Quiz In Assamese – অসমীয়া অনলাইন কুইজ (স্বাস্থ্য খণ্ড -2)

Quiz In Assamese – অসমীয়া অনলাইন কুইজ (স্বাস্থ্য)

[showhide type=”post” more_text=”Show More…” less_text=”show less…”] Today some health related questions have been raised in quiz section. It is very important to know the answers to these questions. So let’s get knowledge today by answering some questions about health issues. [/showhide]

Quiz In Assamese

1 / 20

“আয়ুৰ্বেদ”ক হিন্দু ধৰ্মৰ কোনখন বেদৰ আনুসংগিক বুলি কোৱা হ’য়?

2 / 20

তলৰ কোনবিধ খাদ্যপ্ৰাণৰ আন এটা নাম টক’ফেৰল (আলফা আৰু গামা)?

3 / 20

ভালদৰে ৰান্ধি/সিজাই নোখোৱা গাহৰি মঙহৰ পৰা মানুহৰ মগজুত প্ৰৱেশ কৰা পেলুবিধ কি?

4 / 20

১৭৯৬ চনত এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰা প্ৰথম বিষাণুজনিত ছিটাবিধ কি?

5 / 20

মানুহৰ চকুপানীত থকা এনজাইমবিধ কি?

6 / 20

মানৱ  দেহত থকা মুঠ ক্ৰম’জমৰ সংখ্যা কিমান?

7 / 20

আমি সাধাৰণতে খোৱা কচুত থকা কোনবিধ উপাদানৰ বাবে  ডিঙি খজুৱায়?

8 / 20

তলৰ কোনবিধ ৰোগক “ক্ষয়ৰোগ” বোলা হয়?

9 / 20

মেডিচিনৰ জনক কাক বুলি জনা যায়?

10 / 20

ভাৰতীয় শল্য চিকিৎসাৰ জনক বুলি অভিহিত  মহান ঋষিগৰাকীৰ নাম কি?

11 / 20

হালধিত থকা শৰীৰৰ বাবে উপকাৰী উপাদান বিধ হ’ল কি?

12 / 20

কোন প্ৰকাৰৰ কৰ্কট ৰোগত সৰ্বাধিক মানুহৰ মৃত্যু হয়?

13 / 20

প্ৰায়  সকলো প্ৰকাৰৰ পোষক দ্ৰব্যৰে সমৃদ্ধ খাদ্যক কি বুলি কোৱা হয়?

14 / 20

নিম্ন-উল্লিখিত কোনবিধ, শ্বাসতন্ত্ৰৰ ৰোগ নহয়?

15 / 20

মানুহৰ শৰীৰৰ ভিতৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো ?

16 / 20

কোন চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছিল?

17 / 20

সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম মানুহৰপৰা মানুহৰ দেহত হৃদযন্ত্ৰ সংৰোপন কৰা চিকিৎসকজন কোন?

18 / 20

চিকিৎসাশাস্ত্ৰৰ “ফাৰ্মাক’লজী” বিষয়টোক অসমীয়া ভাষাত কি বুলি কোৱা হয়?

19 / 20

শৰীৰৰ কোনটো অংগৰ বিসংগতিৰ বাবে ইনচুলিন নিঃসৰণ নহয়?

20 / 20

আইৰন টেবলেট কোনটো অংগৰ বাবে প্ৰয়োজনীয় ?

Your score is

The average score is 39%

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰকwhatsapp share

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam