Quiz In Assamese – অসমীয়া অনলাইন কুইজ (স্বাস্থ্য খণ্ড -2)

Quiz In Assamese – অসমীয়া অনলাইন কুইজ (স্বাস্থ্য)

[showhide type=”post” more_text=”Show More…” less_text=”show less…”] Today some health related questions have been raised in quiz section. It is very important to know the answers to these questions. So let’s get knowledge today by answering some questions about health issues. [/showhide]

Quiz In Assamese

1 / 20

কোন প্ৰকাৰৰ কৰ্কট ৰোগত সৰ্বাধিক মানুহৰ মৃত্যু হয়?

2 / 20

মানুহৰ শৰীৰৰ ভিতৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো ?

3 / 20

কোন চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছিল?

4 / 20

মানুহৰ চকুপানীত থকা এনজাইমবিধ কি?

5 / 20

মেডিচিনৰ জনক কাক বুলি জনা যায়?

6 / 20

আইৰন টেবলেট কোনটো অংগৰ বাবে প্ৰয়োজনীয় ?

7 / 20

নিম্ন-উল্লিখিত কোনবিধ, শ্বাসতন্ত্ৰৰ ৰোগ নহয়?

8 / 20

তলৰ কোনবিধ ৰোগক “ক্ষয়ৰোগ” বোলা হয়?

9 / 20

১৭৯৬ চনত এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰা প্ৰথম বিষাণুজনিত ছিটাবিধ কি?

10 / 20

“আয়ুৰ্বেদ”ক হিন্দু ধৰ্মৰ কোনখন বেদৰ আনুসংগিক বুলি কোৱা হ’য়?

11 / 20

ভালদৰে ৰান্ধি/সিজাই নোখোৱা গাহৰি মঙহৰ পৰা মানুহৰ মগজুত প্ৰৱেশ কৰা পেলুবিধ কি?

12 / 20

ভাৰতীয় শল্য চিকিৎসাৰ জনক বুলি অভিহিত  মহান ঋষিগৰাকীৰ নাম কি?

13 / 20

শৰীৰৰ কোনটো অংগৰ বিসংগতিৰ বাবে ইনচুলিন নিঃসৰণ নহয়?

14 / 20

আমি সাধাৰণতে খোৱা কচুত থকা কোনবিধ উপাদানৰ বাবে  ডিঙি খজুৱায়?

15 / 20

চিকিৎসাশাস্ত্ৰৰ “ফাৰ্মাক’লজী” বিষয়টোক অসমীয়া ভাষাত কি বুলি কোৱা হয়?

16 / 20

তলৰ কোনবিধ খাদ্যপ্ৰাণৰ আন এটা নাম টক’ফেৰল (আলফা আৰু গামা)?

17 / 20

সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম মানুহৰপৰা মানুহৰ দেহত হৃদযন্ত্ৰ সংৰোপন কৰা চিকিৎসকজন কোন?

18 / 20

প্ৰায়  সকলো প্ৰকাৰৰ পোষক দ্ৰব্যৰে সমৃদ্ধ খাদ্যক কি বুলি কোৱা হয়?

19 / 20

হালধিত থকা শৰীৰৰ বাবে উপকাৰী উপাদান বিধ হ’ল কি?

20 / 20

মানৱ  দেহত থকা মুঠ ক্ৰম’জমৰ সংখ্যা কিমান?

Your score is

The average score is 37%

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰকwhatsapp share

WhatsApp গ্রুপত জইন হওক
ইয়াত ক্লিক কৰক
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম ভূগোলৰ কুইজ
ইয়াত ক্লিক কৰক
অসমীয়া কুইজ ইয়াত ক্লিক কৰক
অসম ৰাজ্যিক কুইজ
ইয়াত ক্লিক কৰক
সাধাৰণ জ্ঞানৰ কুইজ
ইয়াত ক্লিক কৰক
অসম বুৰঞ্জীৰ কুইজ
ইয়াত ক্লিক কৰক
পৰিবেশ আৰু জৈৱবৈচিত্ৰ্য কুইজ
ইয়াত ক্লিক কৰক
কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজ ইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়া ইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্ন ইয়াত ক্লিক কৰক

লগতে পঢ়ক:   Assam TET Exam English Language Online Mock Test

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5