জব কাৰ্ড লিষ্ট 2022 – চাব পৰা পোনপটীয়া লিংক

জব কাৰ্ড লিষ্ট 2022

মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি 2005 (MGNRGEA) য়ে সমগ্ৰ ভাৰতৰ দৰিদ্ৰ পৰিয়ালবোৰক জব কার্ড প্ৰদান কৰে। জীৱিকাৰ সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই আঁচনিত দৰিদ্ৰ পৰিয়ালবোৰক জবকার্ড প্ৰদান কৰা হয়। National Rural Employment Department অফিচিয়েল ৱেব পৰ্টেলত (MGNRGEA) জব কাৰ্ড তালিকা 2022 ৰাজ্যঅনুসৰি মুকলি কৰিছে।

আমি “MGNRGEA জব কাৰ্ড তালিকা 2022 অনুচ্ছেদ লাভালাভ, পৰিশোধ প্ৰক্ৰিয়া আৰু অধিকৰ বিষয়ে চমু তথ্য প্ৰদান কৰিম।

NREGA Job Card Assam List 2022 – Overview

প্ৰবন্ধৰ নাম: জব কাৰ্ড লিষ্ট 2022

আৰম্ভ কৰা হৈছে: ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়

আঁচনিৰ নাম: মহত্মা মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি

হিতাধিকাৰী: ৰাজ্যৰ দৰিদ্ৰ লোক

মুখ্য লাভালাভ: 100 দিনৰ কাম

প্ৰবন্ধৰ উদ্দেশ্য: এই আঁচনিৰ অধীনত জবকার্ড প্ৰদান কৰা

অফিচিয়েল ৱেবছাইট: nrega.nic.in

জব কাৰ্ড তালিকা অনলাইন ডাউনলোড কৰক

তলত এটা অসমৰ জবকাৰ্ডৰ লিষ্ট চাব পৰা এটা পোনপটীয়া লিংক দিয়া হৈছে। আপোনালোকে সেই লিংকটোত ক্লিক কৰিলে তলত দেখুওৱা দৰে পেজটো লাভ কৰিব। আপোনালোকে একেবাৰে ওপৰৰ ঘৰটোতোত ক্লিক কৰি জবকাৰ্ড চাব বিচৰা চনটো নিৰ্বাচন কৰিব। তাৰ তলৰ বাকচত আপুনি বাস কৰা জিলাখন বাচনি কৰিব। তাৰ তলৰ বাকচত আপোনাৰ ব্লক নিৰ্বাচন কৰি শেষৰ বাকচটোত আপোনাৰ পঞ্চায়ত নিৰ্বাচন কৰিব।সকলো ফিলাপ কৰা পাছত আপুনি তলত দেখা Proceed বুটামটোত ক্লিক কৰিব। ইয়াৰ পিছতে আপোনাৰ পঞ্চায়তৰ সকলো জবকাৰ্ড থকা লোক সকলৰ নাম দেখিবলৈ পাব। ইয়াৰ পৰা আপোনাৰ নাম নিৰ্বাচন কৰি ক্লিক কৰিলেই আপুনি আপোনাৰ জবকাৰ্ডৰ তালিকাখন দেখিবলৈ পাব।

জব কাৰ্ড লিষ্ট  পাবলৈ  ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইট ইয়াত ক্লিক কৰক

 

লগতে পঢ়ক:   ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কেনেকৈ লিংক কৰিব?

Leave a Comment