English To Assamese Translation (অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ)

English To Assamese Translation

Now the translation of Assamese language on the internet has become easier. Because you can now easily translate online Assamese language into English, Hindi as well as 70 other languages of the world. Below is how you can easily translate Assamese from Assamese to English or From English to Assamese.(অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ – যিকোনো ভাষাক অসমীয়ালৈ অনুবাদ)

অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ

আপুনি যিকোনো ভাষাক অসমীয়ালৈ অনুবাদ কৰিব পাৰে

English to Assamese Translation

How can  you  English To Assamese Translation?

(আপুনি অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ কেনেকৈ কৰিব পাৰে?)

This website will help you translate from English to Assamese – where you can translate from English to Assamese in a few seconds. You must first choose the two languages to translate any language into Assamese. If you want to translate from English to Assamese then choose the language as English on the left and Assamese language on the right.

(এই ৱেবছাইটটোৱে আপোনাক ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰিব – য’ত আপুনি কেইছেকেণ্ডমানৰ ভিতৰতে ইংৰাজী পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰে। আপুনি যিকোনো ভাষাক অসমীয়ালৈ অনুবাদ কৰিবলৈ প্ৰথমে ভাষা দুটা বাচনি কৰিব লাগিব।যদি আপুনি ইংৰাজী পৰা অসমীয়ালৈ অনুবাদ কৰিব বিচাৰে তেন্তে বাওঁফালে ভাষাটো ইংৰাজী আৰু সোঁফালে অসমীয়া ভাষা হিচাপে বাচনি কৰক।)

English To Assamese Translation App

অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ App

If you want an App that translates English into Assamese you can download the Microsoft Translation app from the Play Store but if you don’t want to download an app you can only use this website, we give you a direct link to this Microsoft translation app. Click there and download.

যদি আপুনি ইংৰাজীক অসমীয়া অনুবাদ কৰা App এটা বিচাৰিছে তেন্তে আপুনি প্লে ষ্টোৰৰ পৰা মাইক্ৰছফ্ট অনুবাদৰ Appটো ডাউনলোড কৰিব পাৰে কিন্তু যদি আপুনি কোনো এপ্প ডাউনলোড কৰিব নিবিচাৰে তেন্তে আপুনি কেৱল এই ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে, আমি আপোনাক এই মাইক্ৰচফ্ট অনুবাদৰ Appটো পোনপটীয়া লিংক দিছোঁ। তাত ক্লিক কৰি ডাউনলোড কৰক।

ডাউনলোড কৰক

Can I translate English from Assamese?

(মই অসমীয়া পৰা ইংৰাজী অনুবাদ কৰিব পাৰিমনে?)

Yes, You can. Just as you translated from English to Assamese, you will select the Assamese language from Assamese to English and choose the English language on the right. This is how you can easily translate from Assamese to English.

হয়, নিশ্চয় পাৰিব। আপুনি ইংৰাজীৰ পৰা যেনেদৰে অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক তেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ আপুনি অসমীয়া ভাষাটো বাওঁফালে নিৰ্বাচিত কৰি সোঁফালে ইংৰাজী ভাষাটো বাচনি কৰিব। এনেদৰেই আপুনি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিব।

English To Assamese Translation Google

You will no longer be able to translate Assamese language into Google Translation. Because assamese language is yet to be connected to Google Translation. We have learnt that Google is Languages in development to connect Assamese language to their translation App. Google has published a Page in Google Translate Wikipedia that Assamese to english translation google will be connected to Google translation in a very short span of time.

আপুনি এতিয়া গুগল অনুবাদত অসমীয়া ভাষা অনুবাদ কৰিব নোৱাৰিব। কিয়নো অসমীয়া ভাষা গুগল অনুবাদত এতিয়াও সংযোগ কৰা হোৱা নাই। আমি জানিব পাৰিছো যে গুগলে অসমীয়া ভাষাটোক তেওঁলোকৰ অনুবাদ শাৰীত সংযোগ কৰিবলৈ প্ৰস্তুতি চলাই আছে। অতি কম সময়ৰ ভিতৰতে অসমীয়া ভাষাক গুগল অনুবাদত সংযোগ কৰিব বুলি ৱিকিপত্ৰিকাত এক লেখনি গুগলে প্ৰকাশ কৰিছে।

Also Read: Assam TET Exam English Language Online

Can I Use English To Assamese Translation in PC

You can. Microsoft translator has provided English to Assamese translation online only on your computer or PC. The Microsoft company has developed the process of online translation that we have provided you above. You can easily translate Assamese from English to Assamese or Assamese to English, Hindi as well as many other languages on your PC or computer by availing this online facility.

পাৰিব। আপোনাৰ কম্পিউটা বা PC ত মাত্ৰ অনলাইনত ইংৰাজীৰ পৰা অসমীয়া অনুবাদৰ সুবিধা প্ৰদান কৰিছে মিক্ৰচফ্ট অনুবাদকে। আমি আপোনাক ওপৰত প্ৰদান কৰা অনলাইন অনুবাদৰ প্ৰক্ৰিয়াটো সাজি উলিয়াইছে মিক্ৰচফ্ট কোম্পানীয়ে। আপুনি এই অনলাইন সুবিধা গ্ৰহণ কৰি আপুনি সহজে আপোনাৰ PC বা কম্পিউটাৰত ইংৰাজীৰ পৰা অসমীয়া বা অসমীয়া পৰা ইংৰাজী , হিন্দী লগতে আন বহুতো ভাষালৈ অসমীয়া অনুবাদ কৰিব পাৰিব।

See also  HS 1st Year Exam Routine 2021 - প্ৰথম বৰ্ষৰ পৰীক্ষাৰ ৰুটিন

3 thoughts on “English To Assamese Translation (অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ)”

Leave a Comment