Home » কুইজ » পৰিৱেশ অধ্যয়ন কুইজ (Environmental Studies Quiz)

পৰিৱেশ অধ্যয়ন কুইজ (Environmental Studies Quiz)

পৰিৱেশ অধ্যয়ন কুইজ

Created on
Environmental Studies Quiz In Assamese

পৰিৱেশ অধ্যয়ন (Environmental Studies)

আজি কুইজ শিতানত পৰিৱেশ অধ্যয়ন (Environmental Studies) ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসম বা কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষা লগতে অসমৰ যিকোনো চাকৰিৰ নিৰ্বাচনী পৰীক্ষাত অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে। কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।

1 / 30

Winter Sale

শাৰী শাৰীকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্যক কোৱা হয় :

2 / 30

চিমেন্ট ফেক্টৰীত কৰ্মৰত শ্ৰমিক সকলৰ কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে?

3 / 30

নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে:

4 / 30

তলৰ কোনটো বায়ু প্ৰদূষক নহয় ?

5 / 30

জনসংখ্যাৰ সূচকীয় বৃদ্ধিৰ সূত্ৰটো হৈছে:

6 / 30

জনসংখ্যাৰ বহনক্ষমতা নিৰ্দ্ধাৰিত কৰা হয় ইয়াৰ :

7 / 30

বন্য প্ৰাণী ক্ৰমাগত কমি যোৱাৰ প্ৰধান কাৰণ হ’ল:

8 / 30

আঞ্চলিক আৰু স্থানীয় প্ৰজাতি ভিন্নতাৰ অনুপাত জোখা প্ৰথাক কোৱা হয় :

9 / 30

তলৰ কোনবিধ আবৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয় ?

10 / 30

মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিবৰ্ত্তনক কোৱা হয় :

11 / 30

জৈৱবৈচিত্ৰতা:

12 / 30

ডেংগো ৰোগৰ বাহক হ’ল :

13 / 30

একক পৰিয়াল মানে :

14 / 30

মিনামাটা ৰোগ কিহৰ প্রভাৱত হয় ?

15 / 30

‘ৰেড্‌ ডাটা বুক’ত (ৰঙা তথ্য পুথি) তথ্য থাকে:

16 / 30

অজ’ন স্তৰ পোৱা যায়:

17 / 30

শিক্ষাত জ্ঞান আহৰণৰ পদ্ধতিটো বেচি ফলপ্ৰসূ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰযুক্তি :

18 / 30

তলৰ কোনটো পৰস্পৰ ক্ৰিয়াই উপ-বিবৰ্তনত সহায় নকৰে ?

19 / 30

‘পেডাগজি’ মানে কিহৰ অধ্যয়ন ?

20 / 30

তলত দিয়া কোনখন দেশত শিশু শ্রমিক খনিত নিযুক্তি দিয়া হয় ?

21 / 30

CNG সম্পূৰ্ণ নাম হৈছে:

22 / 30

উচ্চ পোষক খাপত DDT ৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিক কোৱা হয় :

23 / 30

BAST কিহৰ লগত জড়িত ?

24 / 30

বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগলিক অঞ্চলত পোৱা প্রজাতিক কোৱা হয় :

25 / 30

সেউজগৃহৰ প্রভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে ?

26 / 30

তলৰ কোনটো প্রজাতি শৃংখলিত প্রজাতিৰ উদাহৰণ ?

27 / 30

বন্যপ্ৰাণী সপ্তাহ উদ্‌যাপন কৰা হয় :

28 / 30

পৰিস্থিতি তন্ত্ৰত শক্তি প্রবাহ হয় :

29 / 30

উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে ?

30 / 30

এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষ অংশ কি ?

Your score is

0%

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

পৰিৱেশ অধ্যয়ন কুইজ চাকৰিৰ বাবে

আজি কুইজ শিতানত পৰিৱেশ অধ্যয়ন ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াই দিয়া হৈছে। যি সকল প্ৰাৰ্থীয়ে ভৱিষ্যতে অসম বা কেন্দ্ৰিয় শিক্ষক যোগ্যতা পৰীক্ষা লগতে অসমৰ যিকোনো চাকৰিৰ নিৰ্বাচনী পৰীক্ষাত অৱতীৰ্ণ হব বিচাৰিব তেওঁলোকৰ বাবে এই প্ৰশ্ন সমূহ অতি গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ আগবঢ়াই দিয়া সকলোবোৰ প্ৰশ্ন ২০১৯ বৰ্ষৰ অসম শিক্ষক যোগ্যতা পৰীক্ষা প্ৰশ্ন কাকতৰ পৰা আগবঢ়োৱা হৈছে। কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।

Environmental Studies Quiz In Assamese

Today, the Quiz  presents very important questions on environmental studies. These questions are very important for candidates who want to appear for Assam TET or Central Teacher Eligibility Test as well as any job election exam in Assam in future. All the questions forwarded to you from the Assam Teacher Eligibility Test Question Paper for the year 2019. Don’t forget to comment on how you get it. Thank you.

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam