In this chapter we are going to discuss all the MCQ questions and answers of Lesson 1 of Class 10th Mathematics in Assamese Medum. এই অধ্যায়ত আমি দশম শ্ৰেণীৰ গণিতৰ প্ৰথম পাঠৰ সমূহ MCQ প্ৰশ্ন উত্তৰ সমূহ আলোচনা কৰা হৈছে।
বাস্তৱ সংখ্যা MCQ Question Answer
Class | 10th |
Subject | Mathematics |
Lesson No | 01 |
Medium | Assamese |
Class 10 Maths Chapter 1 MCQ Assamese Medium Questions
1. 135 আৰু 225 অব গ.সা.উ. হ’ল
(a) 30375
(c) 45
(b) 945
(d) 15
উত্তৰঃ (c) 45
3. এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা। ঘন্টা একেলগে বাজিলে, তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব?
(a) 30 ছেকেণ্ড
(b) 60 ছেকেণ্ড
(c) 90 ছেকেণ্ড
(d) 180 ছেকেণ্ড
উত্তৰ: (d) 180 ছেকেণ্ড
4. 52 × 32 আৰু 35 × 53 ৰগঃ সাঃ উঃ হ’ল-
(a) 53 x 35
(b) 5 × 33
(c) 53 x 32
(d) 52 × 32
উত্তৰ: (d) 52 × 32
5. তলৰ কোনটো নিৰবধি পৌনঃপুনিক দশমিক?
(a) 3/8
(b) 7/80
(c) 64/455
(d) 124/625
উত্তৰ : (c) 64/455
(d) 5
6. তলৰ বাস্তব সংখ্যাবোৰৰ কোনটো নিৰবধি পৌনঃপুনিক হ’ব ?
(a) √3
(b) π
(c) 1/7
(d) 13/125
উত্তৰ : (c) 1/7
7. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
√7 এটা
(a) অখণ্ড সংখ্যা
(b) পৰিমেয় সংখ্যা
(c) মৌলিক সংখ্যা
(d) অপৰিমেয় সংখ্যা
উত্তৰ : (d) অপৰিমেয় সংখ্যা
8. যদি ল.সা.গু (91, 26) = 182, তেতিয়া গ.সা.গু. ( 91,26) =
(a) 13
(b) 26
(c) 7
(d) 9
উত্তৰ : (a) 13
9. পৰিমেয় সংখ্যা 14588/625 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিচত শেষ হ’ব?
(a) 2
(b) 3
(c) 4
(d) 5
উত্তৰ : (c) 4
10. তলৰ কোনটো পৰিমেয় সংখ্যা ?
(a) √2/√3
(b) √2/π
(c) √5/√6
(d) √3/√27
উত্তৰ: (d) √3/√27
11. ইউক্লিডৰ বিভাজন প্রমেয়িকা যাতে দুটা ধনাত্মক অখণ্ড সংখ্যা ‘a’ আৰু ‘b’, দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা ‘q’ আৰু ‘r’ থাকিব যাতে –
(a) a = bq+r, 0 < r < b
(b) a = bq + r, 0 ≤ r ≤ b
(c) a = bq + r, 0 ≤ r < b
(d) a = bq + r, 0 < r ≤ b
উত্তৰ:(b) a = bq + r, 0 ≤ r ≤ b
12. আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ’ল:
(a) √27
(b) 3√3
(c) √3
(d) 3
(a) 3
উত্তৰ (c) √3
13. দিয়া আছে গ.সা.ঊ. (306,657) = 91 (306, 657 ) ল.সা.গু. কিমান হব ?
(i) 23238
(iii) 23328
(ii) 23338
(iv) 22338
উত্তৰ (iv) 22338
14. 8, 9, 25 ৰ গঃ সাঃ উঃ হ’ল –
(a) 8
(c) 25
(b) 9
(d) 1
উত্তৰ : (d) 1
15. তলৰ কোনটো অপরিমেয় সংখ্যা নহয়
(a) (2-√3)2
(b) (√2+√3)2
(c) (√2-√3) (√2+√3)
(d) 2√7/7
উত্তৰ : (c) (√2-√3) (√2+√3)
16. এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰুণফলাটো
(a) পৰিমেয়
(b) অপৰিমেয়
(c) ওপৰৰ দুয়োটা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) অপৰিমেয়
17. এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল হ’ল-
(a) পৰিমেয়
(b) অপৰিমেয়
(c) ওপৰৰ দুয়োটা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) অপৰিমেয়
18. তিনিটা ক্রমিক ধনাত্মক অখণ্ড সংখ্যার পূৰুণফলাটো বিভাজ্য হব
(a) 4
(b) 6
(c) কেৱল 1
(d) কোনো উমৈহতীয়া উৎপাদক নাথাকে
উত্তৰ : (b) 6
19. A = {0, 1, 2, 3, 4, … } সংহতিটো হ’ল
(a) পূর্ণ সংখ্যা
(b) অখণ্ড সংখ্যা
(c) স্বাভাৱিক সংখ্যা
(d) যুগ্ম সংখ্যা
উত্তৰ: (a) পূর্ণ সংখ্যা
20. কোনটো সংখ্যা 11 ৰে বিভাজ্য ?
(a) 1516
(b) 1452
(c) 1011
(d) 1121
উত্তৰ : (b) 1452
21. দুটা সংখ্যা ‘x’ আৰু ‘y’ যত y ‘x’ ৰ এটা গুণিতক, ইয়াৰ লঃ সাঃ গুঃ হ’ব
(a) x
(b) y
(c) xy
(d) x/y
উত্তৰ: (b) y
22. দুটা ভিন্ন অপৰিমেয় সংখ্যাৰ পূৰুণফলটো সদায়
(a) পৰিমেয়
(b) অপৰিমেয়
(c) ওপৰৰ দুয়োটা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) অপৰিমেয়
23. দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায়
(a) অপৰিমেয়
(b) পৰিমেয়
(c) ওপৰৰ দুয়োটা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) অপৰিমেয়
24. যদি b = 3, তেন্তে যিকোনো অখণ্ড সংখ্যা প্ৰকাশ কৰিবলৈ a =
(a) 3q, 3q+ 1,3q+2
(b) 3g
(c) 3q+ 1
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) 3q, 3q+ 1,3q+2
25. 398, 436 আৰু 542 ক বিভাজিত কৰি 7, 11 আৰু 15 ভাগশেষ থোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হ’ল
(a) 17
(b) 11
(c) 34
(d) 45
উত্তৰ : (a) 17
26. X, XI আৰু XII শ্ৰেণীত যথাক্রমে 312, 260 আৰু 156 গৰাকী শিক্ষার্থী আছে। এই শিক্ষার্থী সকলক পিকনিকলৈ নিবলৈ বাছ ভাৰা কৰা হয়। যদি আটাইকেইখন বাছে সমান সংখ্যক শিক্ষার্থী কঢ়িয়ায় তেন্তে এখন বাছত বহিব পৰা সৰ্বাধিক শিক্ষাৰ্থীৰ সংখ্যা হ’ল –
(a) 52
(b) 56
(c) 48
(d) 63
উত্তৰ : (a) 52
27. 98 ক দুটা মৌলিক সংখ্যাৰ পূৰ্ণফল হিচাপে প্ৰকাশ কৰা –
(a) 2² x 7
(b) 2² x 7²
(c) 2 × 7²
(d) 2³ x 7
উত্তৰ : (c) 2 × 7²
28. যদি গঃ সাঃ উঃ (16, y) = 8 আৰু লঃ সাঃ গু: ( 16, y) = 48 তেস্তে y ৰ মান হ’ল
(a) 24
(b) 16
(c) 8
(d) 48
উত্তৰ: (a) 24
29. এটা অখণ্ড সংখ্যা p ৰ ক্ষেত্ৰত প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ’ ব-
(a) 2p + 1
(c) p + 1
(b) 2p
(d) P
উত্তৰ: (b) 2p
30. 5, 15, 20 ৰ লঃ সাঃ গু আৰু গঃ সাঃ উঃ ৰ অনুপাত হ’ল—
(a) 9:1
(b) 4:3
(c) 11:1
(d) 12:1
উত্তৰ : (d) 12:1
31. m²-1 সংখ্যাটো 8 ৰে বিভাজ্য হয় যদি m
(a) এটা যুগ্ম অখণ্ড সংখ্যা
(b) এটা অযুগ্ম অখণ্ড সংখ্যা
(c) এটা স্বাভাবিক সংখ্যা
(d) এটা পূর্ণ সংখ্যা
উত্তৰ : (b) এটা অযুগ্ম অখণ্ড সংখ্যা
32. দুটা স্বাভাৱিক সংখ্যা যাৰ পাৰ্থক্য 66 আৰু লঃ সাঃ শু: 360, সংখ্যা দুটা হ’ল-
(a) 120 আৰু 54
(b) 90 আৰু 24
(c) 180 আৰু 114
(d) 130 আৰু 64
উত্তৰ : (b) 90 আৰু 24
Read Also বাস্তৱ সংখ্যা Class 10