কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 – অষ্টম শ্ৰেণীৰ বিজ্ঞান

পাঠঃ ৩কৃত্ৰিম আঁহ আৰু প্লাষ্টিকপ্ৰশ্নোত্তৰ কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 প্ৰশ্ন ১ঃ কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা। উত্তৰঃ পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰে মানুহে যি আঁহ উৎপাদন কৰে, তাকে সাংশ্লেষিক আঁহ বোলে। যেনে— পলিয়েষ্টাৰ, নাইলন আদি। প্ৰশ্ন ২ঃ শুদ্ধ উত্তৰটো বাচি উলিওৱা। সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো—(ক) … Read more

অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)

বিষয়: বিজ্ঞানশ্ৰেণী: অষ্টম শ্ৰেণীপাঠৰ নাম: অণুজীৱ: মিত্ৰ আৰু শত্রুপাঠৰ নং: পাঠ ২পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) অণুজীৱ: মিত্ৰ আৰু শত্রু Class 8 Science Chapter 2প্ৰশ্নোত্তৰ প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা। (ক) অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।(গ) … Read more

কয়লা আৰু পেট্রলিয়াম Class 8 – বিজ্ঞান – প্ৰশ্ন উত্তৰ

কয়লা আৰু পেট্রলিয়াম বিষয়   বিজ্ঞান Class 8 পাঠৰ নাম কয়লা আৰু পেট্রলিয়াম প্ৰশ্ন উত্তৰ শ্ৰেণী  অষ্টম শ্ৰেণী পাঠৰ নং পাঠ ৫ পাঠ্যক্ৰম  SCERT কয়লা আৰু পেট্ৰলিয়াম Class 8 অনুশীলনীৰ প্ৰশ্নোত্তৰ প্ৰশ্ন ১: চি. এন. জি. আৰু এল. পি. জি.ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি? উত্তৰ: চি. এন. জি. (Compressed Natural Gas) আৰু এল. পি. … Read more

কৈশােৰ প্রাপ্তি Class 8 – অষ্টম শ্ৰেণী বিজ্ঞান প্ৰশ্নোত্তৰ

বিষয় বিজ্ঞান শ্ৰেণী অষ্টম শ্ৰেণী পাঠৰ নাম কৈশোৰ প্রাপ্তি পাঠৰ নং পাঠ 10 পাঠ্যক্ৰম SCERT কৈশােৰ প্রাপ্তি Class 8 Class 8 Science Chapter 10অনুশীলনীৰ প্ৰশ্নোত্তৰ প্ৰশ্ন ১: অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থসমূহক কি নামেৰে নামকৰণ কৰা হৈছে? উত্তৰ: হৰম’ন। প্ৰশ্ন ২: কৈশোৰ কালৰ সংজ্ঞা দিয়া। উত্তৰ: জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন ঘটি … Read more

শস্য উৎপাদন আৰু ব্যৱস্থাপনা – প্রশ্নোত্তৰ অষ্টম শ্ৰেণীৰ

বিষয়: বিজ্ঞানপাঠৰ নাম: শস্য উৎপাদন আৰু ব্যৱস্থাপনাশ্ৰেণী: অষ্টম শ্ৰেণীপাঠৰ নং: অধ্যায় 1পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) শস্য উৎপাদন আৰু ব্যৱস্থাপনা প্রশ্নোত্তৰ প্রশ্ন 1: তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবােৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ কৰা। ওপঙি, পানী, শস্য, পােষক দ্রব্য, চহােৱা (ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি … Read more

পদার্থ ধাতু আৰু অধাতু Class 8 বিজ্ঞান – পাঠ ৪ প্ৰশ্ন উত্তৰ

পদার্থ ধাতু আৰু অধাতু বিষয়   বিজ্ঞান Class 8 পাঠৰ নাম পদার্থ ধাতু আৰু অধাতু প্ৰশ্ন উত্তৰ শ্ৰেণী  অষ্টম শ্ৰেণী পাঠৰ নং পাঠ ৪ পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) ধাতু আৰু অধাতু Class 8 অনুশীলনীৰ প্রশ্নোত্তৰ প্রশ্ন 1ঃ তলৰ কোনবােৰক পাতল পাতৰ আকাৰলৈ পিটিব পাৰি? (ক) যিংক (খ) ফছফৰাছ (গ) গন্ধক (ঘ) অক্সিজেন … Read more

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam