WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » কুইজ » Assam History Quiz – অসম বুৰঞ্জীৰ কুইজ

Assam History Quiz – অসম বুৰঞ্জীৰ কুইজ

Assam History Quiz – অসম বুৰঞ্জীৰ কুইজ

Assam history quiz questions and answers in Assamese – Today in this quiz questions have been raised on some incidents of the history of Assam during the days of the Ahom king. These questions can be seen appearing in various types of competitive exams in Assam. So expand your history knowledge of Assam in today’s quiz

55
অসম বুৰঞ্জীৰ কুইজ

অসম বুৰঞ্জীৰ কুইজ

আজি কুইজ শিতানত অসম বুৰঞ্জীৰ আহোম ৰজাৰ দিনত সংঘটিত কিছু ঘটনা ওপৰত প্ৰশ্ন সমূহ আগবঢ়োৱা হৈছে । এই প্ৰশ্নসমূহ অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত অহা দেখিবলৈ পোৱা যায়। গতিকে আজি শিতানত আপোনাৰ অসমৰ বুৰঞ্জী জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।

অনুগ্ৰহকৰি আপোনাৰ শুদ্ধ নামটো লিখক।

1 / 20

প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস 'ভানুমতী'ৰ ৰচয়িতা কোন আছিল?

2 / 20

কোনগৰাকী আহোম ৰাজকুমাৰীক মান(ব্ৰহ্মদেশ) ৰজালৈ বিয়া দিয়া হৈছিল?

3 / 20

গোহাঁই কমল আলি কোনজন ৰজাৰ দিনত সজোৱা হৈছিল?

4 / 20

১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত অসমৰ কোনখন জিলা পাকিস্তানৰ অন্তৰ্ভূক্ত হৈছিল?

5 / 20

চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোন বছৰত প্ৰাচীন কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?

6 / 20

অসমীয়া "বাৰী ব্যৱস্থাপনা"ৰ পিতৃপুৰুষ কোন আছিল?

7 / 20

'বামুণী কোঁৱৰ' বুলি কোনগৰাকী আহোম ৰজাক জনা গৈছিল?

8 / 20

ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদ গৰাকী কোন আছিল?

9 / 20

তলৰ কোনটো ঐতিহাসিক ঘটনাক অসমৰ জালিৱনাবাগ বুলি কোৱা হয়?

10 / 20

কোনগৰাকী আহোম ৰজাই অসমত প্ৰথম মূদ্ৰা বিনিময় প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল?

11 / 20

ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতিত অসমৰ কোন প্ৰতিনিধি আছিল?

12 / 20

অসম এচ'ছিয়েচনৰ (১৯০৩) প্ৰতিস্থাপক সম্পাদক কোন আছিল?

13 / 20

নামদাঙৰ শিলৰ সাঁকো কোন আহোম ৰজাৰ দিনত সজোৱা হৈছিল?

14 / 20

মধ্যযুগীয় কবি 'ৰামসৰস্বতী'য়ে কোনজন ৰজাৰ ৰাজসভাৰ শোভা বৰ্ধণ কৰিছিল?

15 / 20

'চকৰি ফেটি বুৰঞ্জী' খন পুৰি পেলাবলৈ কোনজন আহোম ৰাজমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ?

16 / 20

তলৰ কোনগৰাকী ব্যক্তিক চিলাৰায় নামেৰেও জনা যায়?

17 / 20

ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন কোন দেশত অৱস্থিত?

18 / 20

আহোম ৰাজত্ব অসমত কিমান বছৰ ধৰি চলিছিল?

19 / 20

অসমৰ কোন চহৰত ১৫০৫ খৃঃত শিখ গুৰু টেগবাহাদুৰে স্থাপন কৰা ঐতিহাসিক গুৰুদ্বাৰ এতিয়াও জিলিকি আছে?

20 / 20

অসমৰ কোনখন চহৰৰ নামাকৰণ এগৰাকী ইটালীৰ ৰাজকুমাৰীৰ নামেৰে কৰা হৈছে?

Your score is

The average score is 56%

0%

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam