Home » কুইজ » Science Quiz In Assamese – বিজ্ঞান কুইজ

Science Quiz In Assamese – বিজ্ঞান কুইজ

Science Quiz In Assamese – বিজ্ঞান কুইজ Today some simple questions of general science are being offered at the quiz event. Today in this quiz show you increase the knowledge of science

Science Quiz In Assamese – বিজ্ঞান কুইজ

Created on
বিজ্ঞান কুইজ অসমীয়া

বিজ্ঞান কুইজ

আজি কুইজ অনুষ্ঠানত সাধাৰণ বিজ্ঞানৰ কিছুমান সহজ প্ৰশ্ন আগবঢ়োৱা হৈছে। আজি এই কুইজ অনুষ্ঠানটিত আপুনি বিজ্ঞানৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক

Winter Sale

1 / 25

আলোক বৰ্ষ কি ?

2 / 25

মাংসসাৰ (প্ৰ’টিন) শৰীৰৰ বাবে অতি লাগতিয়াল। ইয়াৰ উপাদানবোৰ কি বা ই কিহেৰে তৈয়াৰী?

3 / 25

আমাৰ তেজৰ কোনটো কণিকাক দেহৰ ৰক্ষক বা সৈনিক বোলা হয়?

4 / 25

বিজুলী উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা পাৰমাণৱিক ৰিয়েক্টৰৰ লগত তলৰ কোনটো পৰিঘটনা জৰিত?

5 / 25

বৰফ এটুকুৰা পানীত ওপঙে; কাৰণ ইয়াৰ ঘনত্ব

6 / 25

তলৰ কোনটো মাধ্যমেৰে শব্দই আটাইতকৈ বেছি বেগত গতি কৰিব পাৰে?

7 / 25

তীখা তৈয়াৰ কৰোতে লোৰ লগত কি মিহলোৱা হয়?

8 / 25

তলৰ কোনটো খাদ্যপ্ৰাণ খ (ভিটামিন বি) গ্ৰুপৰ সদস্য নহয়?

9 / 25

কন্দুৱা গেছ আচলতে কি?

10 / 25

জলাতংক ৰোগৰ ছিটা কোনে আবিষ্কাৰ কৰিছিল?

11 / 25

পোহৰৰ কি পৰিঘটনাৰ বাবে মৰীচিকা দেখা যায়?

12 / 25

আমাৰ শৰীৰৰ কোনটো অংগই পিত্তৰস (bile) তৈয়াৰ কৰে?

13 / 25

ৱেল্ডিং, গ্লাছ তৈয়াৰ কৰা আদি কামত বাৱহাৰ কৰা “ৱাটাৰ গেছ” তলৰ কোন দুটা পদাৰ্থৰ সমষ্টি?

14 / 25

পৰ্বতৰ ওপৰত পানী কম উঞ্চতাত উতলে। কাৰণ তাত

15 / 25

দিয়াশলাই কাঠী এটা জ্বলাওতে তলৰ কোনটো শক্তিয়ে সহায় কৰে?

16 / 25

সূৰ্যই ইয়াৰ অপৰিমেয় শক্তি কি প্ৰথাৰে আহৰণ কৰে?

17 / 25

তলৰ কোনটো একক আটাইতকৈ ক্ষুদ্ৰ পৰিসৰৰ দীঘ জুখিবলৈ উপযুক্ত?

18 / 25

ৰসায়ন বিজ্ঞানৰ দৃষ্টিত তলৰ কোনটোৰ আন তিনিটাৰ লগত মিল নাই?

19 / 25

ছেক্সটেন্ট (sextant) নামৰ সঁজুলিটো কি জুখিবলৈ ব্যৱহাৰ কৰা হয়?

20 / 25

কি ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত স্কাৰ্ভি ৰোহ হয়?

21 / 25

মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?

22 / 25

সূৰ্য্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে?

23 / 25

মানুহৰ দেহত থকা ক্ৰমজমৰ সংখ্যা কিমান?

24 / 25

তলৰ কোনটো গ্ৰীন হাউছ গেছ নহয়?

25 / 25

তলৰ কোনটো প্ৰথা পৃথিৱীৰ বয়স জুখিবলৈ ব্যৱহাৰ কৰা হয়?

Your score is

0%

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam