৰপতি, সংসদ)
২.৪. ভাৰতীয় অৰ্থনীতি (পৰিকল্পনা আয়োগ, বেংকিং ব্যৱস্থা, বাজেট)
২.৫. সাধাৰণ বিজ্ঞান (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু আৱিষ্কাৰ)
২.৬. বিশ্বৰ সাধাৰণ জ্ঞান (আন্তঃৰাষ্ট্ৰীয় সংস্থা, ৰাজধানী আৰু মুদ্ৰা)

খণ্ড ৩: সাধাৰণ গণিত (General Mathematics – Class 10 Level)

৩.১. সংখ্যা প্ৰণালী (Number System) আৰু সৰলীকৰণ (Simplification)
৩.২. ল.সা.গু. আৰু গ.সা.উ. (LCM & HCF)
৩.৩. শতকৰা (Percentage)
৩.৪. লাভ আৰু লোকচান (Profit & Loss)
৩.৫. অনুপাত আৰু সমানুপাত (Ratio & Proportion)
৩.৬. সৰল আৰু মিশ্ৰ সুত (Simple & Compound Interest)
৩.৭. সময় আৰু কাৰ্য (Time & Work)
৩.৮. সময়, দূৰত্ব আৰু ৰেলগাড়ীৰ সমস্যা (Time, Distance & Trains)
৩.৯. পৰিমিতি (Mensuration – 2D & 3D)

খণ্ড ৪: তৰ্কশক্তি আৰু মানসিক দক্ষতা (Logical Reasoning & Mental Ability)

৪.১. বৰ্ণমালা আৰু সংখ্যাৰ শৃংখলা (Alphabet & Number Series)
৪.২. ক’ডিং আৰু ডিক’ডিং (Coding-Decoding)
৪.৩. তেজৰ সম্পৰ্ক (Blood Relation)
৪.৪. দিশ নিৰ্ণয় পৰীক্ষা (Direction Sense Test)
৪.৫. ভেন চিত্ৰ (Venn Diagram)
৪.৬. আসন ব্যৱস্থা (Seating Arrangement)
৪.৭. সাদৃশ্য আৰু শ্ৰেণীবিভাজন (Analogy & Classification)

খণ্ড ৫: সাধাৰণ ইংৰাজী (General English)

৫.১. Parts of Speech & Articles
৫.২. Tense & Voice Change
৫.৩. Direct & Indirect Speech (Narration)
৫.৪. Prepositions
৫.৫. Synonyms & Antonyms (সমানাৰ্থক আৰু বিপৰীতাৰ্থক শব্দ)
৫.৬. Idioms & Phrases
৫.৭. One Word Substitution
৫.৮. Reading Comprehension

খণ্ড ৬: কম্পিউটাৰৰ সাধাৰণ জ্ঞান (Computer Knowledge – For Grade III)

৬.১. কম্পিউটাৰৰ মৌলিক ধাৰণা আৰু ইতিহাস (Basics & History)
৬.২. হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ (Hardware & Software)
৬.৩. MS Office (Word, Excel, PowerPoint)
৬.৪. ইণ্টাৰনেট, ই-মেইল আৰু চাইবাৰ নিৰাপত্তা (Internet & Cyber Security)
৬.৫. কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ Short-cut Keys আৰু Abbreviations

খণ্ড ৭: সাম্প্ৰতিক ঘটনাৱলী (Current Affairs)

৭.১. অসমৰ সাম্প্ৰতিক ঘটনাৱলী (যোৱা ১ বছৰৰ)
৭.২. ভাৰত আৰু বিশ্বৰ সাম্প্ৰতিক ঘটনাৱলী
৭.৩. ক্ৰীড়া, বঁটা আৰু সন্মান (Sports, Awards & Honours)
৭.৪. গুৰুত্বপূৰ্ণ নিযুক্তি আৰু চৰকাৰী আঁচনিসমূহ (Appointments & Schemes)

খণ্ড ৮: অনুশীলন আৰু মক টেষ্ট (Practice & Mock Tests)

৮.১. বিগত বৰ্ষৰ ADRE প্ৰশ্নকাকতৰ সমাধান (Solved PYQs)
৮.২. ৫ খন সম্পূৰ্ণ মক টেষ্ট (Full-Length Mock Tests with Answer Keys)


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam