বিদ্যালয় আৰু ইয়াৰ সংগঠন (প্রশ্নোত্তৰ) Class 11 Education Chapter 3 Question Answer
বিষয় শিক্ষা পাঠৰ নাম বিদ্যালয় আৰু ইয়াৰ সংগঠন শ্ৰেণী একাদশ শ্ৰেণী গােট তৃতীয় অধ্যায় পাঠৰ নং (3) পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) বিদ্যালয় আৰু ইয়াৰ সংগঠন ক. অতি চমু প্রশ্নোত্তৰঃ(প্রত্যেকটোৰ মূল্যাংক – ১) ১। অতি প্রখৰ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংক কিমান?উত্তৰ: ১২০-১৪০। ২। শ্রেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তােলা হয়’ –কথাষাৰ কোনে কৈছিল ?উত্তৰ: … Read more