Assam Geography MCQ for ADRE Exam PDF – অসম ভূগোল

Assam Geography for ADRE Exam PDF

1.অসমৰ মুঠ মাটিকালি কিমান?
ক) প্ৰায় ৬৫,০০০ বৰ্গ কিলোমিটাৰ
খ) প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ
গ) প্ৰায় ৫২,০০০ বৰ্গ কিলোমিটাৰ
ঘ্) প্ৰায় ৯২,০০০ বৰ্গ কিলোমিটাৰ
উত্তৰঃ খ) প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ

2. বাংলাদেশৰ সম্পৰ্কত অসম কোন দিশত নিহিত হৈ আছে?

ক) উত্তৰ             গ) পূব
খ) দক্ষিণ             ঘ) পশ্চিম
উত্তৰঃ গ) পূব

3. অসমে তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে?
ক) বিহাৰ, পশ্চিম বংগ, আৰু ওড়িশা                                      গ) ৰাজস্থান, গুজৰাট, আৰু মহাৰাষ্ট্ৰ
খ) অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আৰু মিজোৰাম                        ঘ) উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, আৰু মিজোৰাম ছত্তীশগড়

উত্তৰঃ খ) অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আৰু মিজোৰাম

4. কোনখন প্ৰধান নদী অসমৰ মাজেৰে বৈ যায়?

ক) গোদাবৰী                                গ) ব্ৰহ্মপুত্ৰ
খ) গংগা                                       ঘ্)কৃষ্ণা
উত্তৰঃ গ) ব্ৰহ্মপুত্ৰ

5. জনসংখ্যাৰ হিচাপত অসমৰ সৰ্ববৃহৎ চহৰ কোনখন?
ক) গুৱাহাটী
খ) যোৰহাট
গ) ডিব্ৰুগড়
ঘ) শিলচৰ

উত্তৰঃ ক) গুৱাহাটী

6. অসম কোন শস্য উৎপাদনৰ বাবে জনাজাত?
ক) কপাহ
খ) ভাত
গ) ঘেঁহু
ঘ) চুপাৰি
উত্তৰঃ খ) ভাত

7. অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত?
ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
খ) মানস ৰাষ্ট্ৰীয় উদ্যান
গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
ঘ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

8. বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন নদীত অৱস্থিত?

ক) গংগা                    গ) যমুনা
খ) ব্ৰহ্মপুত্ৰ                    ঘ) গোদাবৰী
উত্তৰঃ খ) ব্ৰহ্মপুণত্ৰ

9. উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোনখন পাহাৰত অৱস্থিত?
উত্তৰঃ উত্তৰ কাছাৰ পাহাৰ৷

12. ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
উত্তৰঃ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ

13. অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নামকি?
উত্তৰঃ বৰদৈচিলা।

14. অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি?
উত্তৰঃ তমচুক খামবাব।

15. ব্ৰহ্মপুত্ৰ নদীৰ আন নামকি?
উত্তৰঃ লুইত।

16. অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান?
উত্তৰঃ সমুদ্ৰপৃষ্ঠৰ পৰা ১,২০০-১,৫০০ মিটাৰ উচ্চতাত।

17. অসমত১৮৬৯ চনৰ ১০ জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা ১৫ ফুট তললৈ নামি গৈছিল?
উত্তৰঃ বৰাক উপত্যকা।

18. ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দীৰ্ঘ কিমান?
উত্তৰঃ ২৯০০

19. ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্বম উপনদী কোনখন?
উত্তৰঃ সোৱণশিৰি।

20. অসমৰ কোনখন অঞ্চল আটাইতকৈ শুকান?
উত্তৰঃ লংকা-হোজাই।

21. অসমৰ দ্বিতীম়খন প্ৰধান নদী বৰাকৰ দৈৰ্ঘ কিমান কিলোমিটাৰ?
উত্তৰঃ ৯০০

22. কোনখন তুষাৰ নদীৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন ওলাইছে?
উত্তৰঃ ছেমায়ু ডং।

23. অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে?
উত্তৰঃ মণিপুৰ পাহাৰৰ পৰা৷

24. গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰঃব্ৰহ্মপুত্ৰ।

25. ব্ৰহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত?
উত্তৰঃ হিমালয় পৰ্বতমালা।

26. অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা?
উত্তৰঃ সেমেকা৷

27. অসমৰ একমাত্ৰ পাৰ্বত্য নিবাস কোনখন?
উত্তৰঃ হাফলং।

28. অসমৰ ক্ষুদ্ৰতম জিলা কোনখন?
উত্তৰঃ দক্ষিণ ছালমাৰা-মানকাচৰ

29. অসমৰ বৃহৎ জিলা কোনখন?
উত্তৰঃ কাৰ্বি আংলং।

Assam Geography for ADRE Exam PDF

MCQ on Assam Geography PDF

২য় খণ্ড

১ ৷ অসমৰ অৱস্থিতি-
উত্তৰঃ- অসম ভাৰতৰ উত্তৰ – পূব (ইশান ) কোণত অৱস্থিত । ২৪’৷ ০৭’ উত্তৰৰ পৰা ২৮’লৈ। ০০’ উত্তৰ অক্ষাংশ আৰু ৮৯’৷ ৪২’ পূবৰ পৰা ৯৬‘লৈ।

২ | অসমৰ মাটি কালি-
উত্তৰঃ- প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।

৩ ৷ অসমৰ প্ৰাকৃতিক বিভাগ কেইটা –
উত্তৰ:- ব্ৰহ্মপুত্ৰ উপত্যকা , ২ বৰাক উপত্যকা আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।

৪ | অসমৰ চাৰিসীমা –
উত্তৰঃ – উত্তৰে : ভূটান আৰু অৰুণাচল ৰাজ্য ।

দক্ষিণ: মেঘালয় , মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য ।
পূবে : অৰুণাচল প্ৰদেশ , নাগালেণ্ড আৰু মণিপুৰ ।
পশ্চিমে: পশ্চিম বংগ আৰু বাংলাদেশ ।

৫ ৷ অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কি:মি-ত:
উত্তৰঃ- 398 জন ।

৬ ৷ অসমৰ পুৰুষ-মহিলাৰ অনুপাত প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা –

উত্তৰঃ- 935 জনী |

৭ | অসমৰ শিক্ষিতৰ হাৰ-
উত্তৰঃ — 72.19 শতাংশ ।

৮। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিৰ কালি-
উত্তৰঃ- প্ৰায় 71,516 বৰ্গ কিলোমিটাৰ ।

৯ | বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি –
উত্তৰঃ- প্ৰায় 6,922 বৰ্গ

১০ | কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি –
উত্তৰঃ- প্ৰায় 10.434 বৰ্গ কিলোমিটাৰ ।

১১ ৷ মাজুলী বৰ্তমান মুঠ মাটিৰ কালি –
উত্তৰঃ- প্ৰায় 88০ বৰ্গ কিলোমিটাৰ ।

১২ ৷ অসমৰ দক্ষিণ সীমাৰে পাৰহৈ যোৱা অক্ষৰেখাডালৰ নাম-
উত্তৰঃ- কৰ্কটক্ৰান্তি ৰেখা ।

১৩ ৷ অসমৰ প্ৰধান নদী দুখনৰ নাম-
উত্তৰঃ – ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

১৪ ৷ বৰহ্মপুত্ৰৰ উপনদী কেইখন:

উত্তৰঃ – বৰনদী, পুঠিমাৰী, পাগলাদিয়া, সোৱনশিৰী , জিয়াভৰালী , জাঁজী , কপিলী , কুলসী , চম্পাৱতী, ধনশিৰী , জিয়াঢুল, ৰঙানৈ , ডিব্ৰুং, ডিব্ৰু, ডিগাৰু , ন – দিহিং, দিচাং , বৰগাং , বুঢ়ীদিহিং , দিখৌ, দুধনৈ , ভোগদৈ, বুৰৈ, শিঙৰা, সৰলভাঙা, মানাহ, কৃষ্ণাই , জিঞ্জিৰাম আদি ।

লগতে পঢ়ক:   স্বাধীনতা দিবস উপলক্ষে বক্তব্য অসমীয়া 2022 – সকলো বাবে

১৫ ৷ ব্ৰহ্মপুত্ৰৰ দলং কেইখন –
উত্তৰঃ –১।৷ শৰাইঘাট , ২। কলিয়াভোমোৰা , ৩। নৰনাৰায়ণ সেতু আৰু ৪ । বগীবিল দলং  ৫। ভূপেন হাজাৰিকা সেতু

১৬ ৷ ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা –
উত্তৰঃ- (১) মাজুলী (বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ) আৰু (২) উমানন্দ (বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ )

১৭ ৷ অসমৰ জলবায়ু চাৰি ভাগত বিভক্ত-
উত্তৰঃ – গ্ৰীষ্ম, বাৰিষা, শৰৎ আৰু শীতকাল।

১৮ ৷ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচেছদ পাহাৰখনৰ নাম-
উত্তৰঃ– বৰাইল পাহাৰ ( অসমৰ সৰ্বোচ্চ পাহাৰ) ।

১৯ ৷ বৰাক নদীৰ উপনদী কেইখন –
উত্তুৰঃ;৷ জীৰি, চিৰি, ৰাকনি , ধলেশ্বৰী, বগাপানী , লংগাই, টিংৰাই, সোণাই, যদুকটা, মাধুৰা, জাতিঙ্গা ।

২০ | অসমৰ প্ৰধান পাহাৰবোৰ –

উত্তৰঃ- কাৰ্বি পাহাৰ , বৰাইল পাহাৰ , বুঢ়া পাহাৰ , নীলাচল, চিত্ৰাচল দীৰ্ঘেশ্বৰী , কুৰুৱা পাহাৰ , ভোমোৰাগুৰি, শ্ৰীসূৰ্য- চৰাইদেউ পঞ্চৰত্ন, ৰাক্ষসিনী, পাগলাটেক, টুক্ৰেশ্বৰী, বোন্দা, গণেশ, হিলৈখুন্দা , মহামায়া , অগ্নিগড় , সিংহাসন , হাতীমুৰা , কুঁৱৰী চূণশিল , মণিকৰ্ণেশ্বৰ , অশ্বক্লান্ত , সন্ধ্যাচল।

Assam geography for ADRE Exam PDF

Part 3

1.অসমত মুঠ নগৰৰ সংখ্যা কেইখন?
উত্তৰঃ 12 খন।

2. অসমত মুঠ পুলিচ থানা কেইখন?
উত্তৰঃ 344 খন।

3. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰঃ 31,205,576 জন৷

4. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ পুৰুষৰ সংখ্যা কিমান?
উত্তৰঃ 15,939,443 জন৷

5. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ মহিলাৰ সংখ্যা কিমান?
উত্তৰঃ 15,266,133 জন৷

6. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ 398 জন প্ৰতিবৰ্গ কিলো মিটাৰত।

7. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান?
উত্তৰঃ 958 জন।

8. ২০০১- ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?
উত্তৰঃ 17.07%1

9. অসমৰ মুঠ জিলা কেইখন?

উত্তৰঃ 35 খন।

10. অসমৰ মুঠ মহকুমা কেইখন?

উত্তৰঃ 78 খন৷

11. অসমত মুঠ কেইখন ৰাজহচক্ৰ আছে?

উত্তৰঃ 2177 খন।

১২) ভাৰতত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ পদবী কিমান?

উত্তৰঃ 5

13. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান?
উত্তৰঃ ৬৭.২৭%।

14. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বাস কৰে?
উত্তৰঃ ১৪%।
15. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাওঁ অঞ্চলত বাস কৰে?
উত্তৰঃ ৮৬%।

16. অসমৰ প্ৰধান নৈ কিকি?
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক।

17. অসমৰ বৃহত্ব্বম নদী-দ্বীপটো কি?
উত্তৰঃ মাজুলী।

18. অসমৰ অধিক সংখ্যক জিলাতেই মহকুমাৰ অধিকতম সংখ্যা কিমান?
উত্তৰঃ৩টা।

19. অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সবৰ্বাধিক ?
উত্তৰঃ বাকছা

20. অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে?
উত্তৰঃ গোলাঘাট জিলাত।

Assam Geography MCQ with answers

Part 4

1.‘অসম’ শব্দৰ অৰ্থ কি?
উত্তৰঃ অসমান।

2. কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়?
উত্তৰঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)।

3. অসমৰ অতি প্ৰাচীন নাম কি আছিল?
উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

4. মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

5. ‘প্লাগজ্যোতিষপুৰ’’ নামৰ অৰ্থ কি?
উত্তৰঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ।

6. প্ৰাচীন অসমৰ কোনখিনি সময়ক ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়?
উত্তৰঃ চতুৰ্থ শতিকা।

7. অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ কামৰূপ৷

৪. ভৌগোলিক অবস্থান অনুসৰি অসম কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ বিস্তৃত?
উত্তৰঃ ৮৯ ৪২’ পূবৰ পৰা ৯৬ পূব দ্ৰাঘিমাংশ আৰু ২৪% ৮’ উত্তৰৰ পৰা ২৮” ২’ উত্তৰ অক্ষাংশ।

9. অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?
উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যেনেঃ ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল।

10. ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ বিস্তৃত?
উত্তৰঃ ২৪%৷ ০৭’ উত্তৰৰ পৰা ২৮%লৈ। ০০’ উত্তৰ অক্ষাংশ আৰু ৮৯%৷ ৪২’ পূবৰ পৰা ৯৬’লৈ।
11. অসমৰ উত্তৰে কোনখন ভাৰতীয় প্ৰদেশ অৱস্থিত?
উত্তৰঃ অৰুণাচল প্ৰদেশ।

12. অসমৰ দক্ষিণে থকা ভাৰতীয় প্ৰদেশ কেইখন কি কি?
উত্তৰঃ মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।

13. ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?
উত্তৰঃ ২.৪ শতাংশ ।

14. মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
উত্তৰঃ 16

15. বৰ্তমান অসমৰ ৰাজধানী কত?
উত্তৰঃ গুৱাহাটীৰ দিছপুৰত।

16. অসমত মুঠ কেইখন উন্নয়ন খণ্ড আছে?
উত্তৰঃ ২১৯খন।
17. অসমৰ মুঠ গাওঁ পঞ্চায়ত কেইখন?
উত্তৰঃ ২২০২ খন।

18. অসমত মুঠ গাওঁ ৰ সংখ্যা কেইখন?
উত্তৰঃ 26,393 খন।

19. অসমত মুঠ স্টেটেটৰি নগৰ কেইখন?
উত্তৰঃ 12 খন।

20. অসমত কিমানখন লোকপিয়ল নগৰ আছে?
উত্তৰঃ 214 খন।

Part – 5

1. অসমৰ বিলবোৰৰ –

উত্তৰঃ – বগীবিল , মেৰাবিল , দীঘলীয়া (ডিব্ৰুগড়), কাৱৈমাৰী , পুখুৰী , চানডুবি, (কামৰূপ),বৰড়ুৰি, হাফলং লেক, পদুম ( যোৰহাট ) ৷ শনিবিল, ৰাজাৰি(কৰিমগজ) মাইলাতা , দিপলীঙা (দৰং ) মৰিকলং (নগাঁও) , তামৰাঙা , উৰপদ ( গোৱালপাৰা) ।

2. অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ খন-
উত্তৰঃ – (১) উত্তৰ কাছাৰ পাহাৰ জিলা (নতুন নাম “ডিমা হাছাও”) ।
(২) ওদালগুৰি ।
(৩) শোণিতপুৰ ।
(৪) দৰং ।
(৫) কৰিমগঞ্জ ।
(৬) কাছাৰ ।
(৭) কামৰূপ (গ্ৰাম্য) ৷
(৮) কামৰূপ (মহানগৰ) ৷
(৯) কাৰ্বি আংল ।
(১০) কোকৰাব্মাৰ ।
(১১) গোলাঘাট ।
(১২) গোৱালপাৰা ।
(১৩) চিৰাং ।
(১৪) ডিব্ৰুগড় ।
(১৫) তিনিচুকীয়া ।
(১৬) ধুবুৰী ।
(১৭) ধেমাজী ।
(১৮) নগাঁও ।
(১৯) নলবাৰী ।
(২০) বঙাইগাঁও ।
(২১) বৰপেটা ।
(২২) বাগ্‌ ছা ।
(২৩) মৰিগাঁও ।
(২৪) যোৰহাট ।
(২৫) লখিমপুৰ ।
(২৬) শিৱসাগৰ ।
(২৭) হাইলাকান্দি ।
(২৮) দক্ষিণ শালমাৰা ।
(২৯) বিশ্বনাথ চাৰিআলি ।
(৩০) হোজাই ।
(৩১) চৰাইদেউ ।
(৩২) পশ্চিম কাৰ্বি আংলং । আৰু
(৩৩) মাজুলী
(৩৪)বজালী
(৩৫)তামুলপুৰ

3. বিশ্বৰ সৰ্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত ?
উত্তৰঃ যোৰহাট জিলাত।

4. বদৰপুৰ উত্তৰ-পূৱ ৰেলৱেৰ এটি বৃহৎ জনচন। ই অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ কৰিমগঞ্জ জিলাত।

5. অসমৰ পৰা কিমান জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়?
উত্তৰঃ ৭ জন৷

6. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জনজাতিৰ লোক?
উত্তৰঃ ১২.৪১%

7. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জাতিৰ লোক?
উত্তৰঃ 7.15%।

৪. অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন?
উত্তৰঃ নগাওঁ।

9. অসমত শীতকালত গড় তাপমাত্ৰা কিমান?
উত্তৰঃ ৮ ডিগ্ৰী চেলছিয়াছৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াছলৈ।

10. অসমত গ্ৰীষ্ম কালত গড় তাপমাত্ৰা কিমান?
উত্তৰঃ ৪০ৰ পৰা ৪৫লৈ৷

11. অসমৰ সৰ্বোচ্চ শৃঙ্গ কোনটো?
উত্তৰঃ লাইকেৰ ওচৰৰ নামহীন শৃংগ

12. অসমত বছৰি কিমান ছেঃ মিঃ বৰষুণ হয়?
উত্তৰঃ 166

13. বিশ্বৰ ভিতৰত সৰ্ববৃহৎ নদী-দ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান?
উত্তৰঃ প্ৰায় 352 বৰ্গ কিলোমিটাৰ।

14. অসমৰ হাবি-বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে?
উত্তৰঃ 26.832 বৰ্গ কিলো মিটাৰ৷

15. অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত?
উত্তৰঃ প্ৰায় ৭৯.৫ মিটাৰ।

16. অসমক কি নদীৰ দেশ বুলি কোৱা হয়?
উত্তৰঃ ৰঙা নদীৰ দেশ৷

17. অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয়?
উত্তৰঃ নীলা পাহাৰৰ দেশ৷

18. অসমৰ দীৰ্ঘতম নদী দলং কোনখন?
উত্তৰঃ ঢলা-শদিয়া দলং।

19. অসমৰ আটাইতকৈ সেমেকা অঞ্চল কোনটো?
উত্তৰঃ লিডু-লেখাপানী।

20. অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অৱস্থিত?
উত্তৰঃ চান্দডুবি।

Assam geography MCQ 2024

Part 6

1.অসমৰ জনসংখ্যাৰ হিচাপত অসমৰ সৰ্ববৃহৎ চহৰ কোনখন?
উত্তৰ: গুৱাহাটী

2.-অসম কোন শস্য উৎপাদনৰ বাবে জনাজাত?
উত্তৰ: ধান

3. অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত?
উত্তৰ: Pobitora Wildlife Sanctuary

4. বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন নদীত অৱস্থিত?
উত্তৰ: ব্ৰহ্মপুত্ৰ

5.অসমৰ কোনখন চহৰক “মন্দিৰ নগৰ” বুলি জনা যায়?
ক) গুৱাহাটী              গ) যোৰহাট
খ) তেজপুৰ                 ঘ) শিৱসাগৰ
উত্তৰঃ ঘ) শিৱসাগৰ

6. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
ক) প্ৰায় 72.19%               গ) প্ৰায় ৯০%।
খ) প্ৰায় ৮০%                      ঘ্) প্ৰায় ৬০%।
উত্তৰ: ক) প্ৰায় 72.19%।

7.অসমৰ কোনখন জিলা ৰেচম শিল্পৰ বাবে বিখ্যাত?
ক) শিৱসাগৰ                       গ) কৰিমগঞ্জ
খ) শুৱালকুচি                        ঘ) যোৰহাট
উত্তৰঃ খ) শুৱালকুচি

৪.অসমৰ সৰ্বোচ্চ শৃংগ কোনটো?
ক) সাৰমতী শৃংগ              গ) গৰিচেন শৃংগ
খ) ড্‌জুকৌ শৃংগ                 ঘ) নীলাচল শৃংগ
উত্তৰঃ গ) গৰিচেন শৃংগ

9.অসমত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি?
ক) উমানন্দ                      গ) ডিব্ৰু চৈখোৱা
খ) মাজুলী                          ঘ) শুৱালকুচি
উত্তৰঃ খ) মাজুলী

10.অসমৰ কোনখন জিলা তেল আৰু প্ৰাকৃতিক গেছৰ মজ্ুতৰ বাবে পৰিচিত?
ক্) ডিব্ৰুগড়                খ) গোৱালপাৰা
গ) কাৰ্বি আংলং             ঘ) কামৰূপ
উত্তৰঃ ক) ডিব্ৰুগড়

11.গুৱাহাটীৰ বিখ্যাত পৰ্যটনস্থলীৰ মাজেৰে কোনখন নদী বৈছে?
ক) গংগা                 গ) ব্ৰহ্মপুত্ৰ
খ্) যমুনা                       ঘ) তৃপ্তি
উত্তৰঃ গ) ব্ৰহ্মপুত্ৰ

12.বিহু উৎসৱৰ সময়ত পালন কৰা পৰম্পৰাগত অসমীয়া নাও দৌৰ উৎসৱৰ নাম কি?
ক) বৈশাথী                                  গ) আলী-আই-লিগাং
খ) ৰঙালী বিহু                             ঘ) হোলী
উত্তৰঃ গ) আলী-আই-লিগাং

লগতে পঢ়ক:   স্বাধীনতা দিবস উপলক্ষে বক্তব্য অসমীয়া 2022 – সকলো বাবে

13. ঐতিহাসিক স্থান, আহোম কীৰ্তিচিহ্নৰ বাবে অসমৰ কোনখন জিলা পৰিচিত?
ক) শিৱসাগৰ                 গ) গোলাঘাট
খ) তিনিচুকীয়া               ঘ্) কাৰ্বি আংলং
উত্তৰঃ ক) শিৱসাগৰ

14.কোনটো পৰ্বতমালা অসমৰ উত্তৰ সীমা গঠন কৰিছে?
ক) হিমালয়                          গ) পূব ঘাট
খ) পশ্চিম ঘাট                      ঘ) বিন্ধ্য ৰেঙা
উত্তৰঃ ক) হিমালয়

15.ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত এই বিখ্যাত নদী দ্বীপটোৰ নাম কি, যিটো অসমৰ দৃশ্য পটৰ সৌন্দৰ্য্য আৰু ধৰ্মীয় তাৎপৰ্যৰ বাবে পৰিচিত?
ক) নীৰমহল                     গ) মাজুলী
খ) উমানন্দ                       ঘ) হাজো
উত্তৰঃ গ) মাজুলী

16.প্ৰাচীন পত্নতাত্ত্বিক স্থান মদন কামদেৱ মন্দিৰৰ বাবে অসমৰ কোনখন জিলা পৰিচিত?
ক) ধেমাজি            খ) কামৰূপ
গ) নলবাৰী                ঘ) দৰং
উত্তৰঃ খ) কামৰূপ

17. স্থানীয়ভাৱে “মিথুন” বুলি কোৱা বনৰীয়া জল ম’হৰ জনসংখ্যাৰ বাবে জনাজাত অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
ক) মানসমং ৰাষ্ট্ৰীয় উদ্যান                              গ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
খ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান                                     ঘ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ খ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

18.পৰম্পৰাগত অসমীয়া হস্ততাঁত শিল্পৰ বাবে অসমৰ কোনখন চহৰ বিখ্যাত?
ক) শিৱসাগৰ               গ)ডিফু
খ) নগাঁও                      ঘ্) শুৱালকুচি
উত্তৰ: ঘ) শুৱালকুচি

19. তিব্বতৰ উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজৰ তাৰতত প্ৰবেশ কৰা অসমৰ সৰ্ববৃহৎ নদীখনৰ নাম কি?
ক) দিবাং নদী                                    গ) লোহিত নদী
খ) বৰাক নদী                                     ঘ) সুবনশিৰি নদী
উত্তৰঃ ক) দিবাং নদী

20.অসমৰ কোনখন জিলা চিত্ৰময় পাহাৰীয়া ষ্টেচন হাফলঙৰ বাবে জনাজাত?
ক) ডিমা হাছাও             গ) কাৰ্বি আংলং
খ) কাছাৰ                     ঘ) হাইলাকান্দি
উত্তৰঃ ক) ডিমা হাছাও

21. অসমত পালন কৰা কোনটো উৎসৱে চপোৱাৰ বতৰ শেষ হোৱাৰ উপলক্ষে বিহু নৃত্যৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত?
ক) দুৰ্গা পূজা                     গ) মাঘ বিহু
খ) দীপাৱলী                        ঘ) নৱৰাত্ৰি
উত্তৰঃ গ) মাঘ বিহু

22.আহোম ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰা অসমৰ বিখ্যাত ঐতিহাসিক স্থানৰ নাম কি?
ক) শিৱসাগৰ                         গ) ডিব্ৰুগড়
খ) যোৰহাট                            ঘ) তেজপুৰ
উত্তৰঃ ক) শিৱসাগৰ

23.অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিলুপ্তপ্ৰায় ভাৰতীয় বাঘৰ জনসংখ্যাৰ বাবে জনাজাত?
ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান                               গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
খ) মানস ৰাষ্ট্ৰীয় উদ্যান                                    ঘ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

24.”খেৰাই পূজা” নামেৰে জনাজাত কৃষিৰ দেৱতাক সন্মান জনাই পালন কৰা পৰম্পৰাগত অসমীয়া উৎসৱৰ নাম কি?
ক) ব’হাগ বিহু                         গ) আলী-আই-লিগাং
খ) মাঘ বিহু                             ঘ) ৰঙালী বিহু

উত্তৰঃ গ) আলী-আই-লিগাং

Assam Geography MCQ ADRE Exam. 2.0

Part – 7

1.সুৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ’ল
ক) বুধ                 গ) পৃথিৱী
খ)  শুক্ৰ                ঘ) মঙল
উত্তৰঃ ক) বুধ

2.সূৰ্যৰ পৰা পৃথিৱীৰ গুড় দূৰত্ব
ক) ১৫.৭৬ কিঃমিঃ                     গ) ১৬.১৬ কিঃমিঃ
খ) ১৪.৫৫ কিঃমিঃ                      ঘ) ১৪.৯৬ কিঃমিঃ
উত্তৰঃ গ) ১৬.১৬ কিঃমিঃ

3.সৌৰজগতৰ বৃহন্তম গ্ৰহটো হ’ল
ক) বুধ                 গ) পৃথিৱী
খ)  বৃহস্পতি               ঘ) মঙল
উত্তৰঃ খ)  বৃহস্পতি

4. ফবচ আৰু জিমাছ উপগ্ৰহ দুটা হ’ল
ক) শনি                 গ) পৃথিৱী
খ)  বৃহস্পতি               ঘ) মঙল
উত্তৰঃ ঘ) মঙল

5.দুৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথম গ্ৰহটো হল

ক) শনি               গ) নেপচুন
খ) ইউৰেনাছ               ঘ) মঙল
উত্তৰঃ খ) ইউৰেনাছ

6.আটাইতকৈ কম ঘনত্বৰ গ্ৰহটো হ’ল
ক) শনি               গ) নেপচুন
খ) ইউৰেনাছ               ঘ) মঙল
উত্তৰঃ ক) শনি

7.পৃথিৱীৰ যমজ বুলি কোৱা গ্ৰহটো হ’ল
ক) বুধ                 গ) পৃথিৱী
খ)  বৃহস্পতি               ঘ) শুক্ৰ
উত্তৰঃ ঘ) শুক্ৰ

৪.সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ’ল
ক) ধূমকেতু                 গ) উপগ্ৰহ
খ)  গ্ৰহাণুপুঞ্জ            ঘ) নক্ষত্ৰ
উত্তৰঃ ক) ধূমকেতু

9. ১৮৪৬ চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটো হ’ল
ক) ইউৰেনাছ                 গ) পৃথিৱী
খ)  শনি                         ঘ) নেপচুন
উত্তৰঃ ঘ) নেপচুন

10.পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয়

ক) ৩৬৫ দিন, ৬ ঘণ্টা, ৯ মিনিট ১০ ছেকেণ্ড
খ) ৩৬৪ দিন, ৩ ঘণ্টা, ৫ মিনিট ১১ ছেকেণ্ড
গ) ৩৬৫ দিন, ৫ ঘণ্টা, ৯ মিনিট ৫ ছেকেণ্ড
ঘ) ৩৬৭ দিন, ৪ ঘণ্টা, ৭ মিনিট ৪ ছেকেণ্ড
উত্তৰঃ ক) ৩৬৫ দিন, ৬ ঘণ্টা, ৯ মিনিট ১০ ছেকেণ্ড

11.শিল আৰু গছ-গছনিৰে ভৰা প্ৰায়_______মিটাৰতকৈ ওখ ঠাইক পৰ্বত বোলে
ক) ১,৬০০                  গ)১,৮০০
খ)১,৭০০                      ঘ)১,৯০০
উত্তৰঃ   গ)১,৮০০

12.হিমালয় পৰ্বত হ’ল
ক) ধ্ৰুপ পৰ্বত                 গ) ভংগিল পৰ্বত
খ) নগ্নীভূত পৰ্বত               ঘ) সঞ্চয়জাত পৰ্বত
উত্তৰঃ গ) ভংগিল পৰ্বত

13. ইউৰূপৰ আছ পবত হল
ক) নবীন ভংগিল পৰ্বত                 গ) ভংগিল পৰ্বত
খ) নগ্নীভূত পৰ্বত                           ঘ) সঞ্চয়জাত পৰ্বত
উত্তৰঃ ক) নবীন ভংগিল পৰ্বত

14.আৰাৱলী পৰ্বত হল

ক)  ভংগিল পৰ্বত                 গ) অৱশিষ্ট পৰ্বত
খ) পুৰণি ভংগিল পৰ্বত পৰ্বত              ঘ) সঞ্চয়জাত পৰ্বত
উত্তৰঃ গ) অৱশিষ্ট পৰ্বত

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top