নিন্দা – নামঘোষা – ৪২-৫৯

নামঘোষা || নিন্দা || নাৰায়ণ হেন ইটো শবদ আছয় মুখে বশৱৰ্ত্তী বচনো আছয়। তথাপি অদ্ভূত কিনো ঘোৰ নৰকত মজি মলমতি মনুষ্য মৰয়।।৪২৷।৷ তৰ্কশাস্ত্ৰ মহাব্যাঘি তাহান নিপুণ পতি তাৰ শিষ্য ভৈল পুত্ৰপ্ৰায়। সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে উপনিষদ ধেনু ধৰি খায়।।৪৩৷৷ সৰ্ব্বঞ্ৰুতি শিৰোৰত্ন ভাগৱত বনমাজে হৰিনাম সিংহ প্ৰকাশয়। তাৰ মহাঞধ্বনি শুনি নিজ পৰিবাৰ সমে ত্ৰ্কব্যাস্ী […]

নিন্দা – নামঘোষা – ৪২-৫৯ Read More »