Class 8 Science

অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)

বিষয়: বিজ্ঞানশ্ৰেণী: অষ্টম শ্ৰেণীপাঠৰ নাম: অণুজীৱ: মিত্ৰ আৰু শত্রুপাঠৰ নং: পাঠ ২পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) অণুজীৱ: মিত্ৰ আৰু শত্রু Class 8 Science Chapter 2প্ৰশ্নোত্তৰ প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা। (ক) অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।(গ) […]

অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ) Read More »

কোষ গঠন আৰু কাৰ্য Class 8 – বিজ্ঞানৰ প্রশ্নোত্তৰ

বিষয়: বিজ্ঞানপাঠৰ নাম: কোষ – গঠন আৰু কাৰ্যশ্ৰেণী: অষ্টম শ্ৰেণীপাঠৰ নং: পাঠ 8পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) কোষ – গঠন আৰু কাৰ্য প্রশ্নোত্তৰ প্রশ্ন 1: তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা। উক্তি উত্তৰ ১) এককোষী জীৱৰ দেহত এটা কোষ থাকে। সত্য ২) পেশী কোষবোৰ শাখাযুক্ত। অসত্য ৩) এটা জীৱৰ মৌলিক জীৱিত

কোষ গঠন আৰু কাৰ্য Class 8 – বিজ্ঞানৰ প্রশ্নোত্তৰ Read More »

ঘর্ষণ Class 8 – বিজ্ঞান পাঠ 12

বিষয় বিজ্ঞান পাঠৰ নাম ঘর্ষণ শ্ৰেণী অষ্টম শ্ৰেণী পাঠৰ নম্বৰ পাঠ 12 পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) ঘর্ষণ Class 8 প্রশ্নোত্তৰ প্রশ্ন 1: খালী ঠাই পূৰ কৰা। (ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ আপেক্ষিক গতিত ঘর্ষণে বাধা দিয়ে।(খ) পৃষ্ঠৰ মশৃণতাৰ ওপৰত ঘর্ষণ নিৰ্ভৰশীল।(গ) ঘর্ষণে তাপ উৎপন্ন কৰে।(ঘ) কেৰম ৰ’ৰ্ডৰ ওপৰত পাউডাৰ

ঘর্ষণ Class 8 – বিজ্ঞান পাঠ 12 Read More »

শস্য উৎপাদন আৰু ব্যৱস্থাপনা – প্রশ্নোত্তৰ অষ্টম শ্ৰেণীৰ

বিষয়: বিজ্ঞানপাঠৰ নাম: শস্য উৎপাদন আৰু ব্যৱস্থাপনাশ্ৰেণী: অষ্টম শ্ৰেণীপাঠৰ নং: অধ্যায় 1পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) শস্য উৎপাদন আৰু ব্যৱস্থাপনা প্রশ্নোত্তৰ প্রশ্ন 1: তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবােৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ কৰা। ওপঙি, পানী, শস্য, পােষক দ্রব্য, চহােৱা (ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি

শস্য উৎপাদন আৰু ব্যৱস্থাপনা – প্রশ্নোত্তৰ অষ্টম শ্ৰেণীৰ Read More »

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top