Assam State Quiz – অসম ৰাজ্যিক কুইজ

Assam State Quiz – অসম ৰাজ্যিক কুইজ

[showhide type=”post” more_text=”Show More…” less_text=”show less…”] Today in this quiz questions have been raised on Assamese culture of Assam during the days of the Ahom king. These questions can be seen appearing in various types of competitive exams in Assam. So expand your GK of Assam Culture knowledge of Assam in today’s quiz. [/showhide]

32
Created on
অসম ৰাজ্যিক কুইজ

অসম ৰাজ্যিক কুইজ

অসম ৰাজ্যিক ভিত্তিত কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ কুইজ আকাৰত আজি শিতানত আপোনালোকলৈ আগবঢ়োৱা হৈছে। এই প্ৰশ্নসমূহ অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত সঘনাই অহা দেখিবলৈ পোৱা যায়। এই প্ৰশ্ন সমূহ আমি বিভিন্ন উৎস পৰা সংগ্ৰহ কৰা হৈছে। আপোনালোকে এই শিতান প্ৰশ্ন সমূহৰ উত্তৰ দি আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।

1 / 30

অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা

2 / 30

অসমৰ প্ৰথম চিনেমা হল কোনটো?

3 / 30

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত

4 / 30

অসমীয়া ৰঙীন ছবি কোনখন?

5 / 30

ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে

6 / 30

সৰ্বাধিক গীতৰ ৰেকৰ্ড কৰি বিশ্বৰ অভিলেখ স্থাপন কৰা ব্যক্তি গৰাকী কোন?

7 / 30

কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়

8 / 30

অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ খনৰ নাম কি?

9 / 30

“ভাৰত নাট্যম” কোন প্ৰদেশৰ নৃত্য?

10 / 30

কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়

11 / 30

"ৰংঘৰ" কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল

12 / 30

অসমীয়া বোলছবিৰ পিতৃ হিচাপে কাক জনা যায়?

13 / 30

গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম চিৰিয়েল কি?

14 / 30

অসমৰ প্ৰথম ষ্টেডিয়াম কোন জিলা নিৰ্মাণ কৰা হৈছিল

15 / 30

কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল

16 / 30

অসমৰ প্ৰথম অংকীয়া নাট ‘চিহ্নযাত্ৰা’ কোনে শুভাৰম্ভ কৰিছিল?

17 / 30

কোন ৰজাক ভগৰাজ নামেৰে জনা যায়

18 / 30

"অসমীয়া সাহিত্যৰ বুৰঞ্জী"ৰ লেখক হৈছে

19 / 30

‘কথক’ কোন অঞ্চলৰ ধ্ৰুপদী নৃত্য?

20 / 30

কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়

21 / 30

অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল

22 / 30

স্বাধীনতা সংগ্ৰামৰ সময়ত, "মৃত্যু বাহিনী" গঠন কৰিছিল

23 / 30

অজন্তা আৰু ইলোৰা গুহৰ চিত্ৰকলা কোন যুগৰ?

24 / 30

"হালধিয়া চৰাই বাওধন খাই" বোলছবিখন পৰিচালনা কৰিছিল

25 / 30

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে

26 / 30

কোন ভাষাত শংকৰদেৱে বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল

27 / 30

গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলা অৱস্থিত

28 / 30

স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল

29 / 30

কোন গৰাকী অসমীয়া লোকগীতৰ শিল্পীক ‘হস্তীৰ কন্যা’ নামে জনা গৈছিল?

30 / 30

 অসমৰ পোন প্ৰথমে ক’ত বিহু উদ্‌যাপন কৰা হৈছিল?

Your score is

0%

বন্ধু বৰ্গক আমন্ত্ৰণ কৰিবলৈ তলৰ বুটামটো ক্লিক কৰক

whatsapp share

কাক কি বুলি জনা যায়
ইয়াত ক্লিক কৰক
অসমীয়া সাহিত্যৰ কুইজ ইয়াত ক্লিক কৰক
বিজ্ঞান কুইজ অসমীয়া ইয়াত ক্লিক কৰক
অসম কুইজৰ প্ৰশ্ন ইয়াত ক্লিক কৰক
আমাৰ WhatsApp গ্রুপত জইন হওক ইয়াত ক্লিক কৰক

লগতে পঢ়ক:   Assamese Quiz – অসমীয়া কুইজ

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5