অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)
বিষয়: বিজ্ঞানশ্ৰেণী: অষ্টম শ্ৰেণীপাঠৰ নাম: অণুজীৱ: মিত্ৰ আৰু শত্রুপাঠৰ নং: পাঠ ২পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) অণুজীৱ: মিত্ৰ আৰু শত্রু Class 8 Science Chapter 2প্ৰশ্নোত্তৰ প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা। (ক) অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।(গ) … Read more