পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

পৰমাণু গঠন

পৰমাণু গঠন
শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX)
বিষয় বিজ্ঞান (Science)
পাঠ (Lesson) পৰমাণু গঠন
অধ্যায় (Chapter) অধ্যায় ১
উপলব্ধ প্ৰশ্ন উত্তৰ
মাধ্যম (Medium) অসমীয়া
পাঠ্যক্ৰম ছেবা (SEBA )
ৱেবছাইটৰ নাম Assamweb.in

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

পৰমাণুৰ গঠন
পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

1. কেনেল ৰশ্মি কি?
উত্তৰঃ কেনেল ৰশ্মি হ’ল তেজস্ক্রিয় ধনাত্মক আধানেৰে গঠিত ৰশ্মি যিয়ে কেথডৰ ছিদ্ৰৰ মাজেৰে পাৰ হৈ যায়। এই ৰশ্মি ধনাত্মক আধানযুক্ত প্ৰটিনৰ দ্বাৰা গঠিত।

2. পৰমাণু এটাত থকা প্ৰটন আৰু এটা ইলেক্ট্রন থাকিলে ই কোনাে আধান বহন কৰিবনে। নকৰে?
উত্তৰঃ এটা ইলেক্ট্রন ঋনাত্মকভাৱে আহিত আৰু এটা প্রটন ধনাত্মকভাৱে আহিত। গতিকে সিহঁতে বহন কৰা আধানৰ পৰিমাণ সমান। সেইবাবে এটা পৰমাণুত থকা প্ৰটন আৰু ইলেক্ট্রনে কোনাে ধৰণৰ আধান বহন নকৰিব।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তঃ থমছৰ পৰমাণুৰ আৰ্হিৰ মতে এটা পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধান সমান মানৰ। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্রশম হয়।

2. ৰাডাৰফ ‘র্ডৰ পৰমাণুৰ আৰ্হিৰমতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে?
উত্তৰ: প্ৰটন (proton)।

3. তিনিটা খেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকণ কৰা।
উত্তৰ:

4. যদি α-কণা বিছুৰণ পৰীক্ষাটোত সােণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয়। তেনেহ’লে কি দেখা যাব বুলি ভাৱা ?
উত্তৰ: সােণৰ পাতৰ সলনি আন ধাতু ব্যৱহাৰ কৰিলে প্রায় একে ফল পােৱা যাৱ। কিন্তু, সকলাে ধাতুৱে ঘাতসহনশীল নহয় যাৰ বাবে অতি পাতল পাতলৈ ৰূপান্তৰ কৰিব নােৱাৰি। অতি পাতল পাতৰ মাজেৰেহে α কণা সহজে বিছুৰণ কৰিব পাৰি।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

1. পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা।
উত্তৰ: পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম হ’ল- নিউট্রন, প্রটন আৰু ইলেক্ট্রন।

2. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্রটন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?
উত্তৰঃ পৰমাণু এটাৰ ভৰ পৰমাণুটোত থকা প্রটন আৰু নিউট্রনৰ ভৰৰ সমান আৰু পৰমাণুত প্রটন আৰু নিউট্রন সংখ্যা সমান সমান থাকে। যিহেতু প্রটন দুটা আছে। গতিকে, নিউট্রনাে দুটা থাকিব।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

1. কার্বন আৰু ছডিয়াম পৰমাণুত ইলেক্ট্রন বিতৰণ দেখুওৱা।
উত্তৰ:

2. পৰমাণু এটাৰ K আৰু L খেলবােৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্রনৰ মুঠ সংখ্যা কিমান হ’ব?
উত্তৰঃ K শ্বেলত থকা ইলেক্ট্রন সংখ্যা =2n²
= 2×1² = 2.
L খেলত থকা ইলেক্ট্রনৰ সংখ্যা = 2n²
= 2×2² = 8
K আৰু L শ্বেলবােৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত থকা মুঠ ইলেক্ট্রনৰ সংখ্যা হব = 2+ 8 = 10 টা।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

1. ক্ল’ৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ যােজ্যতা কেনেদৰে পাবা?
উত্তৰ: পৰমাণু এটাৰ বহিঃকক্ষত থকা ইলেক্ট্রনক যােজ্যতা ইলেক্ট্রন বােলে। পৰমাণুটোৰ বহিঃকক্ষত 1 টা, 2 টা বা 3 টাকৈ ইলেক্ট্রন থাকিলে পৰমাণুটোৱে ইলেক্ট্রন এৰি দিব আৰু 5 টা, 6 টা বা 7 টাকৈ ইলেক্ট্রন থাকিলে ইইয়াৰ বহিঃকক্ষত সাতটা ইলেক্ট্রন সম্পূর্ণ কৰিবলৈ ইলেক্ট্রন গ্রহণ কৰিব। গতিকে, পৰমাণুটোৱে এৰি দিয়া বা গ্রহণ কৰা ইলেক্ট্রনবােৰেই হ’ল যােজ্যতা ইলেক্ট্রন। এতিয়া-
ক্ল’ৰিণৰ যােজ্যতা- 2. 8. 7
ছালফাৰৰ যােজ্যতা-2. 8. 6
মেগনেছিয়ামৰ যােজ্যতা- 2. 8. 2
ক্ল’ৰিণৰ যােজ্যতা ইলেক্ট্রন হ’ল = 8 -7=1
ছালফাৰৰ যােজ্যতা ইলেক্ট্রন হ’ল = 8 – 6=2
মেগনেছিয়ামৰ যযাজ্যতা ইলেক্ট্রন হ’ল = 8 – 6=2

1. যদি পৰমাণু এটাত ইলেক্ট্রনৰ সংখ্যা ৪ আৰু প্ৰটিনৰ সংখ্যাও 8 হয় তেন্তে
(i) পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ’ব?
(ii) পৰমাণুটোৰ আধান কিমান হ’ব?
উত্তৰঃ (i) পৰমাণু এটাত থকা প্ৰটিনৰ সংখ্যাই হ’ল পাৰমাণৱিক সংখ্যা। যিহেতু পৰমাণুটোত 8 টা প্র’টন আছে, গতিকে ইয়াৰ পৰামাণৱিক সংখ্যা হ’ব 8।
(ii) যিহেতু পৰমাণুটোত ইলেক্ট্রন আৰু প্ৰটিনৰ সংখ্যা সমান গতিকে, পৰমাণুটোৰ আধান শূণ্য হ’ব।

লগতে পঢ়ক:   আমি অসুস্থ হওঁ কিয় ? নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩

2. তালিকা 4.1 ৰ সহায়ত অক্সিজেন আৰু ছালফাৰৰ পৰমাণুৰ ভৰ সংখ্যা উলিওৱা।
উত্তৰঃপৰমাণু কেন্দ্ৰত থকা প্ৰটিন আৰু নিউট্রনৰ মুঠ সংখ্যাৰ যােগফলক পৰমাণুৰ ভৰ সংখ্যা বােলে।
গতিকে, অক্সিজেনত থকা প্ৰটন = 8
নিউট্রন = 8
∴ ভৰ সংখ্যা = 8 + 8 = 16
ছালফাৰত থকা প্রটন = 16
নিউট্রন = 16
∴ ভৰ সংখ্যা = 16 +16 = 32

1. চিহ্ন H, D আৰু T প্ৰতিটোতে পােরা উপ-পাৰমাণৱিক কণাবােৰ তালিকাভূক্ত কৰা।
উত্তৰঃ

চিহ্ন প্রটন নিউট্রন ইলেক্ট্রন
H 1 0 1
D 1 1 1
T 1 2 1

2. একোযযাৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্রনীয় বিন্যাস লিখা।
উত্তৰ :এযােৰ সমস্থানিকৰ উদাহৰণ হ’ল-
12C6, আৰু 14C6,
এযােৰ সমভাৰীৰ উদাহৰণ হ’ল- 22Ne10 আৰু 22Ne11

পৰমাণু গঠন Class 9

অনুশীলনীৰ প্রশ্নোত্তৰ
1. ইলেক্ট্রন, প্রটন আৰু নিউট্রন ধর্মসমূহ তুলনা কৰা।
উত্তৰ:

উপপৰামাণৱিক কণা। আধানৰ প্ৰকৃতি ভৰ অৱস্থান
ইলেক্ট্রন ইলেক্ট্রনবােৰ ঋণাত্মক ভাৱে আহিত  9×10-31 kg নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্রন বােৰ বিন্নিক ক্ষপথত বিভক্ত হৈ থাকে
প্রটন প্র’টন বােৰ ধণাত্মক ভাৱে আহিত 1.672×10^-27 নিউক্লিয়াছ
নিউট্রন নিউট্রনবােৰ প্রশম প্রটনৰ ভৰৰ সমানেই নিউক্লিয়াছ

 

2. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ থমছনৰ আৰ্হিয়ে পৰমাণুবােৰ বৈদ্যুতিকভাৱে যে প্রশম তাক প্ৰমাণ কৰিব পাৰিছিল যদিও ৰাৰফৰ্ডৰ আৰ্হিৰ দৰে ফলাফল পােৱা
নাযায়। থমছনৰ আৰ্হিৰ কোনাে ধৰণৰ প্ৰমাণিক ৰূপ। পােৱা নাযায়।

3. ৰাডৰফ ‘র্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
-উত্তৰঃ ৰাডৰফৰ্ডৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতাসমূহ হ’ল- ৰাডাৰফৰ্ডৰ আৰ্হিৰ পৰা বৃত্তকাৰ কক্ষপথত ইলেক্ট্রনৰ পৰিভ্রমণ সুস্থিৰ হােৱা আশা কৰা নাযায়। এই আৰ্হিমতে, বৃত্তাকাৰ কক্ষপথত যিকোনাে কণাৰ ত্বৰণ ঘটে আৰুত্বৰণৰ সময়ত আধানযুক্ত কণাইশক্তি বিকিৰণ কৰে। যাৰ ফলত ইলেক্ট্রনেশক্তি হেৰুৱাব আৰু নিউক্লিয়াছত পতিত হ’ব। এইটো হােৱা হ’লে পৰমাণু অতিশয় অশান্ত হ’লহেতেন আৰু পদার্থক আমি দেখা ৰূপত পােৱা নগ’লহেতেন। আমি জানাে। যে পৰমাণুসমূহ সুস্থিৰ।

4. ব’ৰৰ পৰমাণু আৰ্হিটো বর্ণনা কৰা৷
উত্তৰ: ব’ৰপৰমাণুৰ আৰ্হিটোৰ স্বীকাৰ্য্যসমূহ হল
(i) পৰমাণুৰ ভিতৰত ইলেক্ট্রনৰ কিছুমান নির্দিষ্ট অনুমােদিত কক্ষপথ থাকে। অনুমােদিত কক্ষপথ থাকে।
(ii) এই কক্ষপথবােৰত ঘূৰি থাকোতে ইলেক্ট্রনে শক্তি বিকিৰণ কৰে।
ব’ৰৰ আৰ্হিৰ কক্ষপথবােৰ বা শ্বেলবােৰক শক্তিস্তৰ বােলা হয়। এই শক্তিস্তৰবােৰ K, L, M,
N,………. আখৰেৰে বুজোৱা হয় বা n=1, 2, সংখ্যাৰে বুজোৱা হয়।

M শ্বেল
L শ্বেল
K শ্বেল
নিউক্লিয়াছ

6. প্রথম ওঠৰ টা মৌলৰ কাৰণে বিভিন্ন শ্বেত ইলেক্ট্রন বণ্টনৰ নিয়মবােৰ সংক্ষেপে লিখা।
উত্তৰঃ যদি মৌল এটাৰ কক্ষপথৰ শক্তিস্তৰবোেৰ দিয়া থাকে তেন্তে এটা খেলত থকা ইলেক্ট্রনিৰ
সর্বোচ্চ সংখ্যা হ’ব 2n²।
গতিকে,
প্রথম কক্ষপথ বা K-খেলত ইলেক্ট্রন থাকিব = 2×12 = 2.
দ্বিতীয় কক্ষপথ বা L-খেলত ইলেক্ট্রন থাকিব =2×2² = 8
তৃতীয় কক্ষপথ বা M-খেলত ইলেক্ট্রন থাকিব = 2×3² = 18
পৰমাণু এটাৰ বহিৰতমকক্ষত সর্বোচ্চ ৪টাকৈ ইলেক্ট্রন থাকিব পাৰে। পৰমাণুৰ কক্ষপথবােৰ ইহঁতৰ শক্তিৰ ক্রম অনুযায়ী সম্পূর্ণ হয়।

7. ছিলিকন আৰুঅক্সিজেনক উদাহৰণ হিচাপে লৈ যােজ্যতাৰ সংজ্ঞা দিয়া।
উত্তৰ পৰমাণু এটাত থকা মুঠ ইলেক্ট্রনৰ সংখ্যাক যােজ্যতা আৰু বহিৰতম কক্ষত থকা ইলেক্ট্রনবােৰক যােজ্যতা ইলেক্ট্রন বােলে।

ছিলিকনৰ ইলেক্ট্রনীয় যােজ্যতা হ’ল 2.8.4। ইয়াৰ বহিঃকক্ষত থকা 4 টা ইলেক্ট্রন ভাগ-বতৰা হৈ সহযােজী বান্ধনি গঠন কৰি অষ্টফলকীয় নিয়ম সম্পূর্ণ কৰিব। অক্সিজেনৰ ইলেক্ট্রনীয় বিন্যাস হ’ল 2.6। ইয়াৰ বহিঃকক্ষত 6 টা ইলেক্ট্রন আছে। অষ্টফলকীয় নিয়ম সম্পূর্ণ কৰাৰ বাবে ই 2 টা ইলেক্ট্রন গ্রহণ কৰিব।

লগতে পঢ়ক:   বল আৰু গতি বিষয়ক সূত্ৰ সমূহ – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯

8. উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।
(i) পাৰমাণৱিক সংখ্যা (ii) ভৰ সংখ্যা (iii) সমস্থানিক আৰু (iv) সমভাৰী।
সমস্থানিকৰ যিকোনাে দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (i) পাৰমাণৱিক সংখ্যাঃ পৰমাণু এটাত থকা প্ৰটিনৰ সংখ্যাকে তাৰ পাৰমাণৱিক সংখ্যা বােলে। যেনে- হাইড্রজেনত মাত্র এটাহে প্রটিন থাকে বাবে ইয়াৰ পাৰমাণৱিক সংখ্যা Z = 1।
(ii) ভৰ সংখ্যাঃ পৰমাণু এটাৰ পৰমাণুকেন্দ্রত থকা প্ৰটিন আৰু নিউট্রনৰ মুঠ সংখ্যাৰ যােগফলকে ভৰ সংখ্যা বােলে। যেনে- আর্গন পৰমাণুত প্রটন 18 টা আৰু নিউট্রন 22 টা থাকে। গতিকে ইয়াৰ ভৰ সংখ্যা হ’ল = 18 + 22 =40
(iii) সমস্থানিকঃ যি মৌলবােৰৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ সেইবােৰক সমস্থানিক বােলে। যেনে- 12C6, আৰু C6
(iv) সমভাৰীঃ বেলেগ বেলেগ পাৰমাণৱিক সংখ্যাবিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবােৰক সমভাৰী বােলে।
সমস্থানিকৰ দুটা ব্যৱহাৰ হ’ল-
(i) ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লিয়ৰিয়েক্টৰত ব্যৱহাৰ কৰা হয়।
(ii) ক’বাল্টৰ এটা সমস্থানিক কর্কট ৰােগৰচিকিৎসাত ব্যৱহাৰ কৰা হয়।

পৰমাণু আৰু অণু

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন : কোনে প্রথমে পৰমাণু কিছুমান অৱ-পাৰমাণৱিক কণাৰে গঠিত কৈছিল?
উত্তৰঃ জে. জে. থমচনে 1900 চনত।।

প্রশ্ন) কেনেল ৰশ্মি বা ধনৰশ্মি কোনে আবিষ্কাৰ কৰিছিল ?
উত্তৰ: ই, গােল্ডষ্টেইনে।

প্রশ্ন) কোনে প্রথমে বৈদ্যুতিক আধানৰ প্রকৃতি সম্পর্কে মতপােষণ কৰিছিল ?
উত্তৰ: উইলিয়াম গিলবার্টে।

প্রশ্ন : কোনে প্রথমে কি পৰীক্ষাৰ সহায়ত ধনাত্মক আৰু ঋণাত্মক আধানযু আয়নৰ দ্বাৰা বিদ্যুৎ বিশ্লেষ্যবােৰ গঠিত বুলি জনাইছিল ?
উত্তৰ: মাইকেল ফ্রেডে বিদ্যুৎ বিশ্লেষণ পৰীক্ষাৰ দ্বাৰা বৈদ্যুতিক বিশ্লেষ্যবাে ধনাত্মক আৰু ঋণাত্মক আয়নৰ দ্বাৰা গঠিত বুলি জনাইছিল।

প্রশ্ন) কোনে কেতিয়া ঋণাত্মক আধানযুক্ত আয়নত থকা আধানক ইত্ত্বে’ন বুলি নামাংকন কৰিছিল ?

উত্তৰ: পি জে, ষ্টনীয়ে 1874 চনত বৈদ্যুতিক আধানযুক্ত আয়নৰােৰত থকা আধানক ইলেক্ট্রন বুলি নামাংকন কৰিছিল।

প্রশ্ন) কাৰ পৰীক্ষাৰ পৰা ইলেক্টনৰ স্থিতি সম্পর্কে জানিব পৰা গৈছিল ?
উত্তৰঃ জে জে থমছনৰ পৰীক্ষাৰ পৰা ইলেক্ট্রনৰ স্থিতিনি প্রমাণ পোৱা গৈছিল।

প্রশ্ন) পাৰমাণৱিক এককত ইলেক্ট্রন আৰু প্ৰট’নৰ ভৰ কিমান?
উত্তৰ: ইলেক্ট্রনৰ ভৰ এর 5.4857 x 10‾4 ) । প্রট ‘নৰ ভৰ= 1.00728u

প্রশ্ন) কোনে প্রথমে পৰমাণুৰ আহি উদ্ভাৱন কৰিছিল?
উত্তৰ: জে, জে, থমচনে – প্লাম পুডিং আহি।

প্রশ্ন) পৰমাণুৰ সর্বজন গৃহীত বর্তমানৰ আহিটো কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰ: নীলচ ব’ৰে।

প্রশ্ন) নিউট্রন কোনে আবিষ্কাৰ কৰিছি?
উত্তৰ: 1932 চনত জেমছ ছাড়উইকে।

প্রশ্ন) ইলেক্ট্রনবােৰ কক্ষপথত সজ্জিত হৈ থকা সূত্ৰটো কি?
উত্তৰ: বৰ-বেৰিৰ 2n² (n=1,2,3….) সূত্র।

প্রশ্ন) Clৰ ইলেক্ট্রনীয় বণ্টন কেনে হ’ব লিখি যােজ্যতা নির্ণয় কৰা।
উত্তৰ: Cl ৰ ইলেক্ট্রনীয় বণ্টন হ’ল ঃ 2 8 7; ইয়াৰ যােজ্যতা হ’ল -1

প্রশ্ন) পাৰমাণবিক সংখ্যা কি?
উত্তৰ: পৰমাণুত থকা প্ৰটনৰ সংখ্যাকে পাৰমাণৱিক সংখ্যা বােলে।
প্রশ্ন) আহচ’টপ কাক বােলে ?

উত্তৰঃএটা মৌলৰ যিবােৰ পৰমাণুৰ পাৰমাণৱিক ভৰ বা ভৰ সংখ্যা বেলেগ সেইবােৰকে আইচ’টপ বা সমস্থানিক বােলে।
প্রশ্ন) আইচ ‘বাৰৰ সংজ্ঞা লিখা।
উত্তৰ একে ভৰ সংখ্যাযুক্ত কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ পৰমাণুবােৰক আইচ’বাৰ বােলে।
প্রশ্ন) কার্বনৰ সমস্থানিক দুটাৰ সংকেত লিখা।
উত্তৰ: কার্বনৰ সমস্থানিক দুটাৰ সংকেত হ’ল:12 C6 আৰু 14C6

প্রশ্ন) আইচ টন কি ?
উত্তৰ যিবােৰ পৰমাণুত নিউট্রন সংখ্যা একে থাকে তাকে আইচটন বলে।

লগতে পঢ়ক:   অনু আৰু পৰমাণু [প্ৰশ্ন উত্তৰ] নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3

প্রশ্ন)কেনেল ৰশ্মি কি?
উত্তৰঃ কেনেল ৰশ্মি: গেছৰ বিদ্যুৎ মােক্ষণত কেথ’ড ৰ পৰা তাৰ বিপৰীত দিশ কেথডৰ ৰন্ধৰ মাজেৰে সি ধনাত্মক ৰশ্মিৰ উদ্ভৱ হয় তাকে কেনেল ৰশ্মি বা ধন ৰশ্মি। বােলে।

Also Read: Class 9 Science Chapter 5 Question Answer In Assamese

Class 9 Science Chapter 4 Question Answer In Assamese

প্রশ্ন)পৰমাণু এটাত এটা প্রটন আৰু এটা ইলেকট্রন থাকিলে ই কোনাে আধান বহন কৰিবনে নকৰে?
উত্তৰ: পৰমাণু এটাত এটা প্রটন আৰু এটা ইলেক্ট্রন থাকিলে ই কোনাে আধান বহন নকৰে। কাৰণ দুয়ােৰে আধান সমান আৰু বিপৰীত ধর্মী। গতিকে পৰমাণুটো উদাসীন হ’ব।

প্রশ্ন) থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্রশম হয় ব্যাখ্যা কৰা।
উত্তৰ:থমছনৰ পৰমাণু আহিমতে পৰমাণু এটাত থকা প্রটন আৰু ইলেক্ট্রনিৰ সংখ্যা সমান। দুয়ােৰে আধান বিপৰীত আৰু সমমানৰ। গতিকে বৈদ্যুতিকভাৱে পৰমাণু এটা উদাসীন।

প্রশ্ন) ৰাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো অৱ- পাৰমাণৱিক কণা থাকে।
উত্তৰ ৰাৰফৰ্ডৰ পৰমাণুৰ আহিমতে প্রটন অৱ-পাৰমাণৱিক কণাবােৰ পৰামাণুৰ কেন্দ্ৰত থাকে ।

প্রশ্ন ) জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰ: জে, জে থমচনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা হল—
(i) থমচনৰ মতে পৰমাণুৰ ভৰ তাৰ ইলেক্ট্রন আৰু প্ৰটনৰ মুঠ ভৰৰ সমান।

(ii) পৰমাণুত ইলেক্ট্রন আৰু প্ৰ’টিন সমভাবে বিতৰণ হৈ থাকে যিটো ৰাৰফডে নাকচ কৰে।
প্রশ্ন) ৰাড়াৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰ : ৰাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ আসোঁৱাহসমূহ হল—
(i) বিকিৰণৰ বিদ্যুৎ চুম্বকীয় সূত্র অনুসৰি আধানযুক্ত বস্তু এটা বৃত্তাকাৰ পথত ঘূৰি থাকিলে ই অবিচ্ছিন্নভাৱে শক্তি বিকিৰণ কৰিব। ৰাডাৰফ’ৰ্ডৰ আহিত ইলেক্ট্রনবােৰ বৃত্তাকাৰ কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে। যিহেতু ইলেক্ট্রনিটো ঋণাত্মক আধানযুক্ত, গতিকে বৃত্তাকাৰ পথত ঘুৰি থাকোতে ইলেক্টনটোৱে অৱিচ্ছিন্নভাৱে শক্তি বিকিৰণ কৰি থাকিব। ফলস্বৰূপে ইলেক্ট্রনটোৱে  ক্রমান্বয়ে শক্তি হেৰুৱাই কুণ্ডলীৰ দৰে পথেৰে আহি নিউক্লিয়াছত পৰিবহি তার্থাৎ সৌৰজগতৰ দৰে ৰাৰফৰ্ডৰ পৰমাণুটো সুস্থিৰ হ’ব নােৱাৰে।
(ii) ৰাৰফৰ্ডৰ মতে ইলেক্ট্রনবােৰে নিউক্লিয়াছৰ চাৰিফালে নিৰৱচ্ছিন্নভাৱে ঘূৰি থাকি শক্তি বিকিৰণ কৰে। ফলত পৰমাণু এটাৰ পৰা পােৱা বৰ্ণালী নিৰৱচ্ছিন্ন হ’ব লাগে। কিন্তু পৰমাণুবােৰে এক নির্দিষ্ট কল্পনাংকৰ (ৰঙৰ)হে ৰেখা বর্ণালী দেখুৱায় ।

প্রশ্ন)ব’ৰৰ পৰমাণুৰ আৰ্হিৰ স্বীকাৰ্য্য সমূহ লিখা।
উত্তৰ: ব’ৰৰ পৰমাণুৰ আৰ্হিৰ স্বীকাৰ্য্য সমূহ হ’ল –
(i) পৰমাণুৰ কেন্দ্ৰৰ চাৰিওফালে কিছুমান বিচ্ছিন্ন কক্ষপথ আছে, য’ত ইলেক্ট্রনবােৰে সুস্থিৰভাৱে থাকে।
(ii) সুস্থিৰ কক্ষপথত থকা ইলেক্ট্রনবােৰে শক্তি বিকিৰণ নকৰে।

Class 9 Science Chapter 4 Question Answer In Assamese

প্রশ্ন) ব’ৰৰ পৰমাণুৰ আৰ্হিটো বর্ণনা কৰা।
উত্তৰ: বৰৰ পৰমাণু আৰ্হিটো বর্ণনা কৰা হ’ল—
(i) পৰমাণু এটাৰ ইলেক্ট্রনবােৰে নিউক্লিয়াছটোৰ চাৰিওফালে থকা কিছুমান নির্দিষ্ট বৃত্তাকাৰ কক্ষপথত ঘুৰি থাকে। এই কক্ষপথবােৰক স্থিৰ কক্ষপথ (stationary orbit) বা শক্তিস্তৰ (energy level) বুলি কোৱা হয়।
(ii) প্ৰতিটো শক্তিৰত নিহিত থকা শক্তিৰ পৰিমাণ নির্দিষ্ট। শক্তিস্তৰ বােৰক K, L, M, N…… বা 1, 2, 3, 4 …..সংখ্যাৰ দ্বাৰা বুজোৱা হয়। নিউক্লিয়াছৰ একেবাৰে ওচৰত শক্তি স্তৰটোৰ (K-শক্তিস্তৰ বা | শক্তিস্তুৰ) শক্তি নিম্নতম। নিউক্লিয়াছৰ পৰা আতৰি
যােৱাৰ লগে লগে ওপৰলৈ কক্ষপথবােৰৰ শক্তি ক্রমান্বয়ে বাঢ়ি গৈ থাকে। অর্থাৎ পৰমাণু এটাত কক্ষপথবােৰৰ শক্তি বাঢ়ি যােৱাৰ ক্ৰমটো হৈছেK <L <M < N, (বা। <3 <3 < 4……)।

(iii) নিদিষ্ট কক্ষপথ এটাত ঘুৰি থাকোতে ইলেক্ট্রন এটাত নির্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে। গতিকে স্থিৰ কক্ষপথ এটাত ঘুৰি থকা অৱস্থাত ইলেক্ট্রন এটাই শক্তিৰ অৱশােষণ বা বিকিৰণ নকৰে।
(iv) এটা কক্ষপথৰ পৰা অন্য এটা কক্ষপথলৈ ইলেক্ট্রন এটাই জঁপিয়ালে নির্দিষ্ট পৰিমাণৰ শক্তি অরশােষণ বা বিকিৰণ কৰিব। তলৰ কক্ষপথৰ পৰা ওপৰৰ কক্ষপথলৈ গলে ইলেক্ট্র’নে শক্তি অৱশােষণ কৰিব আৰু ওপৰৰ কক্ষপথৰ পৰা তলৰ কক্ষপথলৈ জপিয়ালে ইলেক্ট্র’নে শক্তি বিকিৰণ কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top