পুনৰালোচনা | Revision | Exercise R.1 – Class 10 Maths Revision Exercise R-1 in Assamese Medium
1. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব? (a) 12 : 21 আৰু 32 : 56 (b) 18 : 30 আৰু 14 : 21 (c) 22 : 33 আৰু 33 : 24 (d) 24 : 28 আৰু 20 : 25 উত্তৰঃ একোটা সমানুপাত হ’বলৈ, দুইটা অনুপাতৰ ব্যৱধান একে হব লাগে। ইয়াৰ অৰ্থ হৈছে, যদি \( \frac{a}{b} […]