Learner Licence Test Questions And Answers In Assamese 2021 Learner Licence Test Questions And Answers In Assamese 2021 % 0 Driving Licence Test ড্ৰাইভিং টেষ্ট অনলাইন পৰীক্ষা পৰিবহণ বিভাগ অসমে অসমত ড্ৰাইভিং/ লাৰ্নাৰ লাইচেঞ্চৰ বাবে আবেদন কৰা সকলৰ পৰা লাৰ্নাৰ লাইচেঞ্চ প্ৰাপ্ত কৰাৰ বাবে অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ইয়াত উল্লেখ কৰা সকলো প্ৰশ্ন পৰিবহন বিভাগ অসমৰ অনলাইন পৰীক্ষাৰ পৰা লোৱা হৈছে। যদি আপুনি ইয়াত উল্লেখ কৰা অসমত লাৰ্নাৰ লাইচেঞ্চ পৰীক্ষাৰ প্ৰশ্নবোৰ অনুশীলন কৰে, আপুনি অনলাইন পৰীক্ষাৰ মাজেৰে গৈ সহজে লাৰ্নাৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰিব পাৰিব 1 / 62 Category: Driving Licence Test 1. কাষৰ চিহ্নটোৰ অর্থ কি ? বাঁওদিশে পথটো ইংৰাজী 'প' আখৰ সদৃশ উপপথ সোঁদিশে 'প' আখৰ সদৃশ উপপথ বাঁওদিশে উপপথ 2 / 62 Category: Driving Licence Test 2. কাষৰ চিহ্নটোৰ অর্থ কি? চালকে বাঁওদিশলৈ গাড়ীখন ঘূৰাব বিচাৰিছে চালকে সৌদিশলৈ গাড়ীখন ঘূৰাব বিচাৰিছে। সকলাে গাড়ীক ৰবলৈ দিয়া সংকেত 3 / 62 Category: Driving Licence Test 3. তলত উল্লেখিত কোনটো স্থানত গাড়ী পার্কিং নিষিদ্ধ ? অগ্নি নির্বাপকৰ বাবে পথৰ কাষত পানী নলীৰ সন্মুখত ৰাজহুৱা কুঁৱাৰ কাষত পথৰ বাঁওফালে 4 / 62 Category: Driving Licence Test 4. এখন গাড়ীয়ে আপােনাক যেতিয়া অতিক্রম কৰিব বিচাৰে তেতিয়া আপুনি ? নিজৰ গাড়ীখন পথৰ কাষত ৰখাই আনখন গাড়ী পাৰ হবলৈ দিব নিজৰ গাড়ীখনৰ গতিবেগ বঢ়াই দিব লাগে আনখন গাড়ীক অতিক্রম কৰা কার্যত বাধা দিব নালাগে 5 / 62 Category: Driving Licence Test 5. পশ্চাৎ দৃশ্যৰ দাপােন খন ব্যৱহাৰ হয় ? নিজৰ চেহেৰাটো চাবৰ বাবে পিছফালৰ পৰা যান-বাহন চাবৰ বাবে পিছফালে বহা যাত্রীক পর্যবেক্ষণ কৰিবৰ বাবে 6 / 62 Category: Driving Licence Test 6. গিয়েৰ বিহীন মটৰ চাইকেল অনুঞ্জা পত্র পাবলৈ হলে এজন ব্যক্তিৰ নূন্যতম বয়স হব লাগিব ? ১৮ বছৰ ২১ বছৰ ১৬ বছৰ 7 / 62 Category: Driving Licence Test 7. আপুনি ঠেক দলঙৰ ওচৰ পাওঁতে দেখিছে যে সিমুৰেদি এখন গাড়ী দলঙত সােমাবলৈ ধৰিছে তেতিয়া আপুনি কি কৰিব ? গতিবেগ বঢ়াই যিমান পাৰি সােনকালে দলংখন পাৰ হবলৈ চাব আগৰ লাইট কেইটা জলাই দলং পাৰ হব। সিমুৰৰ গাড়ীখন দলং পাৰ হােৱাৰ পিছত আপুনি যাব 8 / 62 Category: Driving Licence Test 8. ছাত্র-ছাত্রী উঠোৱা নমােৱাৰ বাবে পথৰ কাষত স্কুলবাছ এখন ৰৈ থাকিলে ? শিঙা বজাওক আৰু অগ্ৰসৰ হওক ধীৰ গতিৰে সাৱধানে আগবাঢ়ক ছাত্র- ছাত্ৰীয়ে হঠাৎৰাস্তা পাৰ হব পাৰে বিশেষ তৎপৰতাৰ প্রয়ােজন নাই 9 / 62 Category: Driving Licence Test 9. আপুনি ট্রেফিক লাইট থকা সংযােগ স্থানত ইউ টার্ণ লবলৈ ইচ্ছা কৰিলে আপুনি ? ট্রেফিক লাইট নথকা আন এটা সংযােগ স্থললৈ চলাই যাব সেউজীয়া ট্রেফিক লাইট সংকেত নােপােৱালৈকে ইউ টার্ণ লবলৈ অপেক্ষা কৰক সংযােগ স্থলত আৰক্ষি থাকিলেহে ইউ টার্ণ লব 10 / 62 Category: Driving Licence Test 10. সন্মুখৰ পৰা অহা গাড়ীক আপােনাৰ ? সোঁকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত বাঁওকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত সুবিধাজনক দিশত পাৰ হবলৈ দিয়া উচিত 11 / 62 Category: Driving Licence Test 11. এজন চালকে কেতিয়া গাড়ী এখন অতিক্ৰম কৰিব পাৰে ? যদিহে পথছােৱা উপযুক্তভাৱে বহল হয় যেতিয়া সন্মুখৰ গাড়ীখনৰ ড্রাইভাৰজনে অতিক্ৰম কৰিবলৈ নির্দেশ দিয়ে। পাহাৰীয়া পথেদি তললৈ গমন কৰাৰ সময়ত 12 / 62 Category: Driving Licence Test 12. গাড়ীচালকে গাড়ীখন চলাব লাগে? পথৰ সোঁকাযেদি পথৰ বাঁকাষেদি পথৰ সোঁমাজেদি 13 / 62 Category: Driving Licence Test 13. পথছােৱা যদি হালধীয়া ৰঙৰ অখণ্ড ৰেখাৰে অঙ্কিত কৰা থাকে তেতিয়া ? বাহনখনে হালধীয়া ৰেখাদাল স্পর্শ বা অতিক্রম নকৰিব ৰেখাড়ালৰ কেৱল সৌদিশেৰে অতিক্রম কৰিব পাৰিব কেৱল সন্মুখৰ গাড়ীখন অতিক্রম কৰিবৰ বাবেহে ৰেখাদাল পাৰ হব। 14 / 62See also Assam TET Mock Test In Assamese (LP & UP) Category: Driving Licence Test 14. কর্তৃত্বশীল বিষয়াই পৰিবাহক গাড়ী এখন জব্দ কৰিব পাৰে যদি ? গাড়ীখনৰ পঞ্জীয়ন পত্ৰ আৰু উপযুক্ত পার্টি নাথাকে গাড়ীখনৰ ম্যাদ থকা বীমা পত্র নাথাকে গাড়ীখনে নিৰ্দ্ধাৰত সীমা চেৰাই অত্যাধিক গতিত চলাই 15 / 62 Category: Driving Licence Test 15. প্রতিবাদ, আন্দোলন বা ধর্মঘট হিচাপে পৰিবাহক গাড়ী এখন ৰাজহুৱা স্থানত ৰাখি জনসাধাৰণ বা যাত্রীৰ বা আনৰ অসুবিধা কৰিলে ? গাড়ী চালােৱাৰ অনুঞ্জা পত্র বাতিল হব পাৰে জৰিমনা আদায় দিব লগীয়া হব পাৰে চালকসকলৰ এইটা এটা বিধিসম্মত অধিকাৰ 16 / 62 Category: Driving Licence Test 16. এম্বুলেন্স গাড়ী এখন ওচৰ চাপিলে ? সন্মুখত আন গাড়ী নাথাকিলে এম্বুলেন্সখনক যাবলৈ দিব অগ্রাধিকাৰ দিয়াৰ প্ৰয়ােজন নাই নিজৰ গাড়ীৰ গতিবেগ কমাইপথৰ কাষলৈ নি এম্বুলেন্সখনক বাট দিব 17 / 62 Category: Driving Licence Test 17. মহানগৰ আৰু পৌৰ নগৰত অটোৰিক্সা এখনৰ অধিকতম গতিবেগ হব ? ৪০ কিঃ মিঃ প্রতি ঘণ্টাত ৩০ কিঃ মিঃ প্রতি ঘণ্টাত ২০ কিঃ মিঃ প্রতি ঘণ্টাত 18 / 62 Category: Driving Licence Test 18. গাড়ী অতিক্রম কৰাৰ আগতে চালকে নিশ্চিত কৰা উচিত যে ? পিছফালৰ পৰা কোনাে গাড়ী অহা নাই সন্মুখৰ পথছােৱা স্পষ্টভাৱে দৃশ্যমান হৈ আছে আৰু অতিক্ৰমৰ বাবে নিৰাপদ বাঁওদিশে ঘুৰক আৰু পােনে পােনে আগবাঢ়ক 19 / 62 Category: Driving Licence Test 19. কাষৰ চিহ্নটোৰ অর্থ কি ? অটোৰিক্সা পার্কিং স্থান গাড়ীখন ৰখাওক আৰু সেউজীয়া লাইট জলাবলৈ অপেক্ষা কৰক গাড়ীৰ গতি কমাওক আৰু নিৰাপদ অনুভৱ কৰিলেহে অগ্ৰসৰ হব 20 / 62 Category: Driving Licence Test 20. কেৱল এটা দিশৰ বাবে বুলি চিহ্নিত পথত? গাড়ী পার্ক কৰাটো নিষেধ গাড়ী অতিক্রম কৰাটো অনুচিত গিযেৰ লগাই পাচ ফাললৈ গাড়ী নচলাব 21 / 62 Category: Driving Licence Test 21. পৰিবাহক গাড়ী চলােৱাৰ অনুঞ্জা পত্র পাবলৈ ব্যক্তিৰ নুন্যতম বয়স ? ২৫ বছৰ। ১৮ বছৰ ২০ বছৰ 22 / 62 Category: Driving Licence Test 22. দুচকীয়া বাহনত দুজনতকৈ অধিক ব্যক্তি উঠি যােৱাতাে ? বেআইনী অনিবার্য পৰিস্থিতিত অনুমতিযােগ্য পথত যান-বাহনৰ ভিৰ নাথাকিলে অনুমতিযােগ্য 23 / 62 Category: Driving Licence Test 23. জীৱ-জন্তুৰ ৰখীয়াজনে যদি ভাৱে যে জন্তুবােৰ হঠাৎ অনিয়ন্ত্রিত হৈ উঠিব। এনে পৰিস্থিতিত ৰখীয়াজনে চালকক গাড়ীখন ৰখাবলৈ অনুৰােধ কৰিলে কি কৰিব ? চালকে গাড়ীখন পথৰ একাষত ৰাখিব চালকে শিঙা বজাই টুর্বৰ গতিৰে অগ্ৰসৰ হব চালকে গাড়ীখনৰ গতি কমাই আনিব 24 / 62 Category: Driving Licence Test 24. নিশা হেড লাইট জলাই গৈ থকা অৱস্থাত সন্মুখৰ পৰা গাড়ী এখন আহি ওচৰ চাপিলে ? গাড়ীখন বাঁওদিশেলৈ নি আগবাঢ়ি গৈ থাকিব গালে হেডলাইটৰ পােহৰ কমাই আৰু বঢ়াই আগবাঢ়ক সন্মুখৰ পৰা অহা গাড়ীখন পাৰ হৈ নােযােৱা পৰ্য্যন্ত হেডলাইটৰ পােহৰ কমাই ৰাখক 25 / 62 Category: Driving Licence Test 25. পথ সংযােগ স্থলীত হালধীয়া লাইটটা জলিলে চালকে? চাৰিওদিশে চাই নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হব গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন ৰাখক শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হব 26 / 62 Category: Driving Licence Test 26. জেব্রা লাইনবােৰ কি বুজাই? গাড়ীৰ গতি কম কৰাটো নির্দেশ কৰে পথচাৰী পাৰ পথত থকা বুজাই গাড়ীক প্রাধান্য দিয়াটো জনাই 27 / 62 Category: Driving Licence Test 27. এখন মালবাহী গাড়ীৰ বােজাৰ উচ্চতা মাটিৰ পৰা হব লাগে ? ৩.৮ মিটাৰ ৩ মিটাৰ কোনাে সীমা নাই 28 / 62 Category: Driving Licence Test 28. গাড়ী পার্কিং তলত উল্লেখিত ঠাইত অনুমতি যােগ্য? আলি কেকুৰীত পদপথ ওপৰত যি ঠাইত পার্কিং নিষেধ ঘােষণা কৰা নাই 29 / 62 Category: Driving Licence Test See also Assam TET Mock Test In Assamese (LP & UP) 29. পথ সংযােগ স্থলীত হালধীয়া লাইটটো জলিলে চালকে? চাৰিওদিশে চাই নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হব গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হব 30 / 62 Category: Driving Licence Test 30. ঘাতৰ ৰাস্তাত অটোৰিক্সা এখনৰ অধিকতম গতিবেগ হব? ৪০ কিঃ মিঃ প্রতি ঘণ্টাত ৩০ কিঃ মিঃ প্রতি ঘণ্টাত ২০ কিঃ মিঃ প্রতি ঘণ্টাত 31 / 62 Category: Driving Licence Test 31. কাষৰ চিহ্নটোৰ অর্থ কি? শিঙা বজোৱা নিষেধ শিঙা বজোৱা বাধয়তামুলক ইচ্ছা কৰিলে শিঙা বজাব পাৰে 32 / 62 Category: Driving Licence Test 32. 7. কাষৰ চিহ্নটোৰ অর্থ কি ? ৩.৫ মিটাৰতকৈ অধিক উচ্চতাৰ গাড়ী প্রৱেশৰ ৩.৫ মিটাৰ প্রস্থৰ গাড়ী প্রৱেশৰ অনােমতি কেৱল ৩.৫ মিটাৰ উচ্চতাৰ বাহনৰ প্রৱেশ অনােমতি 33 / 62 Category: Driving Licence Test 33. নিশাৰ ভাগত গাড়ী এখন পথৰ কাষত পার্কিং কৰিব লগীয়া হলে ? গাড়ীখন তলা মাৰি ৰাখিব লাগে অনুঞ্জাপত্ৰ থকা চালকৰ আসনত বহি থাকিব লাগে গাড়ীখনৰ পার্কিং লাইট কেইটা জলাই ৰাখিব লাগে 34 / 62 Category: Driving Licence Test 34. অন্ধব্যক্তিয়ে হাতত বগা লাখুটিডাল লৈ ৰাস্তা পাৰ হবলৈ ধৰিলে ? অন্ধৰ হাতৰ বগা লাখুটিডালক ৰখােৱাৰ ট্ৰেফিক চিহ্নবুলি ভাবি গাড়ীখন ৰাখক শিঙা বজাই পূৰ্বৰ গতিৰে গৈ থাকিব গাড়ীৰ গতি কমাব আৰু সাৱধানে অগ্ৰসৰ হব 35 / 62 Category: Driving Licence Test 35. ঘাতৰ ৰাস্তাত গধুৰ বাহন এখন অনুমােদিত অধিকতম গতিবেগ হব? ৩৫ কিঃ মিঃ প্রতি ঘণ্টাত ২৫ কিঃ মিঃ প্রতি ঘণ্টাত ১৫ কিঃ মিঃ প্রতি ঘণ্টাত 36 / 62 Category: Driving Licence Test 36. তলত উল্লেখিত কোনবিধ গাড়ীক বাট এৰি দিব ? পুলিচৰ যান-বাহন এম্বুলেন্স আৰু আগ্নি নির্বাপক বাহিনীৰ গাড়ী এক্সপ্ৰেছ আৰু চুপাৰ এক্সপ্ৰেছ বাছ 37 / 62 Category: Driving Licence Test 37. গাড়ীখন কেতিয়া ইউ টার্ণ লােৱা উচিত নহয় ? যেতিয়া পথটোত যান-বাহন আহযাহৰ বাধানিষেধ নাথাকে ব্যস্ততাপূর্ণ পথত বাঁওদিশে অন্যান্য গাড়ী পাৰ হৈ যােৱা অৱস্থাত 38 / 62 Category: Driving Licence Test 38. তলত উল্লেখিত স্থানত গাড়ী অতিক্রম কৰাটো নিষিদ্ধ ? ৰাজ্যিক ৰাজপথত পঞ্চায়তী পথ ঠেক দলঙৰ ওপৰত 39 / 62 Category: Driving Licence Test 39. লৰী বােজাই কৰােতে ? গাড়ীৰ দুইকাষে ৩০ চেঃমিঃ উলিয়াই বােজাইকৰিব পাৰে গাড়ীৰ দুই কাষে উলিয়াই বােজাই কৰিব নােৱাৰে গাড়ীৰ দুই কাষে ৫০ চেঃমিঃ উলিয়াই বােজাই কৰিব পাৰে 40 / 62 Category: Driving Licence Test 40. গধুৰ বাহন এখনৰ অধিকতম অনুমােদিত হব? ৭০ কিঃ মিঃ ঘণ্টাত ৬৫ কিঃ মিঃ ঘণ্টাত ৫০ কিঃ মিঃ ঘণ্টাত 41 / 62 Category: Driving Licence Test 41. প্রদূষণ নিয়ন্ত্রণ প্রমাণ পত্ৰৰ ম্যাদ? ছয় মাহ এবছৰ দুবছৰ 42 / 62 Category: Driving Licence Test 42. কাষৰ চিহ্নটোৰ অর্থ কি ? বাঁওদিশে আৰােহণ কৰিবলগীয়া এঢলীয়া পথ বাঁওদিশে হেয়াৰ পিনৰ দৰে বেঁকা ভাঁজ আছে সবাঁওপিনেদি আগবাঢ়িব 43 / 62 Category: Driving Licence Test 43. সন্মুখৰ গাড়ীখনৰ চালকে অতিক্রম কৰিবলৈ সংকেট নিদিলে ? আমি গাড়ীখন অতিক্রম কৰিব নালাগে আমি অতিক্ৰম কৰিব পাৰাে শিঙা বজাই আমি গাড়ীখন অতিক্রম কৰিব পাৰাে 44 / 62 Category: Driving Licence Test 44. কাষৰ চিহ্নটোৰ অর্থ কি? প্রৱেশ নিষেধ বাধ্যতামুলক পােনে পােনে যাওক দুয়ােদিশৰ পৰা প্ৰৱেশৰ অনুমতি 45 / 62 Category: Driving Licence Test 45. মটৰ চাইকেলট এজন আৰােহী কঢ়িয়াবলৈ হলে ? বাহনখনত পদস্থান হাতেৰে খামুচি ধৰাৰ সুবিধা আৰু শাৰী গার্ড থাকিব লাগে বাহনখনত চাইড কাৰ থাকিব লাগিব বাহনখনত পশ্চাৎ দৃশ্যৰ দাপােন থাকিব লাগিব 46 / 62 Category: Driving Licence Test 46. আপুনি যদি মটৰ চাইকেল লার্নাৰ লাইচেন্সেৰহে অধিকাৰী তেন্তে ?See also Assam TET Mock Test In Assamese (LP & UP) পথৰ যান-বাহন ভিৰ কম থাকিলেহে বাহনখন চলাব বৈধ অনঞ্জা পত্ৰ ধাৰী প্ৰশিক্ষকক লগত লৈহে বাহনখন চলাব প্রশিক্ষকৰ অনুমতি সাপেক্ষে লাইচেন্সধাৰী ব্যক্তিকহে প্রশিক্ষণৰ বাবে উঠাব পাৰিব 47 / 62 Category: Driving Licence Test 47. গাড়ী অতিক্রম কৰাটো নিষিদ্ধ ? যেতিয়া সন্মুখৰ পথটো সম্পূর্ণরূপে দেখা পােৱা নহয় যেতিয়া সন্মুখৰ পথছােৱা যথেষ্ট বহল যেতিয়া পথৰ সােমাজত খণ্ডিত ৰেখা অঙ্কিত কৰা থাকে। 48 / 62 Category: Driving Licence Test 48. কাষৰ চিহ্নটোৰ অর্থ কি? সন্মুখৰ সোঁহাতে উপপথ সোঁকাষে ঘুৰাটো বাধয়তামুলক সোঁকাষে ঘুৰাটো নিষেধ 49 / 62 Category: Driving Licence Test 49. ঘাতৰ ৰাস্তাত মজলীয়া বাহন এখনৰ অনুমােদিত অধিকতম গতিবেগ হব? ৪৫ কিঃ মিঃ প্রতি ঘণ্টাত ৩৫ কিঃ মিঃ প্রতি ঘণ্টাত ২৫ কিঃ মিঃ প্রতি ঘণ্টাত 50 / 62 Category: Driving Licence Test 50. কাষৰ চিহ্নটোৰ অর্থ কি? সন্মুখত প্রতিবন্ধক আছে সন্মুখত বেল ক্ৰছিং আছে সন্মুখত গাড়ী ওজন কৰা ৱেব্রীজ আছে। 51 / 62 Category: Driving Licence Test 51. কাষৰ চিহ্নটোৰ অর্থ কি ? ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষেধ টেক্সীৰ পার্কিং স্থান পুলিচ বাহন পার্কিং স্থান 52 / 62 Category: Driving Licence Test 52. ভাৰত চৰকাৰীভাৱে অনুমুদিত শিঙা বিধ কি ? বায়ু শিঙা বহু সুৰী শিঙা বৈদ্যুতিক শিঙা 53 / 62 Category: Driving Licence Test 53. চলন্ত অৱস্থাত গাড়ীত উঠা আৰু ওলমি যােৱাতাে ? বাছৰ ক্ষেত্ৰত অনুমতি যােগ্য অটোৰিক্সা ক্ষেত্ৰত অনুমতি যােগ্য সকলাে যান-বাহন ক্ষেত্ৰত নিষেধ 54 / 62 Category: Driving Licence Test 54. পিচপিনৰ পৰা অহা গাড়ীয়ে আমাক অতিক্রম কৰিব বিচাৰিলে ? আমি গাড়ীখনৰ গতিবেগ বঢ়োৱা উচিত আমি গাড়ীৰ গতিবেগ বঢ়াব পাৰাে সাৱধানতাৰে আমি গতিবেগ বঢ়াব পাৰাে 55 / 62 Category: Driving Licence Test 55. কাষৰ চিহ্নটোৰ অর্থ কি ? সন্মুখত স্কুল আছে। পথচাৰী পাৰ হােৱা স্থান পথচাৰী পাৰ হােৱা নিষিদ্ধ 56 / 62 Category: Driving Licence Test 56. পিছপিনৰ পৰা অহা গাড়ী এখনে আমাৰ গাড়ীখন অতিক্ৰম কৰিব বিচাৰিলে ? আমি আন গাড়ী অতিক্রম কৰিবলৈ চেষ্টা কৰিব নালাগে আমি শিঙা বজাই আন এখন গাড়ী অতিক্ৰম কৰিব পাৰাে আমি শিঙা বজাই আন এখন গাড়ী অতিক্ৰম কৰিব পাৰাে 57 / 62 Category: Driving Licence Test 57. মটৰ চাইকেল অনুমােদিত সর্বোচ্চ গতিবেগ সীমা হল ? কোনাে সীমা নাই প্রতি ঘণ্টাত ৫০ কিলােমিটাৰ প্রতি ঘণ্টাত ৬০ কিলােমিটাৰ 58 / 62 Category: Driving Licence Test 58. কাষৰ চিহ্নটোৰ অর্থ কি? বাধ্যতামুলক ভাৱে পােনে পােনে যাওক অথবা বাঁওফালে বাধ্যতামুলক ভাৱে পােনে পােনে যাওক অথবা সোঁদিশে সসন্মুখত উপপথ 59 / 62 Category: Driving Licence Test 59. 5. কাষৰ চিহ্নটোৰ অর্থ কি ? ঘণ্টাত ৫০ কিঃমিঃতকৈ অধিক গতিত গাড়ী নচলাৱ ঘণ্টাত ৫০ কিঃমিঃ গতিবেগত গাড়ী চলাব ঘণ্টাত ৫০ কিঃমিঃ অধিক গতিবেগত গাড়ী চলাব 60 / 62 Category: Driving Licence Test 60. শিক্ষানুষ্ঠান কাষত মটৰ চাইকেল অনুমােদিত সর্বোচ্চ গতিবেগ ? ২৫ কিলােমিটাৰ প্রতি ঘণ্টাত ৩০ কিলােমিটাৰ প্রতি ঘণ্টাত ৪০ কিলােমিটাৰ প্রতি ঘণ্টাত 61 / 62 Category: Driving Licence Test 61. ৰাষ্ট্ৰীয় ঘাইপথত ট্রাকৰ অনুমােদিত সর্বোচ্চ গতিবেগ ? প্রতি ঘণ্টাত ৫০ কিলােমিটাৰ প্রতি ঘণ্টাত ৬০ কিলােমিটাৰ প্রতি ঘণ্টাত ৭০ কিলােমিটাৰ 62 / 62 Category: Driving Licence Test 62. ফুটপাথ নথকা ৰাস্তাত পথচাৰীয়ে ? পথৰ সােকাষেদি খােজ কঢ়া উচিত পথৰ বাঁওদাতিয়েদি খােজ কঢ়া উচিত পথৰ দুয়ােকাষে খােজ কাঢ়িব পাৰে Your score is The average score is 0% LinkedIn Facebook Twitter VKontakte 0% পুনৰ আৰম্ভ কৰক Download Learner Licence Test Questions And Answers In Assamese pdf