HSLC Exam Routine 2023 – SEBA দশম শ্ৰেণী পৰীক্ষাৰ ৰুটিন

HSLC Exam Routine 2023: SEBA অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ ৰাজ্যিক ব’ৰ্ড । প্ৰতি বছৰে ছেবাই দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে HSLC/AHM পৰীক্ষা অনুষ্ঠিত কৰে। ২০২৩ বৰ্ষ বাবে ব’ৰ্ডৰ চৰকাৰী পৰীক্ষাৰ সময়সূচী (HSLC Exam Date 2023) অনুসৰি ২০২৩ চনৰ ৩ মাৰ্চৰ পৰা ২০ মাৰ্চৰ ভিতৰত SEBA HSLC Exam 2023 অনুষ্ঠিত হ’ব। ৮ ডিচেম্বৰ ২০২২ তাৰিখে SEBA য়ে অফিচিয়েল সূচী প্ৰকাশ কৰিছে। SEBA HSLC Exam 2023 ৰ বিশদ ৰুটিন আনুষ্ঠানিক প্ৰকাশৰ পিছত এই লেখাটোত আপডেট কৰা হৈছে।

HSLC Exam Routine 2023 – Overview

পৰীক্ষাৰ নাম:HSLC Exam 2023
শ্ৰেণীৰ নামদশম শ্ৰেণী
পৰিষদৰ নামঅসমৰ মাধ্যমিক শিক্ষা পৰিষদ
পৰীক্ষা আৰম্ভ৩ মাৰ্চ ২০২৩
পৰীক্ষাৰ সামৰণি২০ মাৰ্চ ২০২৩
ৰুটিনৰ অৱস্থামুকলি কৰা হৈছে
ৰুটিনৰ মুক্তিৰ তাৰিখ8 ডিচেম্বৰ ২০২২
অফিচিয়েল ৱেবছাইটhttps://sebaonline.org

Important Links of SEBA HSLC Routine

SEBA HSLC Routine 2023 PDF
SEBA Practical Routine 2023 PDF
Visit Official WebsiteClick Here
লগতে পঢ়ক:   EWS Certificate in Assam – EWS প্ৰমাণপত্ৰ

Leave a Comment