Our free online math quiz will assist you to improve your math skills in a fun interactive way.
আমাৰ বিনামূলীয়া অনলাইন গণিত পৰীক্ষাৰ কুইজে আপোনাক আপোনাৰ গণিতৰ দক্ষতা এক আমোদজনক ইন্টাৰেক্টিভ উপায়েৰে উন্নত কৰাত সহায় কৰিব।
গণিত কুইজ প্ৰশ্ন
গণিত কুইজ চাকৰিৰ বাবে
আজি কুইজ শিতানত গণিত ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসম বা কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষা লগতে অসমৰ যিকোনো চাকৰিৰ নিৰ্বাচনী পৰীক্ষাত অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে। কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।
Mathematics Quiz In Assamese
Today, the Quiz presents very important questions on Mathematics. These questions are very important for candidates who want to appear for Assam TET or Central Teacher Eligibility Test as well as any job election exam in Assam in future. All the questions forwarded to you from the Assam Teacher Eligibility Test Question Paper for the year 2019. Don’t forget to comment on how you get it. Thank you.