Learner Licence Test Questions And Answers In Assamese 2021

Learner Licence Test Questions And Answers In Assamese 2021

0%
0

Driving Licence Test

Learner licence test questions and answers

ড্ৰাইভিং টেষ্ট অনলাইন পৰীক্ষা

পৰিবহণ বিভাগ অসমে অসমত ড্ৰাইভিং/ লাৰ্নাৰ লাইচেঞ্চৰ বাবে আবেদন কৰা সকলৰ পৰা লাৰ্নাৰ লাইচেঞ্চ প্ৰাপ্ত কৰাৰ বাবে অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ইয়াত উল্লেখ কৰা সকলো প্ৰশ্ন পৰিবহন বিভাগ অসমৰ অনলাইন পৰীক্ষাৰ পৰা লোৱা হৈছে। যদি আপুনি ইয়াত উল্লেখ কৰা অসমত লাৰ্নাৰ লাইচেঞ্চ পৰীক্ষাৰ প্ৰশ্নবোৰ অনুশীলন কৰে, আপুনি অনলাইন পৰীক্ষাৰ মাজেৰে গৈ সহজে লাৰ্নাৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰিব পাৰিব

 

1 / 62

Category: Driving Licence Test

1. কাষৰ চিহ্নটোৰ অর্থ কি ?

2 / 62

Category: Driving Licence Test

2. গাড়ী পার্কিং তলত উল্লেখিত ঠাইত অনুমতি যােগ্য?

3 / 62

Category: Driving Licence Test

3. পিচপিনৰ পৰা অহা গাড়ীয়ে আমাক অতিক্রম কৰিব বিচাৰিলে ?

4 / 62

Category: Driving Licence Test

4. গাড়ী অতিক্রম কৰাটো নিষিদ্ধ ?

5 / 62

Category: Driving Licence Test

5. গাড়ীখন কেতিয়া ইউ টার্ণ লােৱা উচিত নহয় ?

6 / 62

Category: Driving Licence Test

6. 7. কাষৰ চিহ্নটোৰ অর্থ কি ?

7 / 62

Category: Driving Licence Test

7. দুচকীয়া বাহনত দুজনতকৈ অধিক ব্যক্তি উঠি যােৱাতাে ?

8 / 62

Category: Driving Licence Test

8. তলত উল্লেখিত স্থানত গাড়ী অতিক্রম কৰাটো নিষিদ্ধ ?

9 / 62

Category: Driving Licence Test

9.  ঘাতৰ ৰাস্তাত অটোৰিক্সা এখনৰ অধিকতম গতিবেগ হব?

10 / 62

Category: Driving Licence Test

10.  আপুনি ট্রেফিক লাইট থকা সংযােগ স্থানত ইউ টার্ণ লবলৈ ইচ্ছা কৰিলে আপুনি ?

11 / 62

Category: Driving Licence Test

11.  গিয়েৰ বিহীন মটৰ চাইকেল অনুঞ্জা পত্র পাবলৈ হলে এজন ব্যক্তিৰ নূন্যতম বয়স হব লাগিব ?

12 / 62

Category: Driving Licence Test

12. এজন চালকে কেতিয়া গাড়ী এখন অতিক্ৰম কৰিব পাৰে ?

13 / 62

Category: Driving Licence Test

13. কাষৰ চিহ্নটোৰ অর্থ কি ? traffic signal assamese

14 / 62

Category: Driving Licence Test

14. পৰিবাহক গাড়ী চলােৱাৰ অনুঞ্জা পত্র পাবলৈ ব্যক্তিৰ নুন্যতম বয়স ?

15 / 62

Category: Driving Licence Test

15. গাড়ী অতিক্রম কৰাৰ আগতে চালকে নিশ্চিত কৰা উচিত যে ?

16 / 62

Category: Driving Licence Test

16.  সন্মুখৰ গাড়ীখনৰ চালকে অতিক্রম কৰিবলৈ সংকেট নিদিলে ?

17 / 62

Category: Driving Licence Test

17. জীৱ-জন্তুৰ ৰখীয়াজনে যদি ভাৱে যে জন্তুবােৰ হঠাৎ অনিয়ন্ত্রিত হৈ উঠিব। এনে পৰিস্থিতিত ৰখীয়াজনে চালকক গাড়ীখন ৰখাবলৈ অনুৰােধ কৰিলে কি কৰিব ?

18 / 62

Category: Driving Licence Test

18. জেব্রা লাইনবােৰ কি বুজাই?

19 / 62

Category: Driving Licence Test

19. সন্মুখৰ পৰা অহা গাড়ীক আপােনাৰ ?

20 / 62

Category: Driving Licence Test

20. এম্বুলেন্স গাড়ী এখন ওচৰ চাপিলে ?

21 / 62

Category: Driving Licence Test

21. গাড়ীচালকে গাড়ীখন চলাব লাগে?

22 / 62

Category: Driving Licence Test

22. এখন মালবাহী গাড়ীৰ বােজাৰ উচ্চতা মাটিৰ পৰা হব লাগে ?

23 / 62

Category: Driving Licence Test

23. তলত উল্লেখিত কোনবিধ গাড়ীক বাট এৰি দিব ?

24 / 62

Category: Driving Licence Test

24. কাষৰ চিহ্নটোৰ অর্থ কি ?

25 / 62

Category: Driving Licence Test

25. প্রতিবাদ, আন্দোলন বা ধর্মঘট হিচাপে পৰিবাহক গাড়ী এখন ৰাজহুৱা স্থানত ৰাখি জনসাধাৰণ বা যাত্রীৰ বা আনৰ অসুবিধা কৰিলে ?

26 / 62

Category: Driving Licence Test

26. কাষৰ চিহ্নটোৰ অর্থ কি? traffic signal assamese

27 / 62

Category: Driving Licence Test

27. কাষৰ চিহ্নটোৰ অর্থ কি? driving licence test in assamese 1

28 / 62

Category: Driving Licence Test

28. শিক্ষানুষ্ঠান কাষত মটৰ চাইকেল অনুমােদিত সর্বোচ্চ গতিবেগ ?

29 / 62

Category: Driving Licence Test

29. ঘাতৰ ৰাস্তাত গধুৰ বাহন এখন অনুমােদিত অধিকতম গতিবেগ হব?

30 / 62

Category: Driving Licence Test

30.  তলত উল্লেখিত কোনটো স্থানত গাড়ী পার্কিং নিষিদ্ধ ?

31 / 62

Category: Driving Licence Test

31. পথ সংযােগ স্থলীত হালধীয়া লাইটটা জলিলে চালকে?

32 / 62

Category: Driving Licence Test

32. লৰী বােজাই কৰােতে ?

33 / 62

Category: Driving Licence Test

33. কাষৰ চিহ্নটোৰ অর্থ কি? traffic-signs

34 / 62

Category: Driving Licence Test

34. আপুনি যদি মটৰ চাইকেল লার্নাৰ লাইচেন্সেৰহে অধিকাৰী তেন্তে ?

35 / 62

Category: Driving Licence Test

35. কাষৰ চিহ্নটোৰ অর্থ কি?

36 / 62

Category: Driving Licence Test

36. গধুৰ বাহন এখনৰ অধিকতম অনুমােদিত হব?

37 / 62

Category: Driving Licence Test

37. পথছােৱা যদি হালধীয়া ৰঙৰ অখণ্ড ৰেখাৰে অঙ্কিত কৰা থাকে তেতিয়া ?

38 / 62

Category: Driving Licence Test

38. পিছপিনৰ পৰা অহা গাড়ী এখনে আমাৰ গাড়ীখন অতিক্ৰম কৰিব বিচাৰিলে ?

39 / 62

Category: Driving Licence Test

39. চলন্ত অৱস্থাত গাড়ীত উঠা আৰু ওলমি যােৱাতাে ?

40 / 62

Category: Driving Licence Test

40. কেৱল এটা দিশৰ বাবে বুলি চিহ্নিত পথত?

41 / 62

Category: Driving Licence Test

41. ফুটপাথ নথকা ৰাস্তাত পথচাৰীয়ে ?

42 / 62

Category: Driving Licence Test

42. এখন গাড়ীয়ে আপােনাক যেতিয়া অতিক্রম কৰিব বিচাৰে তেতিয়া আপুনি ?

43 / 62

Category: Driving Licence Test

43. অন্ধব্যক্তিয়ে হাতত বগা লাখুটিডাল লৈ ৰাস্তা পাৰ হবলৈ ধৰিলে ?

44 / 62

Category: Driving Licence Test

44. কাষৰ চিহ্নটোৰ অর্থ কি?

traffic signal in assamese 1

45 / 62

Category: Driving Licence Test

45. কর্তৃত্বশীল বিষয়াই পৰিবাহক গাড়ী এখন জব্দ কৰিব পাৰে যদি ?

46 / 62

Category: Driving Licence Test

46.  ভাৰত চৰকাৰীভাৱে অনুমুদিত শিঙা বিধ কি ?

47 / 62

Category: Driving Licence Test

47. মটৰ চাইকেলট এজন আৰােহী কঢ়িয়াবলৈ হলে ?

48 / 62

Category: Driving Licence Test

48. ছাত্র-ছাত্রী উঠোৱা নমােৱাৰ বাবে পথৰ কাষত স্কুলবাছ এখন ৰৈ থাকিলে ?

49 / 62

Category: Driving Licence Test

49. কাষৰ চিহ্নটোৰ অর্থ কি ?

50 / 62

Category: Driving Licence Test

50. পশ্চাৎ দৃশ্যৰ দাপােন খন ব্যৱহাৰ হয় ?

51 / 62

Category: Driving Licence Test

51. নিশাৰ ভাগত গাড়ী এখন পথৰ কাষত পার্কিং কৰিব লগীয়া হলে ?

52 / 62

Category: Driving Licence Test

52. প্রদূষণ নিয়ন্ত্রণ প্রমাণ পত্ৰৰ ম্যাদ?

53 / 62

Category: Driving Licence Test

53. কাষৰ চিহ্নটোৰ অর্থ কি ?

54 / 62

Category: Driving Licence Test

54. 5. কাষৰ চিহ্নটোৰ অর্থ কি ?

55 / 62

Category: Driving Licence Test

55. পথ সংযােগ স্থলীত হালধীয়া লাইটটো জলিলে চালকে?

56 / 62

Category: Driving Licence Test

56. মটৰ চাইকেল অনুমােদিত সর্বোচ্চ গতিবেগ সীমা হল ?

57 / 62

Category: Driving Licence Test

57. ঘাতৰ ৰাস্তাত মজলীয়া বাহন এখনৰ অনুমােদিত অধিকতম গতিবেগ হব?

58 / 62

Category: Driving Licence Test

58. নিশা হেড লাইট জলাই গৈ থকা অৱস্থাত সন্মুখৰ পৰা গাড়ী এখন আহি ওচৰ চাপিলে ?

59 / 62

Category: Driving Licence Test

59. কাষৰ চিহ্নটোৰ অর্থ কি? traffic signal 5

60 / 62

Category: Driving Licence Test

60. আপুনি ঠেক দলঙৰ ওচৰ পাওঁতে দেখিছে যে সিমুৰেদি এখন গাড়ী দলঙত সােমাবলৈ ধৰিছে তেতিয়া আপুনি কি কৰিব ?

61 / 62

Category: Driving Licence Test

61. মহানগৰ আৰু পৌৰ নগৰত অটোৰিক্সা এখনৰ অধিকতম গতিবেগ হব ?

62 / 62

Category: Driving Licence Test

62. ৰাষ্ট্ৰীয় ঘাইপথত ট্রাকৰ অনুমােদিত সর্বোচ্চ গতিবেগ ?

Your score is

The average score is 0%

0%

Download Learner Licence Test Questions And Answers In Assamese pdf

লগতে পঢ়ক:   Assam TET Mock Test In Assamese (LP & UP) – Free Online Test

Leave a Comment