Kompito Madhobo Borgeet Lyrics (কম্পিত মাধৱ নয়ন জুৰায়)

Kompito Madhobo Borgeet lyrics

The Kompito Madhobo Borgeet is offered as a Lyrics on this page

বৰগীত

নাম কম্পিত মাধৱ নয়ন জুৰায়
লেখক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ
ৰাগ বেলোৱাৰ
তাল ৰূপক

ধ্ৰুং।। কম্পিত মাধৱ নয়ন জুৰায়।
কটি চাপি উডুখল বন্ধন কায়।।

পদ।। আৰকত কৰতল মাজিত লোৰে।
মন্দ ৰোদন কৰু নৱনীত চোৰে।।
নৱনীত কণা শ্যাম অংগ বিৰাজে।
তাৰকগণ যৈচে গগণকু মাজে।।
যাহে চৰণ ৰেণু যোগী নপায়।
ভকতি বলে তাকু বন্ধন কায়।।
কহয় মাধৱদাসে শুন মেৰি মাই।
ওহি জগত গুৰু সুত কাহা পায়।।

লগতে পঢ়ক

See also  উদ্ধৱ বন্ধু মধুৰিপু প্রাণ হামাৰি - বৰগীত

Leave a Comment