Skip to content
AssamWeb.In

AssamWeb.In

  • মুখ্য ঘৰ
    • AssamWeb.In অসম ৱেব অসমৰ সকলো প্ৰকাৰৰ শিক্ষা
  • কুইজ
  • বাতৰি
  • চাকৰি
  • কিতাপ
    • Class 10 Assamese Book Question Answer দশম শ্ৰেণী প্ৰশ্নৰ উত্তৰ
  • সাধাৰণ জ্ঞান
  • প্ৰশ্ন কাকত

Science Quiz In Assamese – বিজ্ঞান কুইজ

Science Quiz In Assamese – বিজ্ঞান কুইজ

Show More...
Science Quiz In Assamese – বিজ্ঞান কুইজ Today some simple questions of general science are being offered at the quiz event. Today in this quiz show you increase the knowledge of science


Created on June 06, 2021
বিজ্ঞান কুইজ অসমীয়া

বিজ্ঞান কুইজ

আজি কুইজ অনুষ্ঠানত সাধাৰণ বিজ্ঞানৰ কিছুমান সহজ প্ৰশ্ন আগবঢ়োৱা হৈছে। আজি এই কুইজ অনুষ্ঠানটিত আপুনি বিজ্ঞানৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক

1 / 25

আমাৰ শৰীৰৰ কোনটো অংগই পিত্তৰস (bile) তৈয়াৰ কৰে?

2 / 25

জলাতংক ৰোগৰ ছিটা কোনে আবিষ্কাৰ কৰিছিল?

3 / 25

তীখা তৈয়াৰ কৰোতে লোৰ লগত কি মিহলোৱা হয়?

4 / 25

তলৰ কোনটো প্ৰথা পৃথিৱীৰ বয়স জুখিবলৈ ব্যৱহাৰ কৰা হয়?

5 / 25

পৰ্বতৰ ওপৰত পানী কম উঞ্চতাত উতলে। কাৰণ তাত

6 / 25

মাংসসাৰ (প্ৰ’টিন) শৰীৰৰ বাবে অতি লাগতিয়াল। ইয়াৰ উপাদানবোৰ কি বা ই কিহেৰে তৈয়াৰী?

7 / 25

মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?

8 / 25

ৱেল্ডিং, গ্লাছ তৈয়াৰ কৰা আদি কামত বাৱহাৰ কৰা “ৱাটাৰ গেছ” তলৰ কোন দুটা পদাৰ্থৰ সমষ্টি?

9 / 25

তলৰ কোনটো মাধ্যমেৰে শব্দই আটাইতকৈ বেছি বেগত গতি কৰিব পাৰে?

10 / 25

পোহৰৰ কি পৰিঘটনাৰ বাবে মৰীচিকা দেখা যায়?

11 / 25

সূৰ্য্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে?

See also  Assamese General Knowledge - অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ

12 / 25

বিজুলী উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা পাৰমাণৱিক ৰিয়েক্টৰৰ লগত তলৰ কোনটো পৰিঘটনা জৰিত?

13 / 25

মানুহৰ দেহত থকা ক্ৰমজমৰ সংখ্যা কিমান?

14 / 25

বৰফ এটুকুৰা পানীত ওপঙে; কাৰণ ইয়াৰ ঘনত্ব

15 / 25

সূৰ্যই ইয়াৰ অপৰিমেয় শক্তি কি প্ৰথাৰে আহৰণ কৰে?

16 / 25

তলৰ কোনটো খাদ্যপ্ৰাণ খ (ভিটামিন বি) গ্ৰুপৰ সদস্য নহয়?

17 / 25

দিয়াশলাই কাঠী এটা জ্বলাওতে তলৰ কোনটো শক্তিয়ে সহায় কৰে?

18 / 25

আমাৰ তেজৰ কোনটো কণিকাক দেহৰ ৰক্ষক বা সৈনিক বোলা হয়?

19 / 25

তলৰ কোনটো গ্ৰীন হাউছ গেছ নহয়?

20 / 25

কন্দুৱা গেছ আচলতে কি?

21 / 25

কি ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত স্কাৰ্ভি ৰোহ হয়?

22 / 25

ৰসায়ন বিজ্ঞানৰ দৃষ্টিত তলৰ কোনটোৰ আন তিনিটাৰ লগত মিল নাই?

23 / 25

ছেক্সটেন্ট (sextant) নামৰ সঁজুলিটো কি জুখিবলৈ ব্যৱহাৰ কৰা হয়?

24 / 25

আলোক বৰ্ষ কি ?

25 / 25

See also  Quiz In Assamese - অসমীয়া অনলাইন কুইজ (স্বাস্থ্য খণ্ড -2)

তলৰ কোনটো একক আটাইতকৈ ক্ষুদ্ৰ পৰিসৰৰ দীঘ জুখিবলৈ উপযুক্ত?

Your score is

LinkedIn Facebook Twitter VKontakte
0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰকwhatsapp share

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজ ইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজ ইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়া ইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্ন ইয়াত ক্লিক কৰক
Categories কুইজ

1 thought on “Science Quiz In Assamese – বিজ্ঞান কুইজ”

  1. Isachex
    February 26, 2022 at 2:51 am

    Fantasy 🙂
    dfgdlfg2131.32
    https://howytooutoknowcgfdf.org/map.php

    Reply

Leave a Comment Cancel reply

AHSEC HS 1st Year Routine 2022

AHSEC HS 1st Year Routine 2022- Assam 11th Class Exam Routine

আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰক

  • Mock Test
  • Uncategorized
  • অষ্টম শ্ৰেণী অসমীয়া
  • অষ্টম শ্ৰেণীৰ বিজ্ঞান
  • অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • আঁচনি
  • একাদশ শ্ৰেণী অসমীয়া
  • একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
  • একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান
  • কিতাপ
  • কুইজ
  • চাকৰি
  • দশম শ্ৰেণীৰ অসমীয়া
  • দশম শ্ৰেণীৰ গণিত সমাধান
  • দশম শ্ৰেণীৰ বিজ্ঞান
  • দশম শ্ৰেণীৰ ভূগোল প্ৰশ্ন উত্তৰ
  • দশম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • দ্বাদশ শ্ৰেণী অসমীয়া
  • দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
  • দ্বাদশ শ্ৰেণীৰ শিক্ষা
  • নৱম শ্ৰেণীৰ অসমীয়া
  • নৱম শ্ৰেণীৰ গণিত
  • নৱম শ্ৰেণীৰ বিজ্ঞান
  • নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • নামঘোষা
  • বৰগীত
  • বাতৰি
  • বৈচিত্রময় অসম Class 9
  • বৈচিত্র্যময় অসম দশম শ্ৰেণী
  • শিক্ষা একাদশ শ্ৰেণী
  • সপ্তম শ্ৰেণীৰ অসমীয়া
  • সাধাৰণ জ্ঞান
  • স্কুলাশ্বিপ
  • About Us
  • Contact Us
  • Disclaimer
  • Privacy Policy
  • DMCA
  • Scholarship Assam
  • Assam Job News

Sebahslc || EGM Assam

2022© অসম ৱেব © AssamWeb.in