শব্দ Class 8 – বিজ্ঞান প্ৰশ্নোত্তৰ – পাঠ: ১৩
এই পাঠত শব্দ সম্পৰ্কীয় প্ৰশ্নোত্তৰসমূহ সহজ আৰু স্পষ্টভাৱে উপস্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নোত্তৰসমূহ অধ্যয়ন কৰি শব্দ সম্পৰ্কীয় ধাৰণাসমূহ সুন্দৰকৈ বুজি পাব পাৰে। শব্দ Class 8 পাঠ: ১৩অষ্টম শ্ৰেণীপ্ৰশ্নোত্তৰ ১. শুদ্ধ উত্তৰ বাছি উলিওৱা। শব্দ সঞ্চালিত হ’ব পৰা মাধ্যম হৈছে—(ক) একমাত্র গেছ।(খ) গোট পদার্থ মাত্র।(গ) একমাত্র জুলীয়া পদার্থ।(ঘ) গোট, জুলীয়া আৰু গেছীয় পদার্থ। উত্তৰ: (ঘ) … Read more