WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » কুইজ » Assam State Quiz – অসম ৰাজ্যিক কুইজ

Assam State Quiz – অসম ৰাজ্যিক কুইজ

Assam State Quiz – অসম ৰাজ্যিক কুইজ

[showhide type=”post” more_text=”Show More…” less_text=”show less…”] Today in this quiz questions have been raised on Assamese culture of Assam during the days of the Ahom king. These questions can be seen appearing in various types of competitive exams in Assam. So expand your GK of Assam Culture knowledge of Assam in today’s quiz. [/showhide]

36
Created on
অসম ৰাজ্যিক কুইজ

অসম ৰাজ্যিক কুইজ

অসম ৰাজ্যিক ভিত্তিত কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ কুইজ আকাৰত আজি শিতানত আপোনালোকলৈ আগবঢ়োৱা হৈছে। এই প্ৰশ্নসমূহ অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত সঘনাই অহা দেখিবলৈ পোৱা যায়। এই প্ৰশ্ন সমূহ আমি বিভিন্ন উৎস পৰা সংগ্ৰহ কৰা হৈছে। আপোনালোকে এই শিতান প্ৰশ্ন সমূহৰ উত্তৰ দি আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।

1 / 30

অসমীয়া ৰঙীন ছবি কোনখন?

2 / 30

"অসমীয়া সাহিত্যৰ বুৰঞ্জী"ৰ লেখক হৈছে

3 / 30

অসমৰ প্ৰথম ষ্টেডিয়াম কোন জিলা নিৰ্মাণ কৰা হৈছিল

4 / 30

“ভাৰত নাট্যম” কোন প্ৰদেশৰ নৃত্য?

5 / 30

"হালধিয়া চৰাই বাওধন খাই" বোলছবিখন পৰিচালনা কৰিছিল

6 / 30

অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ খনৰ নাম কি?

7 / 30

কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়

8 / 30

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে

9 / 30

অসমৰ প্ৰথম চিনেমা হল কোনটো?

10 / 30

"ৰংঘৰ" কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল

11 / 30

অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল

12 / 30

কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল

13 / 30

 অসমৰ পোন প্ৰথমে ক’ত বিহু উদ্‌যাপন কৰা হৈছিল?

14 / 30

অজন্তা আৰু ইলোৰা গুহৰ চিত্ৰকলা কোন যুগৰ?

15 / 30

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত

16 / 30

কোন গৰাকী অসমীয়া লোকগীতৰ শিল্পীক ‘হস্তীৰ কন্যা’ নামে জনা গৈছিল?

17 / 30

অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা

18 / 30

গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম চিৰিয়েল কি?

19 / 30

কোন ৰজাক ভগৰাজ নামেৰে জনা যায়

20 / 30

সৰ্বাধিক গীতৰ ৰেকৰ্ড কৰি বিশ্বৰ অভিলেখ স্থাপন কৰা ব্যক্তি গৰাকী কোন?

21 / 30

স্বাধীনতা সংগ্ৰামৰ সময়ত, "মৃত্যু বাহিনী" গঠন কৰিছিল

22 / 30

অসমৰ প্ৰথম অংকীয়া নাট ‘চিহ্নযাত্ৰা’ কোনে শুভাৰম্ভ কৰিছিল?

23 / 30

ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে

24 / 30

অসমীয়া বোলছবিৰ পিতৃ হিচাপে কাক জনা যায়?

25 / 30

‘কথক’ কোন অঞ্চলৰ ধ্ৰুপদী নৃত্য?

26 / 30

কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়

27 / 30

গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলা অৱস্থিত

28 / 30

স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল

29 / 30

কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়

30 / 30

কোন ভাষাত শংকৰদেৱে বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল

Your score is

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰক

whatsapp share

কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়াইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্নইয়াত ক্লিক কৰক
আমাৰ WhatsApp গ্রুপত জইন হওকইয়াত ক্লিক কৰক

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam