Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – নামঘোষা ( ১২৯-১৫৪)

 Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – প্ৰাৰ্থনা তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ তুমি নাথ মঞি নাথৱন্ত। চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দায়া মোক ভগৱন্ত।।১২৯৷৷ তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি জানি কৃপ৷ কৰা হৃষীকেশ। দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো দিয়া মোক সেহি উপদেশ।।১৩০৷৷ তুমি … Read more

কৃষ্ণ এক দেৱ দুখ হাৰি (লেছাৰি ছন্দ) ঈশ্বৰ-নিৰ্ণয়

প্ৰাৰ্থনাৰ নাম কৃষ্ণ এক দেৱ দুখ হাৰি ছন্দ লেছাৰি ছন্দ ঘোষা ঈশ্বৰ-নিৰ্ণয় লেখক মাধৱদেৱ কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰীকৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱজানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||৫৮৬ নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতনঅনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি … Read more