স্থানাংক জ্যামিতি Class 9 – নৱম শ্ৰেণীৰ গণিত অধ্যায় ৩

স্থানাংক জ্যামিতি
বিষয়  গণিত
পাঠৰ নাম স্থানাংক জ্যামিতি
অনুশীলন 3.1, 3.2, 3.3
শ্ৰেণী  নৱম
পাঠৰ নং অধ্যায় ৩
পাঠ্যক্ৰম ছেবা

স্থানাংক জ্যামিতি Class 9

অনুশীলনী 3.1

1. তুমাৰ টেবুলৰ ওপৰত থকা টেবুল লেম্পটো অবস্থান আন এজনক কেনেকৈ বর্ণনা কৰিবা ?

অনুশীলনী 3.2

তলৰ প্রতিটো প্ৰশ্নৰ উত্তৰ দিয়া—

(i) কাটীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাবে অংকন কৰা ৰেখা দুডালৰ নাম কি?

উত্তৰ: কাৰ্টেচিয়ান সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাবে অংকন কৰা ৰেখা দুডালৰ নাম ক্ৰমান্বয়ে X-অক্ষ আৰু Y-অক্ষ।

(ii) এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্রতিটো অংশৰ নাম কি?

উত্তৰ: এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্রতিটো অংশৰ নাম চোক বুলি কোৱা হয়।

(iii) এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা।

উত্তৰ: এই দুডাল ৰেখাই ছেদ কৰা বিন্দুটোক মূল বুলি কোৱা হয়।

2, চিত্ৰ 3.14 চোৱা আৰু তলত দিয়া কেইটা লিখা–

 

class 9 maths 3.2

(i) B  বিন্দুৰ স্থানাংক

⇒ (-5,2)

(ii) C বিন্দুৰ স্থানাংক

⇒ (5, -5)

(iii) (-3.-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো

⇒ (-3.-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো (E)

(iv) (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো
⇒ G বিন্দু

(v) D বিন্দুটো ভুজ

⇒ 6 (X-স্থানাংকক ভুজ বোলে)

(vi) H বিন্দুটো কোটি

  -3 (Y-স্থানাংকক কোটি বোলে)

(vii) L বিন্দুটো স্থানাংক

⇒ (0,5)

(viii) M বিন্দুটো স্থানাংক

⇒ (-3,0)

নৱম শ্ৰেণীৰ গণিত অধ্যায় ৩ অনুশীলনী 3.3

1) (-2,4), (3,-1), (-1,0) (1,2) আৰু (-3,-5) এই প্ৰতিটো বিন্দু কোনটো চোক বা কোনডাল অক্ষত আছে? কাটীয় সমতলত সংস্হাপন কৰি তোমাৰ উত্তৰ যর্থাৰ্থতা পৰীক্ষা কৰা।

class 9 math 3.3

(-2, 4) → চোক – II
(3, -1) → চোক – IV
(-1, 0) → চোক – II
(1, 2) → চোক – I
(-3, -5) → চোক – III

লগতে পঢ়ক:   সংখ্যা প্ৰণালী {সমাধান} নৱম শ্ৰেণীৰ গণিত অধ্যায় ১

2) তলৰ তালিকাৰ পৰা (x, y) বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা।

     x      -2        -1        0         1          3
y 8 7 -1.25 3 -1

উত্তৰ: 1একক = 1 চেমি

class 9 maths 3.3

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top