উঠ উঠ বাপু চান্দ বয়ন – বৰগীত

বৰগীত

উঠ উঠ বাপু চান্দ বয়ন

ধ্রুং – উঠ উঠ বাপু চান্দ বয়ন।

যশােৱা মাৱে ডাকে ঘনে ঘন।।

পদ- লহু লহু বহে মলয়া বাৱ।

কোকিলে তেজে সুললিত ৰাৱ।।

ৰবি পৰশন তিমিৰ নাশি।

সংগহি বালকসৱ মিলিল আসি।।

দধি দুগ্ধ ঘৃত ব্যঞ্জন ভাতে।

পাঞ্চনী শিঙ্গা বেত বেণু হাতে।।

গাে-বৎসপাল লেহু সংগে কৰি৷

উঠ গােষ্ঠে চল ঠাকুৰ মেৰি।।

যশােৱাকু বাণী শুনি হৃষীকেশ।

বালক সঙ্গে গােষ্ঠে পৰৱেশ।।

দীন মাধৱে কহয় পৰমাণ।

হৰি বিনে নাহি তাৰক আন।।

See also  Kompito Madhobo Borgeet Lyrics (কম্পিত মাধৱ নয়ন জুৰায়)

Leave a Comment