স্থানীয় চৰকাৰ Class 11 Political Science Chapter 8 Question Answer
বিষয় ৰাজনীতি বিজ্ঞান পাঠৰ নাম স্থানীয় চৰকাৰ শ্ৰেণী একাদশ শ্ৰেণী গােট ক – শাখা পাঠৰ নং অধ্যায় ৮ পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) স্থানীয় চৰকাৰ Class 11 অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১) ১। ভাৰতত স্থানীয় স্বায়ত্বশাসনৰ পিতৃ বুলি কাক কোৱা হয় ? উত্তৰ: লর্ড ৰিপনক। ২। স্থানীয় স্বায়ত্ব শাসন প্রতিষ্ঠানসমূহ চৰকাৰৰ ক্ষুদ্র সংস্কৰণ … Read more