WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » কুইজ » Assamese quiz – অসমীয়া সাহিত্য কুইজ

Assamese quiz – অসমীয়া সাহিত্য কুইজ

Assamese quiz – অসমীয়া সাহিত্য কুইজ

[showhide type=”post” more_text=”Show More…” less_text=”show less…”] Assamese quiz – অসমীয়া সাহিত্য কুইজ Today in this quiz questions have been raised on some incidents of the Assamese Culture of Assam during the days of the day. These questions can be seen appearing in various types of competitive exams in Assam. So expand your Assamese Culture knowledge of Assam in today’s quiz. [/showhide]

Created on
অসমীয়া সাহিত্যৰ কুইজ

অসমীয়া সাহিত্য

1 / 20

'কদমকলি' কাৰ কবিতা পুথি?

2 / 20

অসমীয়া নাট্য-সাহিত্যৰ জনক কোন?

3 / 20

'কি মতে ভকতি কৰিবো তোমাক' --- এই ঘোষাটিৰ ৰচক কোন?

4 / 20

বাল্মীকি-ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰে?

5 / 20

মহাপুৰুষ শংকৰদেৱ বৈকুণ্ঠী হোৱা ঠাইখনৰ নাম কি?

6 / 20

শচী-সত্যভামাৰ কাজিয়াৰ দৃশ্য সম্বলিত অংকীয়া নাটকখনৰ নাম কি?

7 / 20

প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি?

8 / 20

মহাপুৰুষ শংকৰদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থখনৰ নাম কি?

9 / 20

প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি?

10 / 20

'বাঁহী'প্ৰথমে কাৰ সম্পাদনাত প্ৰকাশ পাইছিল?

11 / 20

পুৰণি অসমীয়া সাহিত্যত মহাভাৰতৰ কবি বুলি কাক জনা যায়?

12 / 20

ৰাধাৰ চৰিত্ৰ থকা শংকৰদেৱৰ নাটখনৰ নাম কি?

13 / 20

মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়?

14 / 20

'কথা-ৰামায়ণ'ৰ ৰচয়িতা কোন?

15 / 20

অসমীয়া লিখিত-সাহিত্যৰ প্ৰথম নিদৰ্শন বুলি কোনখন গ্ৰন্থক কোৱা হয়?

16 / 20

অসমীয়া গদ্য-সাহিত্যৰ জন্মদাতা কোন?

17 / 20

অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি কোন?

18 / 20

'সুকন্নানী ওজাপালি' অনুষ্ঠানে পৰিৱেশন কৰা গীতবোৰৰ ৰচক কোন?

19 / 20

সকলো ঋতুৰ নৈসৰ্গিক পৰিৱৰ্তন আৰু শোভাৰ সুন্দৰ বৰ্ণনা সমৃদ্ধ গীতবোৰক কি নামেৰে জনা যায়?

20 / 20

অসমীয়া নাট্য-সাহিত্যৰ জনক কোন?

Your score is

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰকwhatsapp share

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam