অসম ৰাইফলছ নিযুক্তি ২০২১ – ১৩১ খালী পদ, অনলাইন আবেদন

Assam Rifles Recruitment 2021

অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়, শ্বিলঙে ১৩১ ৰাইফলমেন/ ৰাইফলৱমেন জেনেৰেল ডিউটি খালী পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য মেধাৱী খেলুৱৈজনে ইয়াত অনলাইন আবেদন কৰিব পাৰে।

আবেদন প্ৰক্ৰিয়া অনলাইন
অন্তিম তাৰিখ ২৬ জুলাই ২০২১

অসম ৰাইফলছ নিযুক্তি বিৱৰণ

পদৰ নাম: ৰাইফলমেন/ ৰাইফলৱমেন

পদৰ সংখ্যা: ১৩১

বয়সৰ সীমা: বৰ্তমান এই তথ্য প্ৰকাশ কৰা নাই। ২৬ জুন ২০২১ তাৰিখৰ বিতং বিজ্ঞাপনত প্ৰদান কৰা হব।

বয়সত শিথিলতা: বৰ্তমান এই তথ্য প্ৰকাশ কৰা নাই। ২৬ জুন ২০২১ তাৰিখৰ বিতং বিজ্ঞাপনত প্ৰদান কৰা হব।

শিক্ষাগত অৰ্হতা: বৰ্তমান এই তথ্য প্ৰকাশ কৰা নাই। ২৬ জুন ২০২১ তাৰিখৰ বিতং বিজ্ঞাপনত প্ৰদান কৰা হব।

শাৰীৰিক মানদণ্ড: বৰ্তমান এই তথ্য প্ৰকাশ কৰা নাই। ২৬ জুন ২০২১ তাৰিখৰ বিতং বিজ্ঞাপনত প্ৰদান কৰা হব।

অসম ৰাইফলছৰ নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব লাগে

যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে তলত প্ৰদান কৰা সৰল পদক্ষেপবোৰ অনুসৰণ কৰি ৰাইফলমেন/ ৰাইফলৱমেন জেনেৰেল ডিউটি পদৰ এই নিযুক্তিৰ বাবে তেওঁলোকৰ অনলাইন আবেদন দাখিল কৰিবলৈ সক্ষম হব।

  • তললৈ গলে আপুনি গুৰুত্বপূৰ্ণ লিংকৰ শাখা এটা পাব।।
  • তাত থকা অনলাইন আবেদন লিংকত ক্লিক কৰক
  • সকলো নিৰ্দেশনা মনোযোগেৰে পঢ়ক।
  • “Proceed to Apply” ক্লিক কৰক
  • আপোনাৰ সকলো সোধা তথ্য পূৰ কৰক আৰু নথিপত্ৰ আপলোড কৰক।
  • শেষত অনলাইন আবেদন দাখিল কৰি আবেদন খন সংৰক্ষণ কৰা ব্যৱস্থা কৰক

গুৰুত্বপূৰ্ণ তাৰিখ

  • অনলাইন আবেদন কৰাৰ আৰম্ভণি তাৰিখ: ২৬ জুন ২০২১
  • অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ: ২৬ জুলাই ২০২১

গুৰুত্বপূৰ্ণ ৱেব লিংকসমূহ

অফিচিয়েল বিজ্ঞাপন ইয়াত ক্লিক কৰক
অনলাইন আবেদন ২৬ জুন ২০২১
অফিচিয়েল ৱেবছাইট ইয়াত ক্লিক কৰক

 

See also  অংগনবাদী চাকৰি 2021 - অংগনবাদী কৰ্মীৰ 38 টা পদ

Leave a Comment