বৰগীত

বৰগীত

উঠৰে উঠ বাপু গােপালহে – বৰগীত

বৰগীত উঠৰে উঠ বাপু গােপালহে ৰাগ || কৌ ধ্ৰুং– উঠৰে উঠ বাপু গােপালহে | নিশি পৰভাত ভেল। কমলনয়ন বুলি ঘনে ঘন যশােৱা ডাকিবে লেল।। পদ– মােৰ প্রাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ। সৱ পুৰুষৰ শিৰৰ ভূষণ তুমিসি বাপু গােৱিন্দ।। মােৰ পুত্ৰ বুলি যশােৱা গােৱালী বুকে বান্ধি কোলে লৈল। বয়নে চুম্বন কৰি ঘনে ঘন আনন্দে […]

উঠৰে উঠ বাপু গােপালহে – বৰগীত Read More »

আলাে সই দেখাে সই বিহাৰে চলি আছে কানু – বৰগীত

বৰগীত আলাে সই দেখাে সই বিহাৰে চলি আছে কানু ৰাগ – মল্লাৰ ধ্ৰুং-আলাে সই, দেখাে সোই বিহাৰে চলিয়া আছে কানু। শ্যামতনু শােহে জিনি কোটি কোটি ভানু। পদ– আভীৰ বালক পাছে আগে চলে ধেনু। সুচান্দ বয়নে বায় সুমধুৰ বেণু।। অৰুণ অপাঙ্গে চায় মধুৰ হাসিয়া। বাঁশীৰ স্বৰে ঝৰে ধাৰে সুৰস অসিয়া।। কোটি গজৰাজ জিনি চলে ধীৰে ধীৰে। কতনা মাধুৰী আছে কলীয়া শৰীৰে।

আলাে সই দেখাে সই বিহাৰে চলি আছে কানু – বৰগীত Read More »

আলাে শুনা গােৱালেৰ জায়া – বৰগীত

বৰগীত আলাে শুনা গােৱালেৰ জায়া ৰাগ ।। ভাটিয়ালী ধ্ৰুং– আলাে শুন গােৱালেৰ জায়া বােলয়ে গােপালে। আহ্মাৰ গাৱে ধূলা দিলে তােমাৰ ছৱাল।। পদ– কোনাে কালে কাৰাে আমি বােলা নাহি তই। এতখানি বস্তু পাইলে বাটিয়া খাওঁ মই।। মাগি আনি দধি-দুগ্ধ তাৰাে বন্টা খায়। তথাপি তােমাৰ ছৱা ধূলা দিলে গায়।। তােমাৰ ছৱা লৈয়া আমি মাৱৰ আগে যাইবো। পৰৰ

আলাে শুনা গােৱালেৰ জায়া – বৰগীত Read More »

আলাে মঞি কি কহবোঁ দুঃখ – বৰগীত

বৰগীত আলাে মঞি কি কহবোঁ দুঃখ ৰাগ ।। ভাটিয়ালী ধ্ৰুং– আলাে মঞি কি কহবো দুখ। পৰাণ নিগৰে না দেখিয়া চান্দমুখ।। পদ– কত পুণ্যে লভিলোঁ গুণেৰ নিধি শ্যাম। বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।। শ্যামকানু বিনে মােৰ নৰহে জীৱন। হা শ্যাম বুলিতে দগধ কৰে মন।। দিৱস নয় সুখে নযায় ৰজনী। চান্দ চন্দন মন্দ পৱন বৈৰিণী। কোথা যাও

আলাে মঞি কি কহবোঁ দুঃখ – বৰগীত Read More »

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top