Kompito Madhobo Borgeet lyrics
The Kompito Madhobo Borgeet is offered as a Lyrics on this page
বৰগীত |
|
নাম | কম্পিত মাধৱ নয়ন জুৰায় |
লেখক | মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ |
ৰাগ | বেলোৱাৰ |
তাল | ৰূপক |
ধ্ৰুং।। কম্পিত মাধৱ নয়ন জুৰায়।
কটি চাপি উডুখল বন্ধন কায়।।
পদ।। আৰকত কৰতল মাজিত লোৰে।
মন্দ ৰোদন কৰু নৱনীত চোৰে।।
নৱনীত কণা শ্যাম অংগ বিৰাজে।
তাৰকগণ যৈচে গগণকু মাজে।।
যাহে চৰণ ৰেণু যোগী নপায়।
ভকতি বলে তাকু বন্ধন কায়।।
কহয় মাধৱদাসে শুন মেৰি মাই।
ওহি জগত গুৰু সুত কাহা পায়।।
লগতে পঢ়ক
- Agumai Borgeet Lyrics (আগাে মাই তােহাৰি তনয়)
- Gopale Ki Goti Koile Borgeet Lyrics (গােপালে কি গতি কইলে)
- Kompito Madhobo Borgeet Lyrics (কম্পিত মাধৱ নয়ন জুৰায়)
- কমনে ৰময়া মন বিছুৰি ৰহু – বৰগীত
- কদম্ব তলে সই শ্যাম সাজে – বৰগীত
- ওৰে সখি পেখােৰে কঞ্জলােচন – বৰগীত
- ওঝা সােজা পন্থ না হেৰি কোটি কৰম কাই – বৰগীত
- ঐচন মােহন বাল গােপালা – বৰগীত
- একান্ত খেলায় কৰুণাময় – বৰগীত
- উদ্ধৱ বন্ধু মধুৰিপু প্রাণ হামাৰি – বৰগীত