Home » কুইজ » Assamese Language Mock Test – অসমীয়া ভাষাৰ কুইজ

Assamese Language Mock Test – অসমীয়া ভাষাৰ কুইজ

Assamese Language Mock Test – অসমীয়া ভাষাৰ কুইজ

Created on
Assamese Language Mock Test

অসমীয়া বিষয়ৰ কুইজ (দ্বিতীয় অংশ)

আজি কুইজ শিতানত অসমীয়া বিষয়ৰ ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসমৰ চাকৰিৰ বা অসম শিক্ষক যোগ্যতা পৰীক্ষা(ATET) কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষাত (CTET) অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে।

1 / 30

Winter Sale

135. তলৰ কোনটো উপাদান শিক্ষকে শিশুৰ শ্ৰৱণ দক্ষতা আয়ত্ত আৰু বৃদ্ধিৰ বাবে প্রয়োগ কৰিব পাৰে ?

2 / 30

134. নিম্নলিখিত কোনটো ণত্ব-বিধিৰ ফলত সৃষ্ট শব্দ ?

3 / 30

133. অসমীয়া ভাষাৰ ‘বৰ্ণ’ আৰু ‘আখৰ’ৰ মাজত পাৰ্থক্য আছেনে ?

4 / 30

132. ‘সত্যপ্ৰিয় পাঠক’ কোনজন লেখকৰ ছদ্মনাম ?

5 / 30

131. শংকৰদেৱৰ ‘গুণমালা’ পুথিখন কি ছন্দত ৰছিত ?

6 / 30

130. নিম্নলিখিত কোনটো দ্বিস্বৰৰ উদাহৰণ ?

7 / 30

129. এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে ?

8 / 30

128. কোনখন কাব্য সংকলনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?

9 / 30

127. তলৰ কোনটো ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ ?

10 / 30

126. অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হ’ল :

11 / 30

125. নিন্নলিখিত কোনবিধ কাৰকৰ প্ৰতিবন্ধকত উপভাষা সৃষ্টি হ’ব পাৰে ?

12 / 30

124. নিন্নলিখিত কোনটো স্ত্ৰী প্রত্যয়ৰ উদাহৰণ ?

13 / 30

123. নিম্নলিখিত কোনটো কৃৎ প্রত্যয়ৰ উদাহৰণ ?

14 / 30

122. নিম্নলিখিত সৰ্গকেইটাৰ পৰা পুৰুষবাচক বিভক্তিৰ চিন নিৰ্ণয় কৰা।

15 / 30

121. হিউৱেন চাঙৰ মতে-‘কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক’ - ইয়াত উল্লিখিত ‘কামৰূপৰ ভাষা’ বুলি তেওঁ অসমৰ কোনটো ভাষাৰ কথা ক’ব বিচাৰিছে ?

16 / 30

150. নিম্নলিখিত কোনখন গ্ৰন্থ মাধৱদেৱৰ তত্বমূলক ৰচনা ?

17 / 30

149. বৰগীতক কোনজন পণ্ডিতে ‘‘noble numbers’ বুলি কৈছিল

18 / 30

148. তলৰ কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষা জন্ম হৈছে ?

19 / 30

145. ‘বীণ-ব’ৰাগী’ আৰু ‘প্ৰতিমা’ৰ ৰচক কোন ?

20 / 30

147. নিম্নলিখিত কোনটো অসমীয়া ভাষাৰ অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ ?

21 / 30

146. পোনতে ব্যাকৰণৰ সংজ্ঞা বা সূত্ৰ আৰু নিয়ম উপস্থাপন কৰি তাৰ পিছত উপযুক্ত উদাহৰণ দি শিক্ষা দিয়াৰ অৰ্থ হ’ল - ছাত্ৰ-ছাত্ৰীক সূত্ৰ, সংজ্ঞাৰ পৰা উদাহৰণলৈ, অমূৰ্তৰ পৰা মূৰ্তলৈ আৰু সাধাৰণৰ পৰা বিশেষলৈ আগবঢ়াই নিয়া। এই শিক্ষাদান পদ্ধতিক কি বুলি কোৱা হয় ?

22 / 30

144. নিন্নলিখিত কোনটো ব্যঞ্জন সন্ধিৰ উদাহৰণ ?

23 / 30

143. মাধৱদেৱৰ নামঘোষাক কোনজন ভাষাবিদে ‘মহাপ্ৰাস্থানিক গীত’ বুলি আখ্যা দিছে ?

24 / 30

142. মাতৃভাষা হ’ল ব্যক্তিৰ :

25 / 30

141. মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ’ল :

26 / 30

140. শুদ্ধ ধাৰণাটো চিহ্নিত কৰা ঃ ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ দিয়া অসমীয়া ভাষাৰ পাঠ্যপুথিত থকা আৱশ্যকীয় :

27 / 30

139. ‘দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আঁৰে’ - এই গীতটিৰ ৰচক কোন ?

28 / 30

138. তলৰ কোনটোক প্ৰাক্‌-শংকৰী যুগৰ সমল হিচাপে ধৰিব পাৰি ?

29 / 30

137. গাঁওবুঢ়া’ নাটকৰ ৰচক হ’ল :

30 / 30

136. নীৰৱ পঠন :

Your score is

0%

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
গণিত কুইজইয়াত ক্লিক কৰক
পৰিৱেশ অধ্যয়ন কুইজ
ইয়াত ক্লিক কৰক
শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

Assamese Language Mock Test

Here we have given questions and answers on Assamese Language Mock Test Assam TET. Good practice arrangements have been made for the candidates appearing for the Assam TET exam in future. In this way we provide questions on various job selection exams in Assam through this website. Aspirants who are appearing for the job exam in Assam must visit our website daily

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam