মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত নামঘোষা এই পেজটোত উপলব্ধ। আপুনি ইয়াত নামঘোষাৰ সকলো প্রার্থনা, পদ, দুলৰি আদি সকলো ইয়াতে লাভ কৰিব। তলত দিয়া অসমীয়া প্ৰাৰ্থনা সমূহত ক্লিক কৰি সম্পূৰ্ণৰূপে পঢ়িব পাৰিব। যদি আপুনি নামঘোষা ডাউনলোড কৰিব বিচাৰিছে তেন্তে পোনপটীয়া লিংকো ইয়াতে লাভ কৰিব। তলত দিয়া নামঘোষা PDF লিংকত ক্লিক কৰি সম্পূৰ্ন নামঘোষা ডাউনলোড কৰিব পাৰিব।
যিহেতু নামঘোষা
নামঘোষা
| কিতাপৰ নাম | নামঘোষা |
| লেখক | শ্ৰীশ্ৰী মাধৱদেৱ |
| আন এটা নাম | হেজাৰী ঘোষা |
| ডাউনলোড | নামঘোষা pdf |
নামঘোষা প্ৰাৰ্থনা
| প্ৰাৰ্থনা – ১ | মুক্তিতো নিস্পৃহ যিটো |
| প্ৰাৰ্থনা – ২ | হে ভগৱন্ত গুৰু তযু পদে মন মোৰ |
| প্ৰাৰ্থনা – ৩ | ব্ৰহ্মা আদি কৰি জীৱ যত |
| প্ৰাৰ্থনা – ৪ | তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ |
| বস্তু প্ৰকাশ | পৰম অমূল্য ৰত্ন |
| নিন্দা | নাৰায়ণ হেন ইটো শবদ আছয় মুখে |
| দুলড়ি | স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ |
