Home » Uncategorized » শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান – Child Development and Pedagogy quiz

শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান – Child Development and Pedagogy quiz

Child Development and Pedagogy quiz in Assamese

Created on
শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান (Child Development and Pedagogy)

শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান (Child Development and Pedagogy)

আজি কুইজ শিতানত শিশু বিকাশ আৰু শিক্ষা বিজ্ঞান ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসম বা কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষাত অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে। যদি আপোনালোকে বিচাৰে, তেন্তে সকলোবোৰ খণ্ড এনেদৰে আগবঢ়াই দিম। কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।

1 / 29

Winter Sale

30. তলত দিয়া কোনটো/কোনকেইটা উক্তি শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত শুদ্ধ ?

(a) বৃদ্ধিয়ে কেৱল জৈৱিক আৰু দৈহিক পৰিবৰ্তনক সূচায় ; কিন্তু বিকাশে মানসিক, সামাজিক আৰু আৱেগিক পৰিৱৰ্তনক বুজায়।

(b) বৃদ্ধি স্থৱিৰ ; কিন্তু বিকাশ এটা ধাৰাবাহিক প্রক্ৰিয়া ।

(c) বিকাশৰ অবিহনে বৃদ্ধি হব নোৱাৰে৷

(d) বৃদ্ধি আৰু বিকাশ গোটেই জীৱন জুৰি হৈ থাকে।

শুদ্ধ উত্তৰটো বাচি উলিওৱা :

2 / 29

29. বুদ্ধিৰ তত্বসমূহ আৰু এই তত্ব আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে:

বুদ্ধিৰ তত্ত্বসমূহতত্ত্বআগবঢ়োৱা ব্যক্তি
(a) দ্বি-উপাদান তত্ত্ব(i)ধথৰ্নডাইক
(b) বহু উপাদান তত্ত্ব(ii) স্পিয়েৰমেন
(c) সমূহীয়া উপাদান তত্ত্ব(iii) থমচন
(d) প্রতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব(iv) থাৰ্ষ্টোন

শুদ্ধ মিলটো বাচি উলিওৱা ৷

3 / 29

28.শিকনৰ আনুভূতিক ক্ষেত্ৰৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো কি?

4 / 29

27. শিশু মনোবিজ্ঞানৰ পিতৃ কোন ?

5 / 29

26.পিয়াজেৰ বিকাশৰ তত্ত্বমতে,তলৰ কোনটো প্ৰজ্ঞানাত্মক বিকাশৰ স্তৰসমূহৰ শুদ্ধ পৰ্য্যায়ক্ৰম ?

6 / 29

25. অনুশীলনৰ নীতিয়ে গুৰুত্ব দিয়ে :

7 / 29

24.এজন নেতা হিচাপে শিক্ষকজনে :

8 / 29

23. শিক্ষণৰ বক্তৃতা প্রদান পদ্ধতি :

9 / 29

22. শ্ৰেণীকোঠাত শিক্ষকে পাঠদান ফলপ্ৰসূভাৱে সম্পাদন কৰিবলৈ ছাত্ৰছাত্ৰীৰ প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ কৰিব লাগে। এই ক্ষেত্ৰত শিকনৰ কোনটো নীতি প্রয়োগ হৈছে ?

10 / 29

21. মনোনাটক হৈছে:

11 / 29

20. সৃজনীশীলতাৰ ‘স্তৰতত্ব’ কোনে বিকাশ কৰিছিল ?

12 / 29

19. মানসিকভাৱে স্বাস্থ্যবান শিক্ষকসকলে তলৰ কোনকেইটা বৈশিষ্ট্য প্রদৰ্শন কৰে?

(a) তেওঁলোকে নিজৰ কেৱল সবলতা সম্পৰ্কে ভালদৰে জানে ।

(b) তেওঁলোকে আনৰ কেৱল দূৰ্বলতা সম্পৰ্কে ভালদৰে জানে ।

(c) তেওঁলোকে নিজৰ ভুলবোৰ শুধৰুৱাৰ উপায় উলিয়াই লয়।

(d) নিজৰ কৰ্মকলৈ তেওঁলোক সন্তুষ্ট ।

(e) তেওঁলোকে অকৃতকাৰ্য্যতাক অতি সহজে গ্ৰহণ কৰিব পাৰে৷

শুদ্ধ বিকল্পটো বাচি উলিওৱা :

13 / 29

18. শিকনৰ কোনটো তত্বই ছাত্ৰ-ছাত্ৰীক কেৱল নিৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্ত্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে?

