সংখ্যা প্ৰণালী {সমাধান} নৱম শ্ৰেণীৰ গণিত অধ্যায় ১

নৱম শ্ৰেণীৰ গণিত অধ্যায় ১ সমাধান

বিষয় নৱম শ্ৰেণীৰ গণিত অধ্যায় ১ সমাধান
অনুশীলনী 1.1, 1.2, 1.3, 1.4, 1.5, 1.6, 1.7
অধ্যায়ৰ নাম সংখ্যা প্ৰণালী

Class 9 maths assamese medium chapter 1

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.1

প্রশ্ন 1:  শূণ্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত (p, q অখণ্ড সংখ্যা, q # 0) প্রকাশ কৰিব পাৰিনে?
সমাধানঃ শূণ্যটো পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত (q # 0) প্রকাশ কৰিব পাৰি। যেনে— 0/2 = 0/7 = 0/101

প্রশ্ন 2:  3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা।
class 9 maths in Assamese ex 1.1

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.2

প্রশ্ন 1ঃ তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা-
(i) প্রতি অপৰিমেয় সংখ্যা এটা বাস্তব সংখ্যা।
(ii) সংখ্যাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ য’ত m এটা স্বাভাৱিক সংখ্যা।
সমাধানঃ (i) সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ মিলনেই বাস্তব সংখ্যা।
(ii) অসত্য। কাৰণ √4 = ±2 বা -2 এটা স্বাভাৱিক সংখ্যা নহয়।

প্রশ্ন 2:  সংখ্যাৰেখাত কিদৰে 5 ক সূচিত কৰিব পাৰি দেখুওৱা।

সমাধানঃ

class 9 maths in Assamese ex 1.1 img2
চিত্ৰত AOBC আয়তৰ বাবে OB = 2 একক, OC = 1 একক।
ΔABO ৰ

class 9 maths in Assamese ex 1.1 img3
OA ক ব্যাসার্ধ হিচাপে আৰু ‘0′ ক কেন্দ্র হিচাপে লৈ। আঁকা বৃত্তচাপে X′OX অক্ষক P বিন্দুত কাঁটিছে। এই P বিন্দুৱেই সংখ্যাৰেখাত √5 ৰ স্থান নির্দেশ কৰিছে।

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.3

প্রশ্ন 13 তলত দিয়া সংখ্যাবিলাকক দশমিত বিস্তৃতত প্রকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা।
(i) 1/11, (ii) 329/400

class 9 maths in Assamese ex 1.1 img4

class 9 maths in Assamese ex 1.1 img5

প্রশ্ন 3:  0.99999… ক p/q আহিত প্ৰকাশ কৰা।
সমাধান : ধৰা হল,
x = 9999 ………(i)
(i) × 10 ⇒ 10x = 9999  ……..(ii)
(ii) – (i) ⇒ 10x – y = 9
⇒ 9x = 9
⇒ x = 1
∴ 9999 ৰ মান প্রায় 1 ৰ সমান হয়।

4. তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা, য’ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠0
class 9 maths in Assamese ex 1.1 img6
class 9 maths in Assamese ex 1.1 img5

লগতে পঢ়ক:   বহুপদ Class 9 [সমাধান] নৱম শ্ৰেণীৰ গণিত অধ্যায় ২

class 9 maths in Assamese ex 1.1 img8

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.4

প্রশ্নঃ ক্রমাগত পৰিবর্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্রদর্শন কৰা।
সমাধানঃ

class 9 maths in Assamese ex 1.1 img8

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.5

প্রশ্ন : তলত দিয়া সংখ্যাৰােৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা হিচাপে শ্রেণীভুক্ত কৰা।

(i) 2 –√5

⇒ অপৰিমেয়

(ii) 3 +√23 – √23

⇒ (3 +√23)- √23 = 3

⇒ পৰিমেয়

class 9 maths in assamese ex 1.5 img 1

class 9 maths in assamese ex 1.5 img 1

(v) 2π

⇒ অপৰিমেয়

প্রশ্ন 2 তলত দিয়া ৰাশিবোৰৰ হৰবিলাক পৰিমেয় কৰা।

class 9 maths in assamese ex 1.5 img 3

2. তলৰ প্ৰতিটো ৰাশি সৰল কৰা।

v) 〈3√5 – 4√3〉²

= (3√5)² – 2×3√5 ×4√3 +(4√3)²

⇒ 9×5 – 24√15 + 16 × 3

⇒ 93 – 24√15

vi) 〈√7 – 6〉〈√3 – √7〉

⇒ √7 × √3 – √7 × √7 – 6√3 + 6√7

⇒√21 – 7 – 6√3 + 6√7

vii) 〈2+√6〉〈4-√6〉

⇒ 2×4+2√6+4√6+6×6

⇒8 +6√6 +6

⇒14 + 6√6

প্রশ্ন 5: তলত দিয়া ৰাশিৰ হৰবিলাক পৰিমেয় কৰা।

class 9 maths in assamese ex 1.5 img 6

class 9 maths in assamese ex 1.5 img 9

6. (i) যদি x=1+ √2 তেন্তে দেখুওৱা যে-

class 9 maths in assamese ex 1.5 img 10

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.6

প্রশ্ন : মান নির্ণয় কৰা—

ex 1.6

প্রশ্ন 2: মান নির্ণয় কৰা—

ex 1.6

ex 1.6

নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.7

প্রশ্ন : মান নির্ণয় কৰা—

ex 1.7

ex 1.7

1 thought on “সংখ্যা প্ৰণালী {সমাধান} নৱম শ্ৰেণীৰ গণিত অধ্যায় ১”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top