আমাৰ দেশ (Class 6 Assamese Chapter 1) – পাঠভিত্তিক প্ৰশ্নোত্তৰ

Class 6 Assamese Chapter 1 Question Answer | আমাৰ দেশ | ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ ১ ৰ প্ৰশ্নোত্তৰ আমাৰ দেশ পাঠভিত্তিক প্ৰশ্নোত্তৰ ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা: (ক) কবিতাটোত আমাৰ দেশৰ ‘মূৰৰ মুকুট’ বুলি কাক কোৱা হৈছে?(অ) পাটকাই (আ) লুইত (গ) হিমালয় (ঘ) অৰুণউত্তৰ: (গ) হিমালয় (খ) কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে?(অ) … Read more