14 / 29

17. যেতিয়া কোনো এক সমস্যাৰ এটাতকৈ বেছি সম্ভাব্য সমাধান থাকে, আৰু তেনেধৰনৰ সমস্যাৰ সম্ভাব্য সমাধান সৃষ্টি কৰিব পৰা চিন্তনক কি নামেৰে জনা যায় ?

15 / 29

16. মাচূল’ৰ অভিৰোচনৰ ততত্বমতে, তলত দিয়াবোৰৰ ভিতৰত ‘‘প্ৰয়োজন’’ সমূহৰ শুদ্ধ ক্ৰম কোনটো ?

16 / 29

15. শিক্ষণৰ সক্ৰিয়োত্তৰ স্তৰত তলৰ কোনটো কাৰ্য কৰা নহয় ?

17 / 29

14. মনোবিজ্ঞানৰ মতবাদসমূহ আৰু সেইবোৰৰ সমৰ্থক সকলৰ তালিকা তলত দিয়া হৈছে :

মনোবিজ্ঞানৰ মতবাদসমূহসমৰ্থক সকল
(a) আচৰণবাদ(i) ভায়গটন্কী
(b) মনোবিশ্লেষণ(ii) স্কীনাৰ
(c) সামগ্ৰিকতাবাদ(iii) ফ্ৰয়ড
(d) গঠনবাদ বা ৰচনাত্মকবাদ(iv) ৱেইৰথেইমাৰ

শুদ্ধ মিলটো বাচি উলিওৱা ৷

18 / 29

13. তলত দিয়া তালিকাৰ পৰা বৰ্হিমুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ বাচি উলিওৱা :
(a) সামাজিকভাৱে বেছি সক্ৰিয় আৰু তৎপৰ ৷

(b) সদায় চিন্তামগ্ন অৱস্থাত পোৱা যায়।

(c) দলগত ক্ৰিয়াতকৈ আত্মক্ৰিয়াতহে বেছি গুৰুত্ব দিয়ে

(d) নমনীয় দৃষ্টিভংগী আৰু বন্ধুত্বসুলভ প্ৰকৃতিৰ ৷

(e) আবেগিক সমস্যাৰপৰা মুক্ত ৷

শুদ্ধ বিকল্পটো বাচি উলিওৱা :

19 / 29

12. শিক্ষণৰ প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকা :

20 / 29

11. ‘দৃট়ীকৰণৰ ধাৰণা’ তলৰ কোনটো তত্ত্বৰ মূল উপাদান ?

21 / 29

10. শিক্ষক হিচাপে, অপৰাধপ্রৱণ শিশুসকলক অভিৰোচনৰ বাবে তলত দিয়াবোৰৰ কোনটো আটাইতকৈ ভাল উপায় ?

22 / 29

9. ধীৰগতিৰ শিকাৰুৰ শ্ৰেণীকোঠাত, বিমূৰ্ত ধাৰণাবোৰ মূৰ্ত কৰিবলৈ, শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো হ’ল :

23 / 29

8. বুদ্ধাংশ নিৰ্ণয়ৰ শুদ্ধ পদ্ধতিটো হ’ল :

24 / 29

7, তলৰ কোনটো অভিৰোচন প্ৰক্ৰিয়াৰ অংশ নহয় ?

25 / 29

6. শিশুৰ মাজত সৃজনীশীলতাৰ বিকাশৰ কৌশলসমূহে অন্তৰ্গত কৰে :

26 / 29

5. তলত দিয়া কোনটো/কোনবোৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য অভিৰোচনৰ মূল উপাদান ?

27 / 29

3. তলৰ কোনজন ব্যক্তিয়ে সৃজনীশীলতাৰ পৰিমাপনৰ বাবে সৃজনীশীলতাৰ উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল ?

28 / 29

2. তলত দিয়া কোনবোৰ গঠনমূলক মূল্যায়নৰ বৈশিষ্ট্য ?

(a) ই নিদানমূলক আৰু প্ৰতিকাৰমূলক ৷

(b)ই ফলপ্রসূ দৃঢ়ীকৰণৰ সুবিধা দিয়ে।

(c) ই এক প্রকাৰৰ উৎপাদ মূল্যায়ন ।

(d) হই ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰে৷

শুদ্ধ বিকল্পটো বাচি উলিওৱা :

29 / 29

1. তলৰ কোনটোৰ বাবে ফলপ্রসূ শিক্ষাদান হয় ?

Your score is

The average score is 32%

0%

 

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান

 

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam