উঠৰে উঠ বাপু গােপালহে – বৰগীত
বৰগীত উঠৰে উঠ বাপু গােপালহে ৰাগ || কৌ ধ্ৰুং– উঠৰে উঠ বাপু গােপালহে | নিশি পৰভাত ভেল। কমলনয়ন বুলি ঘনে ঘন যশােৱা ডাকিবে লেল।। পদ– মােৰ প্রাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ। সৱ পুৰুষৰ শিৰৰ ভূষণ তুমিসি বাপু গােৱিন্দ।। মােৰ পুত্ৰ বুলি যশােৱা গােৱালী বুকে বান্ধি কোলে লৈল। বয়নে চুম্বন কৰি ঘনে ঘন আনন্দে … Read more