WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » কুইজ » ভাৰতীয় ৰাজনীতি কুইজ – Political Quiz in Assam

ভাৰতীয় ৰাজনীতি কুইজ – Political Quiz in Assam

Created on
ভাৰতীয় ৰাজনীতি কুইজ

ভাৰতীয় ৰাজনীতি

আজি কুইজ অনুষ্ঠানত ভাৰতীয় ৰাজনীতি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়োৱা হৈছে। এই প্ৰশ্ন সমুহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্রশ্ন কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে। আহক আপুনিও ভাৰতীয় ৰাজনীতি কিছু জ্ঞান কুইজ আকাৰত লাভ কৰক।

1 / 20

চৰ্দাৰ বল্লভ ভাই পেটেল ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্য্যকালত উপ প্ৰধানমন্ত্ৰী ৰূপে কাম কৰিছিল?

2 / 20

"গৰিবী হতাও" কোনজন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী শ্লোগান আছিল?

3 / 20

ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ জন্ম তাৰিখ (02 অক্টোবৰ) মহামানৱ মহাত্মা গান্ধীৰ সৈতে একে?

4 / 20

তলৰ কোন গৰাকী প্ৰধানমন্ত্ৰী "Champion of India's Peasants" বুলি জনাজাত?

5 / 20

লোকসভাৰ সদস্য এজনৰ  ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে ন্যূনতম বয়সৰ সময়সীমা কিমান?

6 / 20

এ পি জে আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ত তলৰ কোনজনে প্ৰধানমন্ত্ৰীক শপত বাক্য পাঠ কৰাইছিল?

7 / 20

ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ বেছি বয়সত প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰে মোৰাৰজি দেশাইদেৱে। তেওঁ কিমান বছৰ বয়সত প্ৰধানমন্ত্ৰী হৈছিল?

8 / 20

তলৰ কোনটো যোজনা ডঃ মনমোহন সিংৰ সময়ত ফলপ্ৰসূ কৰা হয়?

9 / 20

তলৰ কোনটো বিভাগ/ বাহিনীৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত আছে?

10 / 20

Changing India গ্ৰন্থখন কোনজন প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৰচিত?

11 / 20

প্রাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ লগত জড়িত বিদ্ৰোহী সংগঠনটোৰ নাম কি?

12 / 20

বিমুদ্ৰাকৰণ ভাৰতৰ ইতিহাসৰ এক বিশিষ্ট ঘটনা। তলৰ কোন গৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈছিল?

13 / 20

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?

14 / 20

বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত নিৰ্বাচনত কোনটো লোকসভা সমষ্টিত জয়লাভ কৰি প্ৰতিনিধিত্ব কৰিছিল?

15 / 20

পাকিস্তানৰ শ্রেষ্ঠ অসামৰিক সন্মান "নিচান এ পাকিস্তান" বঁটা লাভ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকী কোন?

16 / 20

ফটোত দেখা ভাৰতৰ প্ৰধানমন্ত্ৰী জন কোন?

17 / 20

ৰাজীৱ গান্ধীৰ পিছত একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰা প্ৰধানমন্ত্ৰীজন কোন?

18 / 20

ভাৰতৰ প্রথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনী খনৰ নাম কি?

19 / 20

ইন্দিৰা গান্ধীক প্ৰিয়দর্শিনী উপনামতো কোনে দিছিল?

20 / 20

ভাৰতৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে কাৰ্য্যনিৰ্বাহ কাৰ প্ৰধানমন্ত্ৰী জন কোন?

Your score is

0%

ভাৰতীয় ৰাজনীতি কুইজ

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam