Assamese GK Quiz – সাধাৰণ জ্ঞানৰ কুইজ

Assamese GK Quiz – সাধাৰণ জ্ঞানৰ কুইজ

[showhide type=”post” more_text=”Show More…” less_text=”show less…”] Today in this quiz questions have been raised on some GK of Assam culture of Assam during the days. These questions can be seen appearing in various types of competitive exams in Assam. So expand your General knowledge of Assam in today’s quiz. [/showhide]

/20
69
Created on
অসম ৰাজ্যিক কুইজ

সাধাৰণ জ্ঞানৰ কুইজ

আজি কুইজ শিতানত 20 টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ দিয়ক লগতে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক

1 / 20

নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় বিজ্ঞানী কোন আছিল?

2 / 20

কোনখন ৰাজ্য অসমৰ উত্তৰে আছে?

3 / 20

অসমৰ মুঠ এলেকা কিমান?

4 / 20

ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰি কোন আছিল?

5 / 20

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

6 / 20

ভাৰতীয় প্ৰথম মহাকাশচাৰী  কোন আছিল?

7 / 20

অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

8 / 20

অক্সিজেন অবিহনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিল?

9 / 20

নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?

10 / 20

অসমত ইয়াৰ বিধান সভাত কিমানটা সমষ্টি আছে?

11 / 20

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?

12 / 20

এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত?

13 / 20

অসমৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন?

14 / 20

জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল?

15 / 20

মিছ ৱৰ্ল্ড খিতাপ জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?

16 / 20

ভাৰতীয় জাতীয় সংগীত কোনে লিখিছিল?

17 / 20

অসমত এছ টিৰ বাবে কিমানখন বিধানসভা আসন সংৰক্ষিত?

18 / 20

অসমীয়া ৰঙীন ছবি কোনখন?

19 / 20

বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন ?

20 / 20

কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ?

Your score is

The average score is 63%

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰক

whatsapp share

কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক
আমাৰ WhatsApp গ্রুপত জইন হওকইয়াত ক্লিক কৰক

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App ✖

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top