পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) পৰমাণু গঠন অধ্যায় (Chapter) অধ্যায় ১ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) ৱেবছাইটৰ নাম Assamweb.in প্ৰশ্ন 1: কেনেল ৰশ্মি কি? উত্তৰ: কেনেল ৰশ্মি হ’ল গেছৰ বিদ্যুৎ মােক্ষণৰ সময়ত উৎপন্ন হােৱা এক ধনাত্মক আধানযুক্ত ৰশ্মি। ইয়াক কেথডৰ ছিদ্ৰৰ মাজেৰে পাৰ হৈ যায়। এই ৰশ্মি ধনাত্মক … Read more

প্ৰাকৃতিক সম্পদ Class 9 – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪

প্ৰাকৃতিক সম্পদ সমূহ শ্ৰেণী নৱম বিষয় বিজ্ঞান উপলব্ধ প্ৰশ্ন উত্তৰ অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ Class 9 পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ 1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ?উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বেছি আৰু কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কম। পৃথিৱীৰ বায়ুমণ্ডল জীৱৰ জীয়াই থকাৰ বাবে পৰিৱেশ উপকূল। আনহাতে, শুক্ৰ আৰু মংগল … Read more

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন খাদ্য সম্পদৰ উৎকৰ্ষ সাধন শ্ৰেণী নৱম বিষয় বিজ্ঞান অধ্যায় ১৫ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫ পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ 1. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰোঁ? উত্তৰঃ খাদ্যশস্য যেনে-ঘেঁহু, ধান, গােমধান আদিয়ে কার্বহাইড্রেটৰ যােগেদি প্রয়ােজনীয় শক্তিৰ যােগান ধৰে। মাহজাতীয় শস্য যেনে-বুট, মটৰ আদিয়ে আমাক প্ৰটিনৰ যােগান … Read more

কাৰ্য আৰু শক্তি Class IX – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১

কাৰ্য আৰু শক্তি Class IX কাৰ্য আৰু শক্তি Class 9 শ্ৰেণী নৱম শ্ৰেণীৰ বিষয় বিজ্ঞান পাঠ কাৰ্য আৰু শক্তি অধ্যায় অধ্যায় ১১ উপলব্ধ প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১ পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ 1. বস্তু এটাৰ ওপৰত 7N বল প্রয়োেগ হৈছে। ধৰা, বলৰ দিশত বস্তুটোৰ সৰণ 8 m। (চিত্র 11.3) সৰণৰ সমুদায় কালছােৱাত … Read more

আমি অসুস্থ হওঁ কিয় ? নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩

আমি অসুস্থ হওঁ কিয়, নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩ প্ৰশ্ন উত্তৰ উপলব্ধ আমি অসুস্থ হওঁ কিয় শ্ৰেণী নৱম বিষয় বিজ্ঞান উপলব্ধ প্ৰশ্ন উত্তৰ অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ? নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩ প্রশ্ন : সুস্বাস্থ্যৰ বাবে প্রয়ােজনীয় যিকোনাে দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্রয়ােজনীয় দুটা ব্যৱস্থা হ’ল- (ক) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা। … Read more

শব্দ Class 9 {প্ৰশ্ন উত্তৰ} নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 12 – Sound

শব্দ Class 9 শব্দ Class 9 শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান পাঠ (Lesson) শব্দ অধ্যায় (Chapter) অধ্যায় ১2 উপলব্ধ প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 12 পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ 1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তােমাৰ কাণ পাগৈ ? উত্তৰঃ স্পন্দনশীল বস্তু এটাই মাধ্যমত শব্দ উৎপন্ন কৰিলে মাধ্যমটোৰ … Read more

মহাকর্ষণ class 9 – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০

মহাকর্ষণ Class IX মহাকৰ্ষণ গঠন শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) মহাকৰ্ষণ অধ্যায় (Chapter) অধ্যায় ১০ উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ মহাকর্ষণ পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ 1. মহাকর্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। উত্তৰঃ বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকর্ষণ কৰে, … Read more

বল আৰু গতি বিষয়ক সূত্ৰ সমূহ – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯

বল আৰু গতি বিষয়ক সূত্ৰ সমূহ Class 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৯ ছেবা (SEBA ) প্ৰশ্ন উত্তৰ ইয়াত উপলব্ধ  বল আৰু গতি বিষয়ক সূত্ৰ সমূহ শ্ৰেণী নৱম শ্ৰেণীৰ বিষয় বিজ্ঞান পাঠ (Lesson) বল আৰু গতি বিষয়ক সূত্ৰসমূহ অধ্যায় (Chapter) অধ্যায় 9 উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা … Read more

গতি Class 9 নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 8

গতি Class 9 গতি Class 9 নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 8 প্ৰশ্ন উত্তৰ গতি শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) গতি অধ্যায় (Chapter) অধ্যায় 8 উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 8 পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ 1. বস্তু এটাই এক নির্দিষ্ট দূৰত্ব … Read more

কলা Class 9 [প্ৰশ্ন উত্তৰ] নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6

কলা শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) কলা অধ্যায় (Chapter) অধ্যায় 6 উপলব্ধ প্ৰশ্ন উত্তৰ (Question Answer) মাধ্যম (Medium) অসমীয়া (Assamese) পাঠ্যক্ৰম ছেবা (SEBA ) ৱেবছাইটৰ নাম Assamweb.in নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6 পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ প্রশ্ন : কলা কি?উত্তৰ : একোটা নির্দিষ্ট কার্য সম্পন্ন কৰা একে গঠন আৰু আকৃতি … Read more

জীৱৰ মৌলিক একক নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫

জীৱৰ মৌলিক একক নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ | Class 9 Science Chapter 5 Question Answer In Assamese | নৱম শ্ৰেণীৰ বিজ্ঞান জীৱৰ মৌলিক একক জীৱৰ মৌলিক একক শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) জীৱৰ মৌলিক একক অধ্যায় (Chapter) অধ্যায় 5 উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) … Read more

জীৱৰ বিচিত্ৰতা Class 9 নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 7

জীৱৰ বিচিত্ৰতা Class 9 জীৱৰ বিচিত্ৰতা শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) জীৱৰ বিচিত্ৰতা অধ্যায় (Chapter) অধ্যায় 6 উপলব্ধ প্ৰশ্ন উত্তৰ (Question Answer) মাধ্যম (Medium) অসমীয়া (Assamese) পাঠ্যক্ৰম ছেবা (SEBA ) ৱেবছাইটৰ নাম Assamweb.in নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 7 পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ প্রশ্ন : আমি জীৱবিলাকক কিয়া শ্রেণীবিভাজন কৰে … Read more

আমাৰ চাৰিওকাষৰ বস্তুবোৰ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১

আমাৰ চাৰিওকাষৰ বস্তুবোৰ | Class 9 Science Chapter 1 Question Answer in Assamese । নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ শ্ৰেণী  নৱম শ্ৰেণীৰ বিষয় বিজ্ঞান (Science) পাঠ আমাৰ চাৰিওকাষৰ বস্তুবোৰ অধ্যায় অধ্যায় ১ উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) ৱেবছাইটৰ নাম Assamweb.in আমাৰ চাৰিওকাষৰ বস্তুবোৰ Class 9 পাঠৰ মাজত থকা … Read more

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) আমাৰ চাৰিওকাষৰ বস্তুবোৰ অধ্যায় (Chapter) অধ্যায় ২ উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) ৱেবছাইটৰ নাম Assamweb.in আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ 1. পদার্থ বুলিলে কি বুজা ? উত্তৰঃ দ্ৰৱ … Read more

অনু আৰু পৰমাণু [প্ৰশ্ন উত্তৰ] নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3

অনু আৰু পৰমাণু অনু আৰু পৰমাণু শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX) বিষয় বিজ্ঞান (Science) পাঠ (Lesson) অনু আৰু পৰমাণু অধ্যায় (Chapter) অধ্যায় 3 উপলব্ধ প্ৰশ্ন উত্তৰ মাধ্যম (Medium) অসমীয়া পাঠ্যক্ৰম ছেবা (SEBA ) ৱেবছাইটৰ নাম Assamweb.in নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3 1. বিক্রিয়া এটাত 5.3gছডিয়াম কার্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্রিয়া কৰিছিল। উৎপাদিত দ্রব্যবােৰ আছিল … Read more