Skip to content
AssamWeb.In

AssamWeb.In

  • মুখ্য ঘৰ
    • AssamWeb.In – অসম ৱেব অসমৰ সকলো প্ৰকাৰৰ শিক্ষা
  • কুইজ
  • বাতৰি
  • চাকৰি
  • কিতাপ
    • Class 10 Assamese Book Question Answer দশম শ্ৰেণী প্ৰশ্নৰ উত্তৰ
  • সাধাৰণ জ্ঞান
  • প্ৰশ্ন কাকত

SEBA Class 10 Maths Solution chapter 3 – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

SEBA Class 10 Maths Solution chapter 3 

Show More...
SEBA Class 10 Maths Solution chapter 3 in Assamese – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ দশম শ্ৰেণীৰ অংক সমাধান  help the students in understanding how the problems under this concept are solved. Maths is one subject that requires a lot of practice.

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

অনুশীলনী 3.1

1) 7 বছৰ আগতে আফটাৱে তেওঁ ছোৱালীৰ বয়সৰ.7 গুণ আছিল। এতিয়াৰ পৰা তিনিবছৰ,পিছত আফটাব জীয়েকৰ বয়সৰ তিনিগুণ হ’ব। উক্ত সমীকৰণক বীজগণিতীয় ৰূপত আৰু লেখৰ সহায়ত উপস্থাপন কৰা।

সমাধান:  ধৰাহ’ল আফটাবৰ বৰ্ত্তমান বয়স x আৰু ছোৱালীৰ বৰ্ত্তমান বয়স y বছৰ।

7 বছৰ আগতে তে তেওঁলোকৰ বয়স আছিল ক্ৰমে (x-7) বছৰ আৰু (y-7) বছৰ।

প্ৰশ্ন অনুসৰি,

x−7 = 7(y−7)

⇒x−7 = 7y−49

⇒x−7y = −42  —(i)

লগতে, এতিয়াৰ পৰা তিনি বছৰৰ পিছত

আফতাবৰ বয়স হ’ব =x+3

তেওঁৰ জীয়েকৰ বয়স হ’ব = y+3

দিয়া পৰিস্থিতি অনুসৰি,

x+3 = 3(y+3)

⇒x+3 = 3y+9

⇒x−3y = 6 —(ii)

সমীকৰণ (ii)ৰ পৰা সমীকৰণ (i) বিয়োগ কৰি পাওঁ

(x−3y)−(x−7y) = 6−(−42)

⇒−3y+7y = 6+42

⇒4y = 48

⇒y = 12

উক্ত সমীকৰণক বীজগণিতীয় ৰূপত

x−7y = −42

⇒ x−7y = −42

⇒x = −42+7y

সমাধান তালিকা হৈছে

x -7 7
y 5 6 7

আকৌ দ্বিতীয় সমীকৰণৰ পৰা

x−3y = 6

x = 6+3y

সমাধান তালিকা হৈছে

x 6 4
y -1 -2

লেখৰ সহায়ত উপস্থাপন

2. এজন ক্ৰিকেট প্ৰশিক্ষকে এখন বেট আৰু 6টা বল 3900 টকাত কিনিলে পিছত তাই অন্য এখন বেট আৰু একে ধৰণৰ 2টা বল কিনিলে ইয়াৰ মূল্য 1300টকা। উক্ত কথাখিনি বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা আৰু লেখৰ সহায়ত মান নিৰ্ণয় কৰা।

সমাধানঃ ধৰাহ’ল এখন বেট আৰু এটা বলৰ দাম ক্ৰমে x আৰু y

১ম চৰ্ত্ত মতে,

তিনিখন বেটৰ দাম = 3x

6টা বলৰ = 6y

3x+6y = 3900

⇒ x+2y = 1300

x=1300-2y

লগতে পঢ়ক:   পুনৰালোচনা Class 10 R-1 সমাধান দশম শ্ৰেণীৰ গণিত

সমাধান তালিকা হৈছে

x 1300 700 300
y 300 500

2য় চৰ্ত্ত মতে,

এখন বেটৰ দাম = x

তিনিটা বলৰ = 3y

x+3y = 1300

⇒ x = 1300-3y

সমাধান তালিকা হৈছে

x 400 100 1300
y 300 400

লেখত উপস্থাপন—

2. 2kg আপেল আৰু 1kg আঙুৰৰ দাম 1600 টকা ৷ এমাহ পিছত 4kg আপেল আৰু 2kg আঙুৰৰ দাম 300 টকা৷ উক্ত কথাখিনি বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা লগতে লেখত উপস্থাপন কৰা ৷

সমাধান : ধৰাহ’ল,

1kg আপেলৰ দাম x টকা আৰু

1kg আঙুৰৰ দাম y টকা ৷

বীজগণিতীয় উপস্থাপন 

১ম চৰ্ত্ত মতে,

2x+y = 160 —(i)

⇒ y = 160−2x

সমাধান তালিকা হৈছে

x 50 60 70
y 60 40 20

2য় চৰ্ত্ত মতে,

4x+2y = 300

⇒ y = (300-4x)/2

সমাধান তালিকা হৈছে

x 70 80 75
y 10 -10

লেখত উপস্থাপন

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

Categories দশম শ্ৰেণীৰ গণিত সমাধান

Leave a Comment Cancel reply

ইংৰাজী পৰা অসমীয়া অনুবাদ কৰিবলৈ ইয়াত ক্লিক কৰক   SEBA Class 9 Syllabus 2022-23 pdf – Download All Subject   AHSEC HS 1st Year Syllabus 2022-23   SEBA HSLC Syllabus 2022-23 PDF   AHSEC 2nd Year Syllabus 2022 PDF

আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰক

  • BA 1st Sem Education (Electives)
  • BA 1st Semester Political Science (Major)
  • Mock Test
  • Result
  • Uncategorized
  • অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
  • অষ্টম শ্ৰেণী অসমীয়া
  • অষ্টম শ্ৰেণীৰ বিজ্ঞান
  • অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • আঁচনি
  • একাদশ শ্ৰেণী অসমীয়া
  • একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
  • একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান
  • ঐচ্ছিক অসমীয়া দ্বাদশ শ্ৰেণী
  • কিতাপ
  • কুইজ
  • চাকৰি
  • চাকৰিৰ চিলেবাছ আৰু পৰীক্ষাৰ আৰ্হি
  • দশম শ্ৰেণীৰ অসমীয়া
  • দশম শ্ৰেণীৰ গণিত সমাধান
  • দশম শ্ৰেণীৰ বিজ্ঞান
  • দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক)
  • দশম শ্ৰেণীৰ ভূগোল প্ৰশ্ন উত্তৰ
  • দশম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • দ্বাদশ শ্ৰেণী অসমীয়া
  • দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
  • দ্বাদশ শ্ৰেণীৰ শিক্ষা
  • নৱম শ্ৰেণীৰ অসমীয়া
  • নৱম শ্ৰেণীৰ গণিত
  • নৱম শ্ৰেণীৰ বিজ্ঞান
  • নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক)
  • নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • নামঘোষা
  • বৰগীত
  • বাতৰি
  • বৈচিত্রময় অসম Class 9
  • বৈচিত্র্যময় অসম দশম শ্ৰেণী
  • শিক্ষা একাদশ শ্ৰেণী
  • সপ্তম শ্ৰেণীৰ অসমীয়া
  • সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান
  • সাধাৰণ জ্ঞান
  • স্কুলাশ্বিপ
  • About Us
  • Contact Us
  • Disclaimer
  • Privacy Policy
  • DMCA
  • Scholarship Assam
  • Assam Job News

Sebahslc || EGM Assam

2023© অসম ৱেব © AssamWeb.in