গণিত কুইজ (Mathematics)

গণিত কুইজ প্ৰশ্ন

Created on

গণিত

আজি কুইজ শিতানত গণিত (Mathematics) ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসম বা কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষা লগতে অসমৰ যিকোনো চাকৰিৰ নিৰ্বাচনী পৰীক্ষাত অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে। কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।

1 / 30

আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ’ল :

2 / 30

60 cm x 54 cm x 30 cm আয়তনৰ এটা ডাঙৰ বাকছ কিছুমান 6 cm বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্ত্তি কৰা হ’ল ৷ যদি প্ৰতিটো ঘনকৰ বাকছত 25 টাকৈ চক্‌লেট থাকে, তেন্তে ডাঙৰ বাকছটোত কিমান চক্‌লেট থাকিব ?

3 / 30

দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি ?

4 / 30

ধৰা হ’ল দুটা সংখ্যাৰ ল: সা: গু: আৰু গ: সা: গু: ক্ৰমে 276 আৰু 3 ৷ যদি তাৰে এটা সংখ্যাৰ এক-তৃতীয়াংশৰ মান 23 হয়, তেন্তে আনটো সংখ্যা হ’ব:

5 / 30

তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ ?

6 / 30

তলত দিয়া চিত্ৰানুসাৰত কোনটো সংখ্যা সকলো জ্যামিতিয় আকাৰত অন্তৰ্ভুক্ত ?

Question Image

7 / 30

3C2B  4A
27A?64B
9C4A 16B

 

8 / 30

যদি এটা সংখ্যাৰ দুগুণ, 200 ৰ 60% ৰ সমান হয়, তেন্তে সংখ্যাটোৰ আধা হ’ব :

9 / 30

যদি এটা আয়তৰ প্ৰস্থ, দৈৰ্ঘ্যতকৈ 10 m কম আৰু আয়তটোৰ পৰিসীমা 40 m হয়, তেন্তে আয়তটোৰ প্ৰস্থ হ’ব :

10 / 30

ৰাজে দুটা ঘোঁৰা প্ৰতিটোতে 18,000 টকাকৈ বিক্ৰী কৰে। সি এটা ঘোঁৰাত 20% লাভ আৰু আনটোত 20% লোকচান ভৰিব লগা হয়। ৰাজৰ মুঠ লাভ বা লোকচানৰ পৰিমাণ হ’ল :

See also  শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান - Child Development and Pedagogy quiz

11 / 30

যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা 8 cm আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 cm হয়, তেন্তে ট্ৰেপিজিয়ামটোৰ কালি হ’ব :

12 / 30

NME-ICT কোন বছৰত আৰম্ভ কৰা হৈছিল ?

13 / 30

তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা ৷

14 / 30

Question Image

15 / 30

GH, JL, NQ, SW, YD, ?

16 / 30

যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয়, তেন্তে সংখ্যাটোৰ 50% ৰ মান কিমান হ’ব ?

17 / 30

4:20 বজাত, মিনিট আৰু ঘণ্টা কীটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ’ব :

18 / 30

42. যদি এটা চুঙাৰ ব্যাস 5cm আৰু আয়তন 650 cm³ হয়, তেন্তে চুঙাটোৰ উচ্চতা হ’ব :

19 / 30

কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভলেখৰ দ্বাৰা সূচোৱা হ’ল। কিমান শতাংশ পৰীক্ষাৰ্থীৰ নধৰ 60% তকৈ বেছি?

Question Image

20 / 30

যদি A, B, C য়ে ক্ৰমে +, −, × সূচায়, তেন্তে (10C4)A(4C4)B6 ৰ মান কি হ’ব ?

21 / 30

এটা টেংকীত 50 লিটাৰ পানী ভৰাব পাৰি৷ বৰ্ত্তমান, টেংকীটোৰ কেৱল 30% ভৰ্ত্তি হৈ আছে। টেংকীটো 50% ভৰ্ত্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন ?

22 / 30

যদি এটা আয়তৰ পৰিসীমা, এটা 4m বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয় আৰু আয়তৰ দীঘ তাৰ প্ৰস্থৰ তিনিগুণ হয়, তেন্তে আয়তটোৰ কালি হ’ব :

23 / 30

যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 cm আৰু 3 cm যুক্ত এটা আয়তৰ কালিৰ সমান হয়, তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ হ’ব:

See also  Assamese Literature Quiz - অসমীয়া সাহিত্যৰ কুইজ

24 / 30

তলৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হ’ল:

Question Image

25 / 30

যদি এটা চতুৰ্ভূজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে, তেন্তে সেই চতুৰ্ভূজটো এটা :

26 / 30

এটা শ্ৰেণীকোঠাৰ সকলো ল’ৰাক এক ৰেখাত থিয় কৰোৱা হ’ল। সেই শৃংখলত, কোনো এক ল’ৰাৰ স্থান দুই মূৰৰ পৰা উনবিংশ পোৱা গ’ল৷ শ্ৰেণীকোঠাত থকা ল’ৰাৰ সংখ্যা কিমান?

27 / 30

যদি কোনো এক বাছনী পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়, তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাত্ৰীৰ সংখ্যা কিমান ?

28 / 30

যদি এটা ত্ৰিভূজৰ প্রতিটো বাহুৰ মাপ ত্ৰিভূজটোৰ পৰিসীমাৰ এক-তৃতীয়াংশৰ সমান হয়, ত্ৰিভূজটোৰ প্রকাৰ কি?

29 / 30

30. তলত দিয়া কোনটো/কোনকেইটা উক্তি শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত শুদ্ধ ?

(a) বৃদ্ধিয়ে কেৱল জৈৱিক আৰু দৈহিক পৰিবৰ্তনক সূচায় ; কিন্তু বিকাশে মানসিক, সামাজিক আৰু আৱেগিক পৰিৱৰ্তনক বুজায়।

(b) বৃদ্ধি স্থৱিৰ ; কিন্তু বিকাশ এটা ধাৰাবাহিক প্রক্ৰিয়া ।

(c) বিকাশৰ অবিহনে বৃদ্ধি হব নোৱাৰে৷

(d) বৃদ্ধি আৰু বিকাশ গোটেই জীৱন জুৰি হৈ থাকে।

শুদ্ধ উত্তৰটো বাচি উলিওৱা :

30 / 30

29. বুদ্ধিৰ তত্বসমূহ আৰু এই তত্ব আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে:

বুদ্ধিৰ তত্ত্বসমূহতত্ত্বআগবঢ়োৱা ব্যক্তি
(a) দ্বি-উপাদান তত্ত্ব(i)ধথৰ্নডাইক
(b) বহু উপাদান তত্ত্ব(ii) স্পিয়েৰমেন
(c) সমূহীয়া উপাদান তত্ত্ব(iii) থমচন
(d) প্রতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব(iv) থাৰ্ষ্টোন

শুদ্ধ মিলটো বাচি উলিওৱা ৷

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
পৰিৱেশ অধ্যয়ন কুইজ
ইয়াত ক্লিক কৰক
শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজ ইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজ ইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়া ইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্ন ইয়াত ক্লিক কৰক

গণিত কুইজ চাকৰিৰ বাবে

আজি কুইজ শিতানত গণিত ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসম বা কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষা লগতে অসমৰ যিকোনো চাকৰিৰ নিৰ্বাচনী পৰীক্ষাত অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে। কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।

Mathematics Quiz In Assamese

Today, the Quiz  presents very important questions on Mathematics. These questions are very important for candidates who want to appear for Assam TET or Central Teacher Eligibility Test as well as any job election exam in Assam in future. All the questions forwarded to you from the Assam Teacher Eligibility Test Question Paper for the year 2019. Don’t forget to comment on how you get it. Thank you.

Leave a Comment