বস্তু প্ৰকাশ – পৰম অমূল্য ৰত্ন – Namghosa (১০০-১২৮)

বস্তু প্ৰকাশ পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়াআতি গুপ্ত স্বৰপে আছিল। লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসিমুদ ভাঙ্গি সমস্তকে দিল।।১০০৷৷ হৰিনাম প্ৰেমৰস অমৃত নিধিক বান্ধিগুপ্ত কৰি থৈলা দেৱগণে। দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলাসুখে পান কৰে সৰ্ব্বজনে।।১০১৷৷ হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈলবুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব। হেন হৰিনাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰিচুৰ কৈলা … Read more