বৰগীত
অৱ সখি পেখাে মদন গােপাল
ৰাগ – নটমল্লাৰ
ধ্ৰুং– অব সখি পেখাে মদন গােপাল
হাৰ কিৰীটি কুণ্ডল মণি শােহে
কণ্ঠে কদম্বকু মাল।।
পদ– কৰতলে বেণু ধেনু আগু চলাৱে
বাছৰু পাছু পাছু ধায়।
শঙ্কৰ সুৰ চতুৰ মূহ নমিয়ে
ওহি চৰণ গুণ গায়।।
দাম সুদাম বালক সংগে ধাৱয়ে
সঙ্গে ৰঙ্গে খেলে দিনা।
কৃষ্ণক দাসক দাস দীন মাধৱ
কহয় ভকতি মতি হীনা।।