স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী
বিষয় ৰাজনীতি বিজ্ঞান পাঠৰ নাম ৰাজনৈতিক তত্ব : স্বাধীনতা শ্ৰেণী একাদশ শ্ৰেণী গােট খ – শাখা পাঠৰ নং অধ্যায় ২ পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) স্বাধীনতা Class 11 ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ১) ১। স্বাধীনতাৰ ইংৰাজী প্রতিশব্দ ‘Liberty কোন ভাষাৰ পৰা আহিছে? উত্তৰ: লেটিন শব্দ Liber’ পৰা।। ২। সদা জাগ্রত অৱস্থাই … Read more