WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » কুইজ » Assamese Quiz – অসমীয়া কুইজ

Assamese Quiz – অসমীয়া কুইজ

Assamese Quiz – অসমীয়া কুইজ

Created on
অসম ৰাজ্যিক কুইজ

অসমীয়া কুইজ

আজি কুইজ শিতানত অসমৰ কিছু ঘটনা ওপৰত প্ৰশ্ন সমূহ আগবঢ়োৱা হৈছে । এই প্ৰশ্নসমূহ অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত অহা দেখিবলৈ পোৱা যায়। গতিকে আজি শিতানত আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।

1 / 15

"উপন্যাশ সম্ৰাট" বুলিও জনা যায়

2 / 15

"দেওধনী" নৃত্য কোন দেৱীৰ উপাসনাৰ সৈতে সম্পৰ্কিত:

3 / 15

আত্মানুসন্ধান আত্মজীৱনী খন কাৰ ৰচনা

4 / 15

কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পাথাৰ বুলি জনা গৈছিল:

5 / 15

অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল:

6 / 15

প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোন খন চহৰত অৱস্থিত:

7 / 15

নিম্নলিখিত কোনটো বন্যজীৱ অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত:

8 / 15

ক্ষেত্ৰ অনুসৰি অসম হৈছে ভাৰত_____ ডাঙৰ ৰাজ্য:

9 / 15

কোনটো দিন অসমত গঁড় দিৱস হিচাপে পালন কৰা হয়:

10 / 15

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী অসমীয়া কোন:

11 / 15

সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল:

12 / 15

কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল:

13 / 15

"শ্ৰী সূৰ্য পাহাৰ" কোন খন জিলাত অৱস্থিত:

14 / 15

কোন বছৰত কটন মহাবিদ্যালয় স্থাপন কৰা হৈছিল:

15 / 15

অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে:

Your score is

The average score is 68%

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰকwhatsapp share

অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক
আমাৰ WhatsApp গ্রুপত জইন হওকইয়াত ক্লিক কৰক

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam