কমনে ৰময়া মন বিছুৰি ৰহু – বৰগীত

বৰগীত

কমনে ৰময়া মন বিছুৰি ৰহু

ৰাগঃ || গৌৰী

ধ্রুং– কমনে ৰময়া মন বিছুৰি ৰহু বৃথা মােহে ভুলাই।

ৰাম চৰণ চিন্ত চিত্ত মৃত্যুতৰণ উপায়।।

পদ– সাফল জীৱন যাে জন্তু নিত্য জল্পত ৰামা।

কেশৱ না সেৱি যাে জীৱয় বিট কীট উপামা।।

যাকেৰি চাকেৰি কৰতহু গতি পাতকী পাই।

শঙ্কৰ কহ সােই হৰিকো ভকতি কতি ন কাই।

See also  একান্ত খেলায় কৰুণাময় - বৰগীত

Leave a Comment