HSLC Exam Routine 2023: SEBA অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ ৰাজ্যিক ব’ৰ্ড । প্ৰতি বছৰে ছেবাই দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে HSLC/AHM পৰীক্ষা অনুষ্ঠিত কৰে। ২০২৩ বৰ্ষ বাবে ব’ৰ্ডৰ চৰকাৰী পৰীক্ষাৰ সময়সূচী (HSLC Exam Date 2023) অনুসৰি ২০২৩ চনৰ ৩ মাৰ্চৰ পৰা ২০ মাৰ্চৰ ভিতৰত SEBA HSLC Exam 2023 অনুষ্ঠিত হ’ব। ৮ ডিচেম্বৰ ২০২২ তাৰিখে SEBA য়ে অফিচিয়েল সূচী প্ৰকাশ কৰিছে। SEBA HSLC Exam 2023 ৰ বিশদ ৰুটিন আনুষ্ঠানিক প্ৰকাশৰ পিছত এই লেখাটোত আপডেট কৰা হৈছে।
HSLC Exam Routine 2023 – Overview
পৰীক্ষাৰ নাম: | HSLC Exam 2023 |
শ্ৰেণীৰ নাম | দশম শ্ৰেণী |
পৰিষদৰ নাম | অসমৰ মাধ্যমিক শিক্ষা পৰিষদ |
পৰীক্ষা আৰম্ভ | ৩ মাৰ্চ ২০২৩ |
পৰীক্ষাৰ সামৰণি | ২০ মাৰ্চ ২০২৩ |
ৰুটিনৰ অৱস্থা | মুকলি কৰা হৈছে |
ৰুটিনৰ মুক্তিৰ তাৰিখ | 8 ডিচেম্বৰ ২০২২ |
অফিচিয়েল ৱেবছাইট | https://sebaonline.org |
Important Links of SEBA HSLC Routine
SEBA HSLC Routine 2023 | PDF |
SEBA Practical Routine 2023 | PDF |
Visit Official Website | Click Here